মূল পৃষ্ঠা / ই-প্ৰশাসন / গ্ৰাম্য উদ্যমীৰ বাবে সমল / জীৱিকা আৰু কৌশল বিকাশ দিৱস- ৫ মে, ২০১৮ :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

জীৱিকা আৰু কৌশল বিকাশ দিৱস- ৫ মে, ২০১৮ :

জীৱিকা আৰু কৌশল বিকাশ দিৱস- ৫ মে, ২০১৮ ৰ বিষয়ে লিখা হৈছে ।

পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে যোৱা দুবছৰত লাভ কৰা পুৰস্কাৰসমূহ -

*দীন দয়াল উপাধ্যায় গ্ৰামীণ কৌশল যোজনাৰ(ক-বৰ্গ) ক্ষেত্ৰত আগবঢ়োৱা পাৰদৰ্শিতাৰ বাবে শ্ৰেষ্ঠ ৰাজ্যৰ সন্মান- ২০১৭-২০১৮ অসমে লাভ কৰে।

*দীন দয়াল উপাধ্যায় গ্ৰামীণ কৌশল যোজনাৰ অগ্ৰাধিকাৰ ক্ষেত্ৰত প্ৰধান মন্ত্ৰীয়ে আগবঢ়োৱা শ্ৰেষ্ঠ জিলাৰ পাৰদৰ্শিতা পুৰস্কাৰ ২০১৭-২০১৮ ধেমাজি জিলাই লাভ কৰে।

*২০১৭-২০১৮ বৰ্ষত, UCO-RSETI, গোৱালপাৰাৰ উত্তৰ পূৱ আৰু পাৰ্বত্য অঞ্চলৰ ভিতৰত বিশেষ পাৰদৰ্শিতা বঁটা লাভ কৰে।

*চৰাইদেউ জিলাৰ সাপেখাতী উন্নয়ন খণ্ডৰ দীপান্বীতা আত্ম-সহায়ক গোট ২০১৬-২০১৭ বৰ্ষৰ শ্ৰেষ্ঠ ৰাষ্ট্ৰীয় সন্মান লাভ।

*২০১৫-১৬ চনৰ ৰাষ্ট্ৰীয় গ্ৰামীণ জীৱিকা প্ৰশিক্ষণ প্ৰতিষ্ঠান দিৱস উপলক্ষে আগবঢ়োৱা তৃতীয় পুস্কাৰ অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানে RSETI প্ৰতি আগবঢ়োৱা বিশেষ সহায়তাৰ বাবে লাভ কৰে।

*UCO-RSETI, কোকৰাঝাৰ পাৰদৰ্শিতাৰ ২০১৫-১৬ চনৰ ৰাষ্ট্ৰীফ্য গ্ৰামীণ জীৱফিকা প্ৰশিক্ষণ প্ৰ্তিষ্ঠান দিৱস উপলক্ষে আগবঢ়োৱা দ্বিতীয় পুৰস্কাৰ লাভ।

*অসম গ্ৰামীণ বিকাশ বেঙ্ক(AGVB), RSETI, তেজপুৰে গ্ৰামীণ জীৱিকা প্ৰশিক্ষণ বিপ্লৱত আগবঢ়োৱা বিশেষ অৰিহণাৰ বাবে ২০১৫-১৬ চনৰ ৰাষ্ট্ৰীয় গ্ৰামীণ জীৱিকা প্ৰশৈশণ প্ৰ্তিষ্ঠানৰ তৃতীয় পুৰস্কাৰ লাভ।

*প্ৰধান মন্ত্ৰীৰ আৱাস যোজনা-গ্ৰামীণৰ অধীনত বাকী পৰি ৰোৱা গৃহ নিৰ্মাণৰ তালিকাখন ৰূপায়ণৰ বাবে আশানুৰূপভাৱে চূড়ান্ত কৰাৰ বাবে অসমে কেন্দ্ৰীয় চৰকাৰৰ প্ৰশস্তি-পত্ৰ লাভ কৰে।

*তিনিচুকীয়া জিলা পৰিষদৰ ২০১৬-২০১৭ চনৰ দীন দয়াল উপাধ্যায় পঞ্চায়ত সশক্তিকৰণ পুৰস্কাৰ লাভ।

*ধেমাজি জিলাৰ ধেমাজি আঞ্চলিক পঞ্চায়তৰ ২০১৬-২০১৭ চনৰ দীন দয়াল উপাধ্যায় পঞ্চায়ত সশক্তিকৰণ পুৰস্কাৰ লাভ।

*নলবাৰী জিলাৰ পশ্চিম নলবাৰী উন্নয়ন খণ্ডৰ বনগাঁও গাঁও পঞ্চায়তৰ পৰিষ্কাৰ পৰিছন্নতাৰ ক্ষেত্ৰত ২০১৬-২০১৭ চনৰ দীন দয়াল উপাধ্যায় পঞ্চায়ত সশক্তিকৰণ পুৰস্কাৰ লাভ।

*মৰিগাঁও জিলাৰ ভূৰবন্ধা উন্নয়ন খণ্ডৰ কোঁৱৰগাঁও গাঁও পঞ্চায়তৰ পৰিষ্কাৰ ই গৰ্ৱণৰনেন্সৰ ক্ষেত্ৰত ২০১৬-২০১৭ চনৰ দীন দয়াল উপাধ্যায় পঞ্চায়ত সশক্তিকৰণ পুৰস্কাৰ লাভ।

*শিৱসাগৰ জিলাৰ পশ্চিম অভয়পুৰ উন্নয়ন খণ্ডৰ ৰজাপুখুৰী গাঁও পঞ্চায়তৰ ২০১৬-২০১৭ চনৰ দীন দয়াল উপাধ্যায় পঞ্চায়ত সশক্তিকৰণ পুৰস্কাৰ লাভ।

*তিনিচুকীয়া জিলাৰ গুইজান উন্নয়ন খণ্ডৰ বজালতলী গাঁও পঞ্চায়তৰ ২০১৭-২০১৮ চনৰ দীফন দয়াল উপাধ্যায় পঞ্চায়ত সশক্তিকৰণ পুৰস্কাৰ লাভ।

গাওঁ উন্নয়নৰ প্ৰতি দায়ৱদ্ধতা সকলোৰে বাবে সুখ-সমৃদ্ধি।

উৎস: নিয়মীয়া বাৰ্তা

3.03333333333
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top