মূল পৃষ্ঠা / শিক্ষা / শিশুৰ অধিকাৰ
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

শিশুৰ অধিকাৰ

শিক্ষা হৈছে প্ৰতিজন নাগৰিকৰে মৌলিক অধিকাৰ। প্ৰত্যেকে নিজৰ ইচ্ছাৰে এই শিক্ষা লাভ কৰিব পাৰে। এখন দেশৰ বা এজন ব্যক্তিৰ বিকাশ সম্ভৱ মাত্ৰ শিক্ষাৰ যোগেদি। এই শিতানত শিশুৰ শিক্ষাৰ অধিকাৰৰ বিষয়ে আলোচনা কৰা হৈছে।

মৌলিক আৰু মানৱ অধিকাৰ হিচাপে শিক্ষা
শিক্ষা হৈছে মানুহৰ মৌলিক অধিকাৰ। এখন দেশৰ বা এজন ব্যক্তিৰ বিকাশ সম্ভৱ মাত্ৰ শিক্ষাৰ যোগেদি। এই শিতানত শিশুৰ শিক্ষাৰ অধিকাৰৰ বিষয়ে আলোচনা কৰা হৈছে।
শিশুৰ অধিকাৰৰ সন্মিলন
এই শিতানত শিশুৰ অধিকাৰ সুৰক্ষাৰ বাবে শিশুৰ মাজত সজাগতা সৃষ্টি কৰিব পাৰি, সুস্থ স্বাস্থ্যৰ আৰু সুস্থ মন গঢ়ি তুলি সু-স্বাস্থ্যৰ অধিকাৰী হ’বলৈ শিশুটোক কেনেদৰে মৰমেৰে শিকোৱা হ’ব ইত্যাদি বিষয়সমূহৰ বিষয়ে আলোচনা কৰা হৈছে।
শিশুৰ অধিকাৰ সুৰক্ষাৰ বাবে ৰাষ্ট্ৰীয় আয়োগ
শিশুৰ অধিকাৰ সুৰক্ষাৰ বাবে ৰাষ্ট্ৰীয় আয়োগৰ ভূমিকাৰ বিষয়ে আলোচনা কৰা হৈছে।
শিশু শ্ৰমিক
শিশু শ্ৰমিকৰ সমস্যাই দেশৰ বাবে এটা প্ৰত্যাহ্বান ঠিয় কৰাইছে ৷ এই সমস্যা চম্ভালিবলৈ চৰকাৰে ভালেমান সক্ৰিয় ব্যৱস্থা হাতত লৈছে ৷ এই জটিল সমস্যাটো নিৰক্ষৰতা আৰু দৰিদ্ৰতাৰ সৈতে জড়িত আৰ্থ-সামাজিক সমস্যা ৷ ইয়াক নাইকীয়া কৰিবলৈ সমাজৰ সকলো বৰ্গৰ সংযুক্ত আৰু সকসুৰীয়া প্ৰয়াসৰ প্ৰয়োজন ৷
শিশুৰ ওপৰত নিৰ্যাতন
শিশুৰ ওপৰত অত্যাচাৰ সম্বন্ধে এটা পৰ্য্যালোচনা: ভাৰতত ২০০৭ বৰ্ষত, মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰালয়ে (GOI) পৰিচালনা কৰা এটা পৰ্য্যালোচনাত দৃষ্টিগোচৰ হৈছে যে, বিভিন্ন ধৰণৰ অত্যাচাৰৰ ভিতৰত, ৫-১২ বছৰৰ শিশুসকল সচৰাচৰ অত্যাচাৰত আক্ৰান্ত হয়৷ এই অত্যাচাৰসমূহৰ ভিতৰত শাৰীৰিক, যৌন আৰু মানসিকভাৱে কৰা অত্যাচাৰ অন্যতম৷
ভাৰতৰ সংবিধানৰ বিভিন্ন ধাৰা-উপধাৰা অনুসৰি মৌলিক অধিকাৰ আৰু ৰাষ্ট্ৰনীতিৰ
ৰেলৱে শিশু সকলৰ অধিকাৰ ৰক্ষা কৰা
ৰেলৱে শিশুসকলৰ অধিকাৰ ৰক্ষা কৰা
শিশুৰ পোকচো-ই-বক্স:
শিশুৰ ওপৰত যৌন নিৰ্যাতনৰ এক দৈনিক ঘটনাত পৰিনত হৈছে যিটো বিষয়ে খুব কমসংখ্যক গোচৰহে
পঢ়া-শুনা কৰি আপোনাৰ শিশুটি কি হ’ব?
পঢ়া-শুনা কৰি আপোনাৰ শিশুটি কি হ’ব লিখা হৈছে
দিক্‌ নিৰ্ণায়ক
Back to top