অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

গোবৰ গেছ উৎপাদন সৰঞ্জামৰ পৰা নিৰ্গত গেছৰ ব্যৱহাৰ

গোবৰ গেছ উৎপাদন সৰঞ্জামৰ পৰা নিৰ্গত গেছৰ ব্যৱহাৰ

খাদ্যমৌল

পৰিমাণ

 

নাইট্ৰোজেন         (N)

১.৫-১.৫%

 

ফচফৰাছ          (P2O5)

০.৯০-১.২০%

 

পটাছ                (K2O)

০.৯০-১.২০%

 

দস্তা                   (Zn)

১৪৪      পি:পি:এম (ppm)

 

লো                     (Fe)

৩৫৫০ পি:পি:এম (ppm)

 

তাম                   (Cu)

২৮       পি:পি:এম (ppm)

 

মেংগানিজ          (Mn)

১৮৮     পি:পি:এম (ppm)

 

জৈৱিক পদাৰ্থ

৬০-৭৩ %

 

গেদত থকা গছৰ অপৰিহাৰ্য্য বিভিন্ন খাদ্য মৌলৰ পৰিমাণ

  • গোবৰ গেছ উৎপাদন সৰঞ্জাম (Bio-gas plant) ৰ পৰা নিৰ্গত গেদ (Skurry) ট্ৰলী অথবা সুবিধাজনক পাত্ৰত ভৰাই খেতি পথাৰলৈ নিয়াৰ ব্যৱস্থা কৰক ৷
  • শস্য ৰোপন/বীজ সিচাঁৰ ৭-১০ আগতে চহাই থোৱা মাটিত গেছ প্ৰয়োগ কৰি ভালদৰে মিহলাই দিয়ক ৷ গেছ প্ৰয়োগে শস্যক খাদ্য মৌলৰ যোগান ধৰাৰ ওপৰিও মাটিৰ উৰ্বৰা শক্তি আৰু পানী ধাৰণ ক্ষমতা বৃদ্ধিত সহায় কৰে ৷ প্ৰতি বিঘা মাটিত ২৫-৩৫ কুইন্টল কেচাঁ গেছ (Fresh shurry) কৰি অনুমোদিত ৰাসায়নিকনাইট্ৰোজেন সাৰৰ ৭৫% কৰ্ত্তন কৰক ৷

ৰাসায়নিক সাৰ আৰু গোবৰ গেছ উৎপাদন সৰঞ্জামৰ পৰা নিৰ্গত গেছ ব্যৱহাৰ কৰি উৎপাদন কৰা সৰিয়হ খেতিত তুলনা (গাওঁ বালিখুটী, গৰুমৰা, যোৰহাট)৷

১০০% অনুমোদিত ৰাসায়নিক নাইট্ৰোজেন সাৰ প্ৰয়োগ কৰা ধান খেতি (গড় উৎপাদন ৯.২ কু: প্ৰতি বিঘাত, জাত ৰঞ্জিত) ৷

অনুমোদিত ৰাসায়নিক নাইট্ৰোজেন সাৰৰ ৭৫% গেছত থকা নাইট্ৰোজেনৰ দ্বাৰা যোগান ধৰি কৰা ধানখেতি (বাকী থকা ২৫%, ৰাসায়নিক নাইট্ৰোজেন সাৰ প্ৰয়োগ কৰা হৈছে) (গড় উৎপাদন ৯.২ কু: প্ৰতি বিঘাত, জাত ৰঞ্জিত)

ৰাসায়নিক সাৰ আৰু গোবৰ গেছ উৎপাদন সৰঞ্জামৰ পৰা নিৰ্গত গেছ ব্যৱহাৰ কৰি উৎপাদন কৰা সৰিয়হ খেতিত তুলনা (গাওঁ বালিখুটী, গৰুমৰা, যোৰহাট)৷

১০০% অনুমোদিত নাইট্ৰোজেন সাৰ প্ৰয়োগ কৰা সৰিয়হ খেতি (গড় উৎপাদন ৯.২ কু: প্ৰতি বিঘাত, জাত M-২৭)৷

অনুমোদিত ৰাসায়নিক নাইট্ৰোজেন সাৰৰ ৭৫% গেছত থকা নাইট্ৰোজেন দ্বাৰা যোগান ধৰি কৰা সৰিয়হ খেতি (বাকী ২৫%, ৰাসায়নিক নাইট্ৰোজেন  সাৰৰ প্ৰয়োগ কৰা হৈছে) (গড় উৎপাদন ৯.২ কু: প্ৰতি বিঘাত, জাত M-২৭) ৷

গোবৰ গেছ উৎপাদন সৰঞ্জামৰ পৰা নিৰ্গত গেছ ধান আৰু সৰিয়হ খেতিত ব্যৱহাৰ কৰি আৰ্থিক ভাৱে লাভৱান হোৱা কৃষক শ্ৰী ডিম্বেশ্বৰ খাউন্দ (গাওঁ বালিখুটী, গৰুমৰা, যোৰহাট)৷

উৎস: অসম কৃষি বিশ্ববিদ্যালয়।

শেহতীয়া উন্নীতকৰণ: : 4/23/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate