অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

অলিভ অয়লে বিষ নিবাৰন কৰে

অলিভ অয়লে বিষ নিবাৰন কৰে

একেৰাহে দীৰ্ঘ সময় ধৰি মূৰ বিষাই থাকিলে এছপলিন ইবুপ্ৰ্ফেন বা কডেইন খোবাটো আমাৰ বহুতৰে উভ্যাস।পিচে টেবলেট নাখাই অলিভ অয়ল অকনমান মূৰ বা কপালত লগালেও তীব্ৰ মূৰৰ বিষ কমে।প্ৰাকৃতিকভাবে পোৱা এইবিধ পেইন কিলাৰৰ কথা উল্লেখ কৰিছে ফিলাডেলফিয়াৰ এদল গৱেষক।নেচাৰ পত্ৰিকাত মনেল কেমিকেল ছেনছেছ চেন্টাৰৰ গৱেষকসকলে উল্লেখ কৰিছে যে অলিভ অয়লত অলিওকেন্থাল নামৰ এবিধ ৰাসায়নিক যৌগ আছে।এই যৌগবিধে এছপিৰিন ইবপ্ৰ্ফেনৰ দৰে বিষ নাশকৰ কাম কৰাৰ লগতে cox-1 আৰু cox-2 নামৰ উপকাৰী এনজাইম দুবিধক প্ৰ্তিৰোধ কৰিব পাৰে।গৱেষকসকলে পূৰ্বৰ পৰাই জানিব পাৰিছিল যে কম পাৰিছিল যে কম পৰিমানে কক্স থকা বস্ত খালে বিভিন্ন ধৰনৰ উপকাৰ হয়।ফিলাডেলফিয়াৰ গৱেষকসকলৰ একে উপকাৰ পোৱা যায়।গৱেষকসকলে হিচাপ কৰি উলিয়াইছে যে মূৰৰ বিষ কমাবৰ বাবে দৈনিক ৫০ গ্ৰামকৈ অলিভ অয়ল ব্যৱহাৰ হয়।এই অলিভ অয়লৰ পৰা একে উপকাৰ পোৱা যায়।গৱেষকসকলে হিচাপ কৰি উলিয়াইছে যে মূৰৰ বিষ কমাবৰ বাবে দৈনিক ৫০ গ্ৰামকৈ অলিভ অয়ল ব্যৱহাৰ কৰিলে ইবুপ্ৰফেন টেবলেট এটাতকৈ ১০ গুন বেছি উপকাৰ পোৱা যায়।অকল মূৰৰ বিষেই নহয় নিয়মিতভাবে অলিভ অয়ল ব্যৱহাৰ কৰিলে কেন্সাৰ হোৱাৰ সম্ভাৱনা কমি থাকে।

উৎস: দৈনিক অসম।

শেহতীয়া উন্নীতকৰণ: : 1/16/2019



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate