অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

সুবাবুল

সুবাবুল

জাত

জাত

ব্যৱধান

সেউজীয়া ঘাঁহ ডাল-পাত( কুই:/হে: )

সেউজীয়াপাত ( কুই:/হে:)

শুকান পাত ( কুই:/হে:)

হাৱাইন-১

১ মি: x ২০ চে:মি:

৮৫০.০০

৮৩.৩৩

৫১.৪১

শচৰাচৰ হোৱা জাত-১

১ মি: x ৩০ চে:মি:

১১২৮.৮৩

১৬২.৫০

৮৭.০৭

 

বীজৰ পৰিমাণ : হেক্টৰে প্ৰতি ৩-৪ কি.গ্রা.৷

বীজ শোধন : ৮০ ডিগ্রী চেন্টিগ্ৰেড উত্তাপ থকা উতলা পানীত বীজবোৰ তিয়াই ললে ভালদৰে অঙ্কুৰিত হয়৷

সাৰ

কি.গ্রা./হেক্টৰ

কি.গ্রা./বিঘা

গোবৰ বা পচন সাৰ

৩ টন

৪ কুই:

নাইট্ৰ'জেন

২০

২.৬৬

ফচফৰাচ

৫০

৬.৬

বীজ সিচা সময় : মাৰ্চ মাহৰ পৰা চেপ্তেম্বৰ মাহলৈকে৷

শস্য কটা

গুৰিৰ ফালৰ পৰা ৬০ চে: মি: উচ্চতা বাদ দি, বীজ সিঁচাৰ ৫০ দিনৰ পিছত প্ৰথমবাৰ শস্য কাটিব লাগে ৷ ইয়াৰ পিছত ৪০ দিনৰ অন্তৰে অন্তৰে দ্বিতীয়বাৰ গুৰিৰ পৰা ৭৫ চে: মি: বাদ দি আৰু তৃতীয়বাৰ ৯০ চে: মি: বাদ দি কাটিব লাগে ৷ তাৰ পিছত প্ৰতিবাৰে গুৰিৰ পৰা ৯০ চে: মি: উচ্চতা বাদ দি ৪০ দিনৰ অন্তৰে অন্তৰে শস্য কাটিব পাৰি৷

উৎস: অসম কৃষি বিশ্ববিদ্যালয়।

শেহতীয়া উন্নীতকৰণ: : 6/9/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate