অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

মাইক্র’ছফট অফিচ প্রজেক্ট ২০০৭

মাইক্র’ছফট অফিচ প্রজেক্ট স্টেন্ডার্ট ২০০৭ এ আপুনাক এটা যথোপযুক্ত শাসক সৰঞ্জাম দিয়ে লগতে দিয়ে তাৰ সঠিককৈ ব্যৱহাৰ প্রণালী, ক্ষমতা, নমনীয়তা যাতে আপুনি অধিক ভাল ভাবে তথা কার্যকৰী ভাবে প্রজেক্ট বিলাকৰ কাম সম্পন্ন কৰিব পাৰে। আপুনাক এই প্রজেক্ট বিলাকৰ বিষয়ে জাননী দি থকা হয়, ইয়াৰ নিয়ন্ত্রন ক্ষমতা প্রদান কৰা হয়, তাৰ সময় সাৰনী, আর্থিক দিশা, প্রজেক্ট দলটোক এটা নিদির্ষ্ট শাৰীত ৰখা আৰু সর্বোপৰি একীকৰনৰ মাধ্যমে মাইক্র’ছফট অফিচ চিস্টেম প্রগ্রেমৰ সৈতে এটা শক্তিশালী প্রতিবেদন, পৰিকল্পনাৰ উপদেষ্টা আৰু নমনীয় সৰঞ্জামৰ যোগেদি অধিক নির্মানশীল বনোৱা হয়।

এই সংস্কৰনটোক আগৰটোৰ তুলনাত অধিক শক্তিশালী বনাবলৈ কিছুমান নতুন বৈশিষ্ট হ’ল

বিচাৰি পোৱা

দ্রুতভাবে ঠিক কৰা পৰিস্থিতিবিলাকে কামৰ তাৰিখ বিলাক প্রভাবিত কৰে আৰু সহজেই দায়িত্ববোধ সম্পর্কে সচেতন কৰে। টাক্স ড্রাইভাৰচ বিলাকে আপুনাক পৰিস্থিতি বিচাৰ কৰাত সহায় কৰে (যেনে কামৰ নির্ভৰশীলতা, কেলেন্ডাৰ বাধ্যবাধকতা, নিদির্ষ্ট তাৰিখ বা ছুটিৰ সময়) টাক্সত থকা তাৰিখটো আৰম্ভ হলে আপুনি একেলেথাৰিয়ে বহুতো ফল বা পৰিণাম পাব যাৰ ভিতৰত পলম হোৱাৰ প্রকৃত কাৰনটো সোমাই থাকে।

আর্থিক নিয়ন্ত্রণ

বাজেট ফিল্ডৰ দ্বাৰা আপুনি প্রগ্রেমত আৰু প্রজেক্টত বাজেট অনুমোদন কৰিব পাৰে। এই নতুন ‘খৰচ’ সংস্থানটোয়ে আপুনাৰ খৰচ নির্দ্ধাৰন ক্ষমতা বঢ়ায় আনকি তাৰ নিয়ন্ত্রণ আদিৰ প্রতিও নজৰ ৰাখে। অন্যান্য বর্দ্ধিত খৰচ বিলাকৰ ভিতৰত আছে আগতিয়াকৈ তৈয়াৰ হোৱা কিছুমান ক্ষেত্র যেনে খৰচ কোড, যিবিলাক আর্থিক দিশাত সেই প্রজেক্টটোত আপোনাৰ খৰচৰ পদ্ধতিটো পৰিমাপ কৰে।

চার্টিং

এই দার্শন ফলাফল বৈশিষ্ঠ ব্যৱহূত হয় সাধাৰনত মাইক্র’ছফট অফিচ এক্সেল আৰু মাইক্রছফট ভিচিও প্রফেচনালত পিভট টেবুল, চার্ট, গ্রাফ, আৰু প্রজেক্ট ডাটাত ৰেখাচিত্র আদি বনাবলৈ । এজন ব্যৱহাৰকাৰীয়ে অতি সহজেই কাষ্টম ৰির্পোট টেমপ্লেটক বর্ননা কৰিব পাৰে আৰু এই বিলাকক আন আন প্রজেক্ট উইজাৰৰ লগত ভগাই লব পাৰে।

টেমপ্লেটচ

আগতিয়াকৈ পৰি্পূর্ণ হৈ থকা টেমপ্লেটৰ সময়ৰ খৰচ বচাই আপুনাৰটো প্রজ়েক্টটো আৰম্ভ কৰক । আপুনার নিজা কাষ্টম টেমপ্লেট তৈয়াৰ কৰক বা বহুতো নতুনৰ মাজৰ পৰা যিকোনো এটা কামত লগাওক, অফিচ প্রজেক্ট স্টেন্ডার্ট ২০০৭ সৈতে বাকচৰ বাহিৰত থকা টেমপ্লেটক । আপুনি টেমপ্লেট বিলাক মাইক্র’ছফট অফিচ অনলাইনৰ ওয়েবৰ পৰাও ডাউনলোড কৰিব পাৰে।

নিস্পত্তি কৰণ

বেগাবেগিকৈ এবাৰ প্রজেক্ট গাইডৰ সৈতে প্রজেক্ট মেনেজমেন্ট পদ্ধতিটো আয়ত্ত কৰক, প্রতি খোঁজে খোঁজে, মিথক্রিয় সহায়তাবিলাকৰ ক্ষেত্রত যিবিলাকে আপুনাক প্রজেক্ট তৈয়াৰ কৰাৰ ক্ষেত্রত সাহায্য কৰে, কার্য আৰু সংস্থান চম্ভালে আৰু প্রজেক্টৰ ফলাফলৰ বিষয়ে জাননী দিয়ে।

উৎস: ভাষা ইণ্ডিয়া।

শেহতীয়া উন্নীতকৰণ: : 6/21/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate