অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

সুবাবুল

সুবাবুল

জাত

জাত

ব্যৱধান

সেউজীয়া ঘাঁহ ডাল-পাত( কুই:/হে: )

সেউজীয়াপাত ( কুই:/হে:)

শুকান পাত ( কুই:/হে:)

হাৱাইন-১

১ মি: x ২০ চে:মি:

৮৫০.০০

৮৩.৩৩

৫১.৪১

শচৰাচৰ হোৱা জাত-১

১ মি: x ৩০ চে:মি:

১১২৮.৮৩

১৬২.৫০

৮৭.০৭

 

বীজৰ পৰিমাণ : হেক্টৰে প্ৰতি ৩-৪ কি.গ্রা.৷

বীজ শোধন : ৮০ ডিগ্রী চেন্টিগ্ৰেড উত্তাপ থকা উতলা পানীত বীজবোৰ তিয়াই ললে ভালদৰে অঙ্কুৰিত হয়৷

সাৰ

কি.গ্রা./হেক্টৰ

কি.গ্রা./বিঘা

গোবৰ বা পচন সাৰ

৩ টন

৪ কুই:

নাইট্ৰ'জেন

২০

২.৬৬

ফচফৰাচ

৫০

৬.৬

বীজ সিচা সময় : মাৰ্চ মাহৰ পৰা চেপ্তেম্বৰ মাহলৈকে৷

শস্য কটা

গুৰিৰ ফালৰ পৰা ৬০ চে: মি: উচ্চতা বাদ দি, বীজ সিঁচাৰ ৫০ দিনৰ পিছত প্ৰথমবাৰ শস্য কাটিব লাগে ৷ ইয়াৰ পিছত ৪০ দিনৰ অন্তৰে অন্তৰে দ্বিতীয়বাৰ গুৰিৰ পৰা ৭৫ চে: মি: বাদ দি আৰু তৃতীয়বাৰ ৯০ চে: মি: বাদ দি কাটিব লাগে ৷ তাৰ পিছত প্ৰতিবাৰে গুৰিৰ পৰা ৯০ চে: মি: উচ্চতা বাদ দি ৪০ দিনৰ অন্তৰে অন্তৰে শস্য কাটিব পাৰি৷

উৎস: অসম কৃষি বিশ্ববিদ্যালয়।

3.01694915254
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top