অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

সৌৰ চাকি

সৌৰ চাকি

 

bcc66cf51d349044e61fc39c8d1a9147

সৌৰ চাকি হ’ল সৌৰশক্তি ব্যৱহৃত কাৰিকৰী কৌশলৰ এক সাধৰণ প্ৰয়োগ যাৰ গ্ৰহণযোগ্যতা অনিয়মিত শক্তি যোগান আৰু শক্তিৰ নাটনি থকা পিছপৰা অঞ্চল সমূহত পাব পাৰি৷ ইয়াৰ সহজ প্ৰযুক্তিবিদ্যাৰ বাবে চহৰ অঞ্চলসমূহতো পাৱাৰ কাট অৱস্থাত এক বিকল্প হিচাপে মানুহে এই সৌৰচাকিসমূহক গ্ৰহণ কৰে৷

সৌৰচাকিয়ে কিদৰে কাম কৰে?

এটা সৌৰচাকি তিনিটা মূখ্য উপাদানৰ সৈতে গঠিত- সৌৰ পিভি পেনেল, শক্তিশালী বেটাৰী আৰু লেম্প৷ ইয়াৰ চালনা অতি সহজ৷ এচপিভি পেনেলৰ দ্বাৰা সৌৰশক্তি বিদ্যুত শক্তিলৈ ৰুপান্তৰ হয় আৰু ৰাতিৰ সময়ৰ ব্যৱহাৰৰ বাবে এটা ভাৱে ৰখা খালী বেটাৰীত সঞ্চয় হয়৷ একক চাৰ্জে প্ৰায় ৪-৫ ঘন্টা এটা লেম্প সঞ্চালন কৰিব পাৰে৷

উৎস: আইএনডিজি দল

শেহতীয়া উন্নীতকৰণ: : 6/23/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate