অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

মূৰৰ বিষ

লক্ষণ

  • অতিপাত মূৰৰ বিষ-ৰ’দত ওলালে,
  • জুইৰ তাপত থাকিলে নতুবা চাই’নচাইটিছ আৰু মাইগ্ৰেনৰ কাৰণেও মূৰৰ বিষ হয়,
  • চকু জ্বলা পোৰা কৰে,
  • জ্বৰ হয়,
  • মূৰটো গৰম আৰু গধূৰ লাগে,
  • টোপনি নধৰে,
  • শৰীৰ দূৰ্বল হোৱা ইত্যাদি হ’ল মূৰৰ বিষৰ লক্ষণ।

চিকিৎসা

  • কোমোৰা মাছৰ সৈতে আঞ্জা বনাই খাব। কোমোৰাৰ লগত জালুকৰ আঞ্জা বনাই খাব।
  • গাজৰৰ ৰস প্ৰতিদিনে পুৱা-গধূলি খাব।
  • চজিনা আৰু চজিনাৰ পাত সদায়ে খাওঁক। আমলখিৰ ৰসৰ লগত চেনি মিহলাই খাব লাগে।
  • পিপলি বিশ গ্ৰামৰ লগত গুড় মিহলি কৰি খাব লাগে।

লেখিকা: সুমিত্ৰা গোস্বামী।

বিশেষ সংযোজন: ৰীতু গগৈ।

শেহতীয়া উন্নীতকৰণ: : 6/11/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate