অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

আত্মসহায়ক গোটৰ প্ৰশিক্ষণ আৰু সৱলীকৰণ

আত্মসহায়ক গোটৰ প্ৰশিক্ষণ আৰু সৱলীকৰণ

বুনিয়াদী প্ৰশিক্ষণ

প্ৰথমতে, গোটৰ প্ৰত্যেক সদস্যই গোটৰ জৰিয়তে কেনেকৈ আৰ্থিকভাৱে স্বাৱলম্বী হৈ সময়ত দাৰিদ্ৰৰ সীমাৰেখাৰ ওপৰলৈ আহিব পাৰে সেই বিষয়ে সম্যক ধাৰণাৰে নিশ্চিত হ’ব লাগিব।

গোট এটা সুচাৰুৰূপে চলিবলৈ আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয় হ’ল নথি পত্ৰ সঠিক আৰু নিয়মীয়াভাৱে লিপিবদ্ধ কৰা আৰু সেই বিষয়ে সকলোৰে সম্যক জ্ঞান থকা উচিত।

আত্ম সহায়ক গোট গঠনৰ পিছত গোটটোৱে ভালদৰে প্ৰশিক্ষণ লোৱাটো বাঞ্ছনীয়। এই প্ৰশিক্ষণ বিভিন্ন সময়ত বিভিন্ন স্তৰত হ’ব পাৰে। প্ৰশিক্ষণৰ বিভিন্ন স্তৰৰ এটা নমুনা তলত দিয়া হ’ল:

আত্ম সহায়ক গোট গঠনৰ সময়

প্ৰশিক্ষণ আৰু বিষয়

প্ৰশিক্ষণৰ দিন

প্ৰশিক্ষণৰ স্তৰ

সমল ব্যক্তি

০-১ মাহ

বুনিয়াদী প্ৰশিক্ষণ (প্ৰাৰম্ভিক পৰ্য্যায়ত গোটৰ সদস্যাসকল কি ধৰণে দৰিদ্ৰতাৰ সীমাৰেখাৰ তলৰ পৰা ওপৰলৈ আহিব পাৰিব)।

ক) আত্মসহায় গোটৰ সভানেত্ৰী/সম্পাদিকাৰ বাবে ৪ দিন

গাঁও পঞ্চায়ত পৰ্য্যায়।

বেংক/বেচৰকাৰী সংস্থা সমন্বয়ক/গ্ৰামসেৱক-সেৱিকা/কৃতকাৰ্য্য লাভ কৰা আত্মসহায়ক গোট।

১-৩ মাহ

অৰ্থকৰী আঁচনি নিৰ্বাচনৰ বাবে প্ৰশিক্ষণ।

৪ দিন

উন্নয়ন খণ্ড পৰ্য্যায়

খণ্ড উন্নয়ন বিষয়া/বিভাগীয় বিভাগ/বেংক/বেচৰকাৰী সংস্থা/ক্ৰেতা-বিক্ৰেতা/বিশেষজ্ঞ।

৩-৬ মাহ

বজাৰৰ চাহিদা/কেঁচা সামগ্ৰীৰ যোগান আৰু উৎপাদিত সামগ্ৰীৰ মানদণ্ডৰ ওপৰত নিৰ্ভৰ কৰি সঠিক অৰ্থকৰী আঁচনি গ্ৰহণ।

৭ দিন

উন্নয়ন খণ্ড পৰ্য্যায়

খণ্ড উন্নয়ন বিষয়া/বিভাগীয়‌বিভাগ/বেংক/বেচৰকাৰী সংস্থা/ক্ৰেতা-বিক্ৰেতা/বিশেষজ্ঞ।

৬ মাহৰ পিছত

সবলীকৰণ প্ৰশিক্ষণ

(ছয় মাহৰ ভিতৰত এবাৰত নিৰ্বাচিত)অৰ্থকৰী আঁচনিৰ বিশেষত্বকৰণৰ

প্ৰতি ৬ মাহৰ মূৰে মূৰে

উন্নয়ন খণ্ড পৰ্য্যায়

বিভাগীয়‌বিভাগ/বেচৰকাৰী সংস্থা/বিশেষজ্ঞ।

উৎস: নেডফি

শেহতীয়া উন্নীতকৰণ: : 4/24/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate