মূল পৃষ্ঠা / কৃষি / নীতি/আঁচনিসমূহ / প্ৰধান মন্ত্ৰীৰ কৃষি চিঁচাই যোজনা :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

প্ৰধান মন্ত্ৰীৰ কৃষি চিঁচাই যোজনা :

প্ৰধান মন্ত্ৰীৰ কৃষি চিঁচাই যোজনাৰ বিষয়ে লিখা হৈছে ।

 

খেতিত সঠিক পৰিমাণত আৰু সঠিক ব্যৱহাৰৰ বাবে কেন্দ্ৰীয় চৰকাৰে ক্ষুদ্ৰ জলসিঞ্চনৰ বাবে এই আঁচনি প্ৰৱৰ্ত্তন কৰিছে। এই আঁচনিৰ অধীনত গছে প্ৰতি টোপাল হিচাবত (Drip)আৰু সিচঁৰিত (Sprinkler) জলসিঞ্চনৰ কৌশল ব্যৱহাৰ কৰা হয়। এই আঁচনি ১ এপ্ৰিল ২০১৫ ইং চনৰ পৰা কাৰ্য্যকৰী কৰা হৈছে। অসমত এই আঁচনি ২০১৪-১৫ চনৰ পৰা ৰুপায়ণ কৰা হৈছে। এই আঁচনিৰ ৫৫% ধন চৰকাৰে বহন কৰাৰ বিপৰীতে ৪৫% ধন কৃষকে বহন কৰিব লাগে।

হিতাধিকাৰীয়ে কেনেকৈ সুবিধা পাব: আগ্ৰহী কৃষকে এই আঁচনিৰ সুবিধা ল’বৰ বাবে স্থানীয় কৃষি বিষয়াৰ জৰিয়তে জিলা কৃষি বিষয়ালৈ আবেদন কৰিব লাগিব। এই আঁচনিৰ সবিশেষ জানিবৰ বাবে-www.pmksy.gov.in website চাব পাৰে।

উৎস: ৰাইজৰ বাতৰি

3.13043478261
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top