অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

মূলা

মূলা

পৰিচয়

মূলা সৰ্বজন পৰিচিত এবিধ খাদ্যদ্ৰব্য। পাতবোৰ দীঘল আৰু কণ্ড মাটিৰ তললৈ জোঙা হৈ বাঢ়ি যায়। পাত আৰু কণ্ড উভয়ে তৰকাৰী হিচাবে ব্যৱহৃত হয়। আঘোণ পুহ মাহত মূলাৰ খেতি কৰা হয় আলু কবিৰ দৰে ই এবিধ খৰালিৰ খেতি। মূলাগছত ফুল আৰু বীজ হয়। ফুলবোৰ বগা বা হালধিৰ ৰঙৰ হয়। মূলাৰ শাস্ত্ৰীয় নাম-মূলক হৰিপৰ্ণ নীলকন্ঠ ইত্যাদি।

লিখক: ধৰ্মকান্ত শৰ্মা।

2.94594594595
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top