অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

পৃথিৱীৰ কেইখনমান উল্লেখযোগ্য সাগৰ

পৃথিৱীৰ কেইখনমান উল্লেখযোগ্য সাগৰ

নাম

কালি (বৰ্গ কিলোমিটাৰ/বৰ্গমাইল)

দক্ষিণ চীন সাগৰ

২৮,৪৯,০০০/১১,০০,০০০

ভূমধ্য সাগৰ

২৪,৯৯,৩৫০/৯,৬৫,০০০

বেৰিং সাগৰ

২২,৭৪,০২০/৮,৭৮,০০০

কেৰিবিয়ান সাগৰ

১৯,৪২,৫০০/৭,৫০,০০০

মেক্সিক’ উপসাগৰ

১৮,১৩,০০০/৭,০০,০০০

ওখটস্ক সাগৰ

১৫,২৮,১০০/৫,৯০,০০০

জাপান সাগৰ

১২,৯৫,০০০/৫,০০,০০০

হাডছন উপসাগৰ

১২,৩০,২৫০/৪,৭৫,০০০

আন্দামান সাগৰ

৭,৭৭,০০০/৩,০০,০০০

উত্তৰ সাগৰ

৫,৭৪,৯৮০/২,২২,০০০

লোহিত সাগৰ

৪,৪০,৩০০/১,৭০,০০০

বাল্টিক সাগৰ

৪,২২,১৭০/১,৬৩,০০০

কৃষ্ণ সাগৰ

৪,১১,৮১০/১,৫৯,০০০

লেখিকা: প্ৰীতিমা কৌশিক বৰুৱা, লিখক: শান্তনু কৌশিক বৰুৱা, নতুন জানানে।

শেহতীয়া উন্নীতকৰণ: : 6/24/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate