অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

পদিনাৰ চাটনি

পদিনাৰ চাটনি

উপকৰণ

  • পদিনাৰ পাত ২ মুঠি
  • কেঁচা আম সৰু এটা
  • আদা সৰু এটুকুৰা
  • কেঁচা জলকীয়া ৪/৫ টা
  • নিমখ সোৱাদ অনুযায়ী

প্ৰণালী

প্ৰথমতে পদিনা পাতখিনি ভালদৰে পানীত ধুই ল’ব। আমটো সৰু সৰুকৈ কাটি ল’ব। পদিনাখিনি, আম কেইটুকুৰা, আদা, জলকীয়া আৰু নিমখ আন্দাজমতে দি মিক্সিত ভৰাই দিয়ক। তাৰ পিছত চাটনিখিনি মিক্সিৰ পৰা উলিয়াই দাইল-ভাত নহ’লে ৰুটিৰ লগত পৰিৱেশন কৰক।

গীতাশ্ৰী।

3.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top