অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

জলপানি

জলপানি

আসাম ফাউণ্ডেচন অৱ নৰ্থ আমেৰিকাৰ(আফনা) উদ্যোগত কৌশিক দাস মেম’ৰিয়েল কলেজ জলপানি
আসাম ফাউণ্ডেচন অৱ নৰ্থ আমেৰিকা চমূকৈ আফনাৰ এক ব্যতিক্ৰমী প্ৰয়াস একাডেমীকচে আৰ্থিকভাৱে দুৰ্বল আৰু মেধাৱী তথা সম্ভাৱণাপূৰ্ণ ছাত্ৰ-ছাত্ৰীসকললৈ শৈক্ষিক জলপানী আগবঢ়োৱাৰ লগতে এই ছাত্ৰ-ছাত্ৰীসকলক বিনা আৰ্থিক প্ৰতিদ্বন্দীতাৰে আগবাঢ়ি যোৱাত সহায় কৰিব।
উচ্চ শিক্ষাৰ বাবে জলপানিৰ সুবিধা
উচ্চ শিক্ষাৰ বাবে জলপানিৰ সুবিধা
অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ জলপানি আঁচনি
অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ জলপানি আঁচনি
Back to top