গোৱালপাৰা জিলাৰ চৰকাৰী চিকিৎসালয় তথা স্বাস্থ্যবিভাগৰ বিতং তথ্য
গোৱালপাৰা জিলা প্ৰধান স্বাস্থ্য কাৰ্য্যালয়ৰ ঠিকনা:
নয়াপাৰা,পুৰণি অসামৰিক চিকিৎসালয়,গোৱালপাৰা,অসম,পিন নং:৭৮৩১০১।
চিকিৎসালয় আৰু স্বাস্থ্যসেৱা কেন্দ্ৰ সমূহ
|
পৰিসংখ্যা
|
অসামৰিক চিকিৎসালয়
|
১
|
প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ
|
৬
|
ৰাজ্যিক স্বাস্থ্যসেৱা কেন্দ্ৰ
|
৬
|
উপ স্বাস্থ্যসেৱা কেন্দ্ৰ
|
৫
|
ৰাজ্যিক পশু স্বাস্থ্যসেৱা কেন্দ্ৰ
|
১৫
|
উপ কেন্দ্ৰ
|
১৪৬
|
সহায়ক স্বাস্থ্যকেন্দ্ৰ
|
১৬
|
ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ
|
১৬
|
| |
চিকিৎসালয় আৰু স্বাস্থ্যসেৱা কেন্দ্ৰ
|
নাম আৰু অৱস্থিতি
|
অসামৰিক চিকিৎসালয়
|
২০০ বিচনাযুক্ত গোৱালপাৰা অসামৰিক চিকিৎসালয়
|
প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ
|
ৰংজুলি,মাটিয়া,মৰনৈ,আগিয়া,কৃষ্ণাই আৰু লক্ষীপুৰ
|
ৰাজ্যিক স্বাস্থ্যসেৱা কেন্দ্ৰ
|
বহতি,চাইবাৰী,খৰমুজা,দলগোমা,টিপলাই,খুটাবাৰী
|
উপ স্বাস্থ্যসেৱা কেন্দ্ৰ
|
ধুমেৰঘাট,চুনাৰী,আমবাৰী বজাৰ,বগুৱান,হাৰিমুৰা
|
ৰাজ্যিক পশু স্বাস্থ্যসেৱা কেন্দ্ৰ
|
গোৱালপাৰা,মাটিয়া,কথাকথি,কাঁহীবাৰী,ৰংজুলি,কৃষ্ণাই,চেচাপানী,
দুধনৈ,মায়দা,বদহাপুৰ,বালিজানা,জয়ৰামকুছি,আমবাৰী বজাৰ,জলেশ্বৰ,লক্ষীপুৰ
|
| |
উৎস:আই.এন.ডি.জি দল
শেহতীয়া উন্নীতকৰণ: : 5/27/2020
0 ratings and 0 comments
Roll over stars then click to rate.
© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.