লক্ষণ
- অতিপাত মূৰৰ বিষ-ৰ’দত ওলালে,
- জুইৰ তাপত থাকিলে নতুবা চাই’নচাইটিছ আৰু মাইগ্ৰেনৰ কাৰণেও মূৰৰ বিষ হয়,
- চকু জ্বলা পোৰা কৰে,
- জ্বৰ হয়,
- মূৰটো গৰম আৰু গধূৰ লাগে,
- টোপনি নধৰে,
- শৰীৰ দূৰ্বল হোৱা ইত্যাদি হ’ল মূৰৰ বিষৰ লক্ষণ।
চিকিৎসা
- কোমোৰা মাছৰ সৈতে আঞ্জা বনাই খাব। কোমোৰাৰ লগত জালুকৰ আঞ্জা বনাই খাব।
- গাজৰৰ ৰস প্ৰতিদিনে পুৱা-গধূলি খাব।
- চজিনা আৰু চজিনাৰ পাত সদায়ে খাওঁক। আমলখিৰ ৰসৰ লগত চেনি মিহলাই খাব লাগে।
- পিপলি বিশ গ্ৰামৰ লগত গুড় মিহলি কৰি খাব লাগে।
লেখিকা: সুমিত্ৰা গোস্বামী।
বিশেষ সংযোজন: ৰীতু গগৈ।
শেহতীয়া উন্নীতকৰণ: : 6/11/2020
0 ratings and 0 comments
Roll over stars then click to rate.
© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.