অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

সঁজুলিৰ অভিযোজন

সঁজুলিৰ অভিযোজন

মাইক্ৰ’ছফটে মুকলি কৰি দিছে HTML5Labs.comত এটা  W3C ডিভাইচৰ অৰিয়েণ্টেচেন ইভেণ্টৰ প্ৰ’ট’টাইপ কাৰ্যকৰী স্পেচিফিকেচন ড্ৰাফট। এই স্পেচিফিকেচনত সুত্ৰায়িত কৰা হৈছে এক নতুন ডি অ’ এম কাৰ্য যিয়ে এক সঁজুলিৰ ভৌতিক অভিযোজন আৰু গতি সম্বন্ধীয় তথ্য। এই এ পি আইসমূহে আধুনিৰ সঁজুলিৰ সংবেদনেৰে ৱেব ডেভেলপাৰসকলে সহজতে অতি উন্নত ফলাফল প্ৰদান কৰিব পাৰিব উন্নত ৱেব ব্যৱহাৰকাৰীসকলক।

ডিভাইচ অৰিয়েণ্টেচন এ পি আইসমূহৰ দ্বাৰা, ডেভেলপাৰসকলে নতুন ইনপুট পদ্ধতি উদ্ভাৱন কৰিব পাৰিব গেমসমূহৰ বাবে, নতুন সঞ্চালনৰ ব্যৱহাৰ, যেনে—‘স্ক্ৰীণ ছাফা কৰিবলৈ জোকাৰক’, ‘জুম কৰিবলৈ টিল্ট কৰক’ আদিও ব্যৱহাৰ কৰিব পাৰিব। এই প্ৰট’টাইপ ইন্সটলেচনত সংযুক্ত হৈছে এ নমুনা গেম যাতে এ পি আই সম্বন্ধে ধাৰণা এটা গঢ় লৈ উঠে।

এই ডেটা অৰিয়েণ্টেচন এটিপিয়ে উন্মুক্ত কৰি দিয়ে দুই ধৰণৰ ছেন্সৰ ডেটা: অৰিয়েণ্টেচন আৰু ম’ছন।

ডিভাইচ অৰিয়েণ্টেচন এ পি আই-এ দুটা সুকীয়া ধৰণ সংবেদী তথ্য উন্মোচন কৰিছে, অভিযোজন আৰু গতি। যেতিয়া এক সঁজুলিৰ ভৌতিক অভিযোজন সলনি হয়, সঁজুলিৰ অভিযোজন আৰম্ভ হয় উইণ্ড’ত। ই আলফা, বিটা আৰু গামা কোণত তথ্য প্ৰদান কৰে যিবোৰ সাধাৰণতে ডিগ্ৰীত প্ৰকাশ কৰা হয়।

হ’ষ্টিং ডিভাইছৰ ভৌতিক অভিযোজন আৰু গতি লাভৰ বাবে এই স্পেচিফিকেশ্যনে প্ৰদান কৰে কেইবাটাও নতুন ডিঅ’এম ইভেণ্ট। তথ্যৰ সাধাৰণ উত্সৰ ভিতৰত আছে জাইৰ’স্ক’প, কম্পাছ আৰু এচেলেৰ’মিটাৰ।

প্ৰথম ডিঅ’এম ইভেণ্ট প্ৰদান কৰা হয় এই বিৱৰণৰ দ্বাৰা, deviceorientation-এ ডিভাইচৰ ভৌতিক অভিযোজন প্ৰদান কৰে, প্ৰকাশ কৰে স্থানীয় সমন্বয় ফ্ৰেমৰ ৰোটেশ্বনৰপৰা এক ক্ৰম হিচাপে ।

দ্বিতীয় ডিঅ’এম ইভেণ্টে প্ৰদান কৰে এই বিৱৰণৰ দ্বাৰা, devicemotion -এ প্ৰদান কৰে ডিভাইচৰ ত্বৰণ, ডিভাইচটোত সংজ্ঞায়িত কোঅৰ্ডিনেচন ফ্ৰেমৰ দ্বাৰা কাৰ্টেছিয়ান কোঅৰ্ডিনেটৰ জৰিয়তে প্ৰকাশ কৰে।

অৱশেষত, এই বিৱৰণে প্ৰদান কৰে এক compassneedscalibration ডিঅ’এম ইভেণ্ট, যাক ৱেবছাইটসমূহক এই তথ্য প্ৰদান কৰাৰ বাবে ব্যৱহাৰ কৰা হয় যে ওপৰত উল্লেখ কৰা কোনো ডেটা প্ৰদান কৰাৰ বাবে এক কম্পাছ ব্যৱহাৰ কৰা হৈছে আৰু কেলিব্ৰেচনৰ প্ৰয়োজন আছে।

যেতিয়া এটা আহিলা ঘূৰোৱা হয় বা স্থানান্তৰিত কৰা হয়, তেতিয়াই সঁজুলিৰ গতি কাৰ্য উইণ্ড’ত সক্ৰিয় হৈ উঠে আৰু সঁজুলিটোত মাধ্যাকৰ্ষণৰ প্ৰভাৱ অথবা প্ৰভাৱহীনতা উভয়তেই ত্বৰিত হ’বলৈ আৰম্ভ কৰে। x, y আৰু z অক্ষত মিটাৰ/ছেকেণ্ড2 হাৰত প্ৰকাশ কৰা হয়। পৰিৱৰ্তনৰ হাৰ আলফা, বিটা আৰু গামা ঘূৰ্ণন কোণত নিৰ্দেশ কৰা হয়।


কম্পাচ হেডিং পাবৰ বাবে, সাধাৰণভাৱে ৩৬০ ডিগ্ৰীৰপৰা alpha বিয়োগ কৰিব লাগিব। আহিলাটো আনুভূমিক তলত থোৱাৰ সময়ত, কম্পাছ হেডিং হ’ব (৩৬০-alpha)

এজন ব্যৱহাৰকাৰীয়ে ডিভাইচটো হাতত লৈ স্ক্ৰীণ উলম্ব তলত ৰাখিছে আৰু স্ক্ৰীণৰ ওপৰ অংশ ওপৰমুৱাকৈ ৰাখিছে। এনে ক্ষেত্ৰত betaৰ মান হৈছে ৯০, alpha আৰু gammaৰ মান অনুসৰি।

এই প্ৰট’টাইপ  HTML5Labsৰ পৰা ডাউনলোড কৰিব পাৰি। এই প্ৰ’টাইপৰ বাবে প্ৰয়োজন এক উইণ্ড’জ ৮-এ সহায় কৰা ইক্সিলাৰ’মিটাৰ সংবেদক সংযোগী সঁজুলিত ইণ্টাৰনেট এক্সপ্ল’ৰাৰ ১০। এই প্ৰট’টাইপ কৰ্ম হৈছে ডেস্কটপৰ ইণ্টাৰনেট এক্সপ্ল’ৰাৰত এক সংযোজন যিয়ে এ পি আই-ৰ পোনপটীয়া দৃষ্টিকোণ লাভ কৰিব পাৰে। এই প্ৰট’টাইপেৰে নিজৰ পৃষ্ঠা প্ৰস্তুত কৰিবলৈ ব্যৱহাৰকাৰীয়ে প্ৰট’টাইপ ইন্সটল কৰিব লাগিব আৰু  DeviceOrientation.js স্ক্ৰীপ্ট ফাইলৰ প্ৰসংগ সংলগ্ন কৰিব লাগিব।

উৎস: ভাষা ইণ্ডিয়া

শেহতীয়া উন্নীতকৰণ: : 6/21/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate