মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / কেঞ্চাৰ ৰোগীসকলে নিয়মিত ব্যৱহাৰ কৰক আৰু দীৰ্ঘায়ু লাভ কৰক
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

কেঞ্চাৰ ৰোগীসকলে নিয়মিত ব্যৱহাৰ কৰক আৰু দীৰ্ঘায়ু লাভ কৰক

কেঞ্চাৰ ৰোগীসকলে নিয়মিত ব্যৱহাৰ কৰক আৰু দীৰ্ঘায়ু লাভ কৰক, সেই বিষয়ে লিখা হৈছে ।

 

সামগ্ৰী -

১) দেশী গাইৰ দৈ।
২) তুলসীৰ পাত।

পদ্ধতি -

১) একাপ দেশী গাইৰ দৈ মথিলৈ ঘোল বনাওক।

২)  বয়স আৰু ৰোগৰ পৰ্য্যায় অনুসৰি 1/2/3 চামুচ তুলসী পাতৰ ৰস উলিয়াই দৈ কাপৰ সৈতে মিহলি কৰি লওক।

সেৱণ -

১) ৰাতিপুৱা আৰু দুপৰীয়া খোৱাৰ পিছত একাপ কৈ দিনত দুবাৰ।

২) ৰাতি খোৱাৰ আধা ঘন্টা পিছত এক কাপ দেশী গাইৰ গৰম গাখীৰৰ সৈতে 3/4/5 টা তুলসীৰ পাত নাইবা আধা চামুচ হালধিৰ ৰস বা গুড়ি মিহলাই সেৱণ কৰক।

লেখক: ৰংমন ৰংদৈ

উৎস: স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ

 

 

2.625
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top