অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ভাৰতবৰ্ষৰ বিচিত্ৰ তথ্য

ভাৰতবৰ্ষৰ বিচিত্ৰ তথ্য সমন্ধীয় কুইজ

 

১) প্ৰশ্ন : ভাৰতবৰ্ষৰ নাম ইণ্ডিয়া কিয় হ’ল?

উত্তৰ : প্ৰাচীন কালত গ্ৰীক বণিক সকলে আমাৰ দেশৰ সিন্ধু নদীৰ পাৰত ব্যৱসায় কৰিবলৈ আহিছিল। তেওঁলোকে সিন্ধুক ইণ্ডাচ বুলি কৈছিল। এই ইণ্ডাচ শব্দৰ পৰাই কালক্ৰমত ইণ্ডিয়া নামটো আহিছে।

২) প্ৰশ্ন : ভাৰতৰ নাম হিন্দুস্থান কেনেকৈ হ’ল?

উত্তৰ : অতীত ইৰাণ দেশৰ লোক সকলে আমাৰ দেশৰ সিন্ধু নদীক হিন্দু নদী বুলি উচ্চাৰণ কৰিছিল। সেয়ে, সিন্ধু নদীৰ আশে পাশে থকা অঞ্চল হিন্দুস্থান নামেৰে পৰিচিত হ’ল।

৩) প্ৰশ্ন : কোন জন ইংৰাজ প্ৰথম ভাৰতলৈ আহিছিল?

উত্তৰ : টমাচ ষ্টিফেনচন।

৪) প্ৰশ্ন : ভাৰতত সৰ্বমুঠ কিমান ডাকঘৰ আছে?

উত্তৰ : ১,৩৯,৯৫০ টা।

৫) প্ৰশ্ন : ভাৰতৰ সংবিধানত মুঠ কেইটা ধাৰা আছে?

উত্তৰ : ৩৯৬ টা আৰু ৯ টা পৰিচ্ছদ।

৬) প্ৰশ্ন : ভাৰতৰ কোন ঠাইত প্ৰথম ক্ৰিকেট খেলা আৰম্ভ হয়?

উত্তৰ : ১৮৪৮ চনত, মুম্বাইত।

৭) প্ৰশ্ন : ভাৰতত দূৰদৰ্শন কেন্দ্ৰ প্ৰথমে ক’ত আৰু কেতিয়া প্ৰতিষ্ঠা কৰা হয়?

উত্তৰ : ১৯৫৯ চনত, নতুন দিল্লীত।

৮) প্ৰশ্ন : ভাৰতত প্ৰথম দুমহলীয়া ৰেল কেতিয়া চলোৱা হয়?

উত্তৰ : সিংহগড় এক্সপ্ৰেছ (মুম্বাইৰ পৰা পুনালৈ) ১৯৭৮ চনৰ ১২ এপ্ৰিলত।

৯) প্ৰশ্ন : ভাৰতৰ সৰ্বাধিক ব্যস্ত ৰেল ষ্টেচন কোনটো?

উত্তৰ : শিয়ালদহ।

১০) প্ৰশ্ন : ভাৰতত প্ৰতি হাজাৰত মৃত্যুৰ সংখ্যা কিমান?

উত্তৰ : ১৪.৮ শতাংশ।

১১) প্ৰশ্ন : আমাৰ দেশৰ নাম ভাৰতবৰ্ষ কেনেকৈ হ’ল?

উত্তৰ : প্ৰাচীন কালত আমাৰ দেশৰ নাম আছিল জম্বু দ্বীপ। পুৰণি কালত এই দেশত ৰাজত্ব কৰা ভৰত নামৰ ৰজা জনৰ নামেৰেই এই দেশৰ নাম হয় ভাৰতবৰ্ষ।

১২) প্ৰশ্ন : ভাৰতৰ কোন ঠাইত কেতিয়াৰে পৰা বেকাৰ ভাত্তা দিয়াৰ প্ৰথা প্ৰচলন কৰা হয়?

উত্তৰ : ১৯৭৮ চনৰ ১ এপ্ৰিলৰ পৰা, পশ্চিমবঙ্গত।

১৩) প্ৰশ্ন : ভাৰতৰ প্ৰথম গৰাকী অৰ্থ মন্ত্ৰীৰ নাম কি?

উত্তৰ : শচীন চৌধুৰী।

১৪) প্ৰশ্ন : ভাৰতৰ সংবিধান মুখ্য প্ৰণেতাৰ নাম কি?

উত্তৰ : ড° বি আৰ আম্বেদকাৰ।

১৫) প্ৰশ্ন : চিপাহী বিদ্ৰোহৰ প্ৰথম শ্বহীদ কোন?

উত্তৰ : মাঙ্গল পাণ্ডে।

১৬) প্ৰশ্ন : ভাৰতৰ কোনটো মন্দিৰৰ মূৰ্তি প্ৰতি বছৰে বজ্ৰপাতত নষ্ট হৈ যায় আৰু প্ৰতি বছৰেই নতুনকৈ নিৰ্মাণ কৰা হয়?

উত্তৰ : কুলু উপত্যকাৰ মহাদেৱৰ মন্দিৰ। এই মন্দিৰৰ সন্মুখত ৰঙা ৰঙৰ এটি ৬ ফুট ওখ মাস্তুল আছে। যি মস্তুলটোৱে প্ৰতি বছৰেই বজ্ৰ আকৰ্ষণ কৰে আৰু মন্দিৰৰ ভিতৰৰ মহাদেৱৰ মূতিটো ভাঙি চূৰ্ণ-বিচূৰ্ণ হৈ যায়। পিচে প্ৰতি বছৰেই মহাদেৱৰ মূৰ্তি ঔনৰ নিৰ্মাণ কৰি লোৱা হয়।

১৭) প্ৰশ্ন : আগ্ৰাৰ তাজ মহল কেতিয়া নিৰ্মাণ কৰা হৈছিল?

উত্তৰ : ১৭৫৪ চনত।

১৮) প্ৰশ্ন : হাওড়া আৰু মুম্বাইৰ মাজত চলাচল কৰি থকা দ্ৰুতগতিৰ ৰেল খনৰ নাম কি?

উত্তৰ : গীতাঞ্জলি এক্সপ্ৰেছ।

১৯) প্ৰশ্ন : ভাৰতৰ কোন ঠাইত ৰকেট উৎপাদন কৰা হয়?

উত্তৰ : থুম্বা (কেৰালা)।

২০) প্ৰশ্ন : ভাৰতৰ ডাক টিকট ক’ত চপা কৰা হয়?

উত্তৰ : নাচিকত (মহাৰাষ্ট্ৰ)।

২১) প্ৰশ্ন : ভাৰতৰ দীৰ্ঘতম ৰেল বিভাগ কোনটো?

উত্তৰ : দক্ষিণ ৰেলবিভাগ।

২২) প্ৰশ্ন : ভাৰতৰ কোন ৰাজ্যত পুৰুষৰ সংখ্যা বেছি?

উত্তৰ : পূব পাঞ্জাৱত।

২৩) প্ৰশ্ন : ভাৰতৰ কোন ৰাজ্যত নাৰীৰ সংখ্যা বেছি?

উত্তৰ : কেৰেলা আৰু ছিকিমত।

২৪) প্ৰশ্ন : ভাৰতৰ কোন মন্দিৰৰ প্ৰণামীৰ অৰ্থ (টকা-পইচা) ৰাজ্যৰ উন্নয়নৰ কামত ব্যৱহাৰ কৰা হয়?

উত্তৰ : অন্ধ্ৰ প্ৰদেশৰ তিৰুপতি মন্দিৰৰ ভক্ত সকলে দিয়া প্ৰণামীৰ পইচা অন্ধ্ৰ প্ৰদেশৰ উন্নয়নৰ কামত ব্যৱহাৰ কৰা হয়।

২৫) প্ৰশ্ন : ভাৰতত কেতিয়াৰে পৰা দশমিক মুদ্ৰা আৰু মেট্ৰিক পদ্ধতিৰ ওজন প্ৰচলন কৰা হয়?

উত্তৰ : ১৯৫৭ চনৰ, ১ এপ্ৰিলৰ পৰা।

 

উৎস : কাৰেণ্ট GK আৰু অসম কুইজ।

 

 

 

 

ভাৰতৰ প্ৰধান মন্ত্ৰী সকল

নাম

কাৰ্যকাল

জৱাহৰলাল নেহৰু

১৫-০৮-১৯৪৭ – ২৭-০৫-১৯৬৪

গুলজাৰীলাল নন্দ (তত্বাৱধায়ক)

২৭-০৫-১৯৬৪ – ০৯-০৬-১৯৬৪

লালবাহাদুৰ শাস্ত্ৰী

০৯-০৬-১৯৬৪ – ১১-০১-১৯৬৬

গুলজাৰীলাল নন্দ (তত্বাৱধায়ক)

১১-০১-১৯৬৬ – ২৪-০১-১৯৬৬

ইন্দিৰা গান্ধী

২৪-০১-১৯৬৬ – ২২-০৩-১৯৭৭

মোৰাৰজী দেশাই

০১-০৪-১৯৭৭ – ২১-০৭১৯৭৯

চৰণ সিং

২১-০৭-১৯৭৯ – ২০-০৮-১৯৭৯

চৰণ সিং

২১-০৮-১৯৭৯ – ১৪-০১-১৯৮০

ইন্দিৰা গান্ধী

১৪-০১-১৯৮০ – ৩১-১০-১৯৮৪

ৰাজীৱ গান্ধী

৩১-১০-১৯৮৪ – ০১-১২-১৯৮৯

বিশ্বনাথ প্ৰতাম সিং

০৮-১১-১৯৮৯ – ০৯-১২-১৯৯০

শ্ৰী চন্দ্ৰশেখৰ

১০-১১-১৯৯০ – ২১-০৬-১৯৯১

পি. ভি. নৰসিংহ ৰাও

২১-০৬-১৯৯১ – ১৬-০৫-১৯৯৬

অটল বিহাৰী বাজপেয়ী

১৬-০৫-১৯৯৬ – ২৮-০৫-১৯৯৬

এইচ ডি দেৱগৌড়া

০১-০৬-১৯৯৬ – ২১-০৪-১৯৯৭

ইন্দ্ৰকুমাৰ গুজৰাল

২১-০৪-১৯৯৮ – ১৮-০৩-১৯৯৮

অটল বিহাৰী বাজপেয়ী

১৯-০৩-১৯৯৮ – ১৭-০৪-১৯৯৯

ড° মনমোহন সিং

১৯৯৯ – ২০০৪

ড° মনমোহন সিং

২০০৪ – ২০১০

ড° মনমোহন সিং

২০১০ - ২০১৫

নৰেন্দ্ৰ মোদী

২০১৫ - বৰ্তমান লৈকে

 

  • ভাৰতৰ ৰাষ্ট্ৰপতি

ড° ৰাজেন্দ্ৰ প্ৰসাদ

১৯৫০ - ১৯৬২

ড° এছ ৰাধাকৃষ্ণণ

১৯৬২ – ১৯৬৭

ড° জাকিৰ হুছেইন

১৯৬৭ – ১৯৬৯

ভি. ভি. গিৰি

১৯৬৯ – ১৯৭৪

ফকৰুদ্দিন আলি আহমেদ

১৯৭৪ – ১৯৭৭

নীলম সঞ্জীৱ ৰেড্ডি

১৯৭৭ – ১৯৮২

জ্ঞানী জাইল সিং

১৯৮২ – ১৯৮৭

ৰামস্বামী ভেঙ্কটৰমন

১৯৮৭ – ১৯৯২

ড° শঙ্কৰদয়াল শৰ্মা

১৯৯২ – ১৯৯৭

কে. আৰ. নাৰায়নন

১৯৯৭ – ২০০২

এ. পি. জে আব্দুল কালাম

২০০২ – ২০০৭

প্ৰতিভা সিং পাতিল

২০০৭ – ২০১২

প্ৰণৱ মুখাৰ্জি

২০১২ – বৰ্তমান লৈকে।

 

  • ভাৰতৰ দীৰ্ঘতম

দীৰ্ঘতম নদী

গঙ্গানদী

২৫১০ কিঃ মিঃ

দীৰ্ঘতম ৰেলপথ

উত্তৰ ৰেলপথ

 

দীৰ্ঘতম সুৰঙ্গ পথ

জৱাহৰ টানেল

৩ কিঃ মিঃ

দীৰ্ঘতম ৰাজ পথ

গ্ৰেণ্ড ট্ৰাঙ্ক ৰোড

২,৪০০ কিঃ মিঃ

দীৰ্ঘতম বান্ধ

হীৰাকুণ্ড

৭৫,৭৪৮ ফুট

দীৰ্ঘতম ৰেল দলং

শোন ব্ৰীজ

১০,০৪৪ কিঃ মিঃ

দীৰ্ঘতম খাল

বিকানীৰ খাল

১২৮ কিঃ মিঃ

দীৰ্ঘতম পকী দলং

ফাৰাক্কা দলং

 

দীৰ্ঘতম ৰেলৱে প্লেটফৰ্ম

খড়গপুৰ

২,৭৩৩ ফুট

দীৰ্ঘতম বাৰান্দা

ৰামেশ্বৰম মন্দিৰ

৪৭০০ ফুট

দীৰ্ঘতম ওলোমা দলং

ৰবীন্দ্ৰ সেতু (হাওৰা)

 

দীৰ্ঘতম ৰোপওৱে দলং

বিদ্যাসাগৰ সেতু (হাওৰা)

 

দীৰ্ঘতম ময়দান

গড়ৰ মঠ

(কলকাতা)

দীৰ্ঘতম সমুদ্ৰ সৈকত

গুজৰাটত

 

দীৰ্ঘতম তটভূমি

অন্ধ্ৰ প্ৰদেশ ৰাজ্যত

 

দীৰ্ঘতম জিলা

শ্বিশাখাপট্টনম

অন্ধ্ৰ প্ৰদেশ

দীৰ্ঘতম নদী দলং

ঢলা-শদিয়া দলং

ঢলা

 

  • ভাৰতৰ বৃহত্তম

বৃহত্তম হ্ৰদ

উলাৰ

কাশ্মীৰ

বৃহত্তম ব-দ্বীপ

গাঙ্গেয় ব-দ্বীপ বা সুন্দৰ বন

 

বৃহত্তম মহানগৰ

মুম্বাই

মহাৰাষ্ট্ৰ

বৃহত্তম গম্বুজ

গোল গম্বুজ

বিজাপুৰ

বৃহত্তম ৰেল ষ্টেছন

ভিক্টোৰিয়া টাৰমিনাচ

মুম্বাই

বৃহত্তম মন্দিৰ

মীনাক্ষী মন্দিৰ

তামিলনাডু

বৃহত্তম গুহা

ইলোৰা

মহাৰাষ্ট্ৰ

বৃহত্তম যাদুঘৰ

ভাৰতীয় যাদুঘৰ

কলকাতা

বৃহত্তম সমাধি সৌধ

তাজমহল

আগ্ৰা

বৃহত্তম পশুমেলা

শোনপুৰ

বিহাৰ

বৃহত্তম চিৰিয়াখানা

আলিপুৰ

কলকাতা

বৃহত্তম বিমান বন্দৰ

শিবাজী আন্তৰ্জাতিক বিমান বন্দৰ

মুম্বাই

বৃহত্তম পৰ্বতমালা

হিমালয়

 

বৃহত্তম ইস্পাত কাৰখানা

টাটা আইৰণ এণ্ড ষ্টীল

জামছেদপুৰ, ঝাৰখণ্ড

বৃহত্তম উদ্ভিদ উদ্যান

বোটানিকেল গাৰ্ডেন

হাওৰা, শিৱপুৰ

বৃহত্তম মৰুভুমি

থৰ মৰুভুমি (২৬,০০০ কিঃ মিঃ)

ৰাজস্থান

বৃহত্তম ৰাজ্য

ৰাজস্থান

 

বৃহত্তম দ্বীপপুঞ্জ

আন্দামান-নিকোবৰ দ্বীপপুঞ্জ

 

বৃহত্তম মহাসাগৰ

ভাৰত মহাসাগৰ ৭৩,৪৩০,০০০ কিঃমিঃ

 

বৃহত্তম ৰাজ্য

উত্তৰ প্ৰদেশ

জনসংখ্যাত

বৃহত্তম মছজিদ

জুম্মা মছজিদ

দিল্লী

বৃহত্তম পানীৰ টেঙ্ক

টালা টেংক

কলকাতা

বৃহত্তম বিশ্ববিদ্যালয়

বেনাৰস হিন্দু বিশ্ববিদ্যালয় আৰু কলকাতা বিশ্ববিদ্যালয়

 

বৃহত্তম গ্ৰন্থাগাৰ

ন্যাশনাল লাইব্ৰেৰী

কলকাতা

বৃহত্তম তৈলখনি

বোম্বে হাইওৱে

মুম্বাই

বৃহত্তম ৰেলষ্টেচন

শিয়ালদহ

 

বৃহত্তম সাৰ কাৰখানা

সিন্ধ্ৰি

 

বৃহত্তম সংশোধনাগাৰ

তিহাৰ জেল

দিল্লী

বৃহত্তম গুৰুদুৱাৰ

স্বৰ্ণ মন্দিৰ

অমৃতসৰ

 

  • ভাৰতৰ উচ্চতম

উচ্চতম মিনাৰ

কুতুব মিনাৰ (১৮৮ ফুট)

দিল্লী

উচ্চতম স্তুপ

সাঁচী স্তুপ

মধ্য প্ৰদেশ

উচ্চতম বান্ধ

ভাক্ৰা নাঙ্গল (৭৪০ ফুট)

পঞ্জাৱ

উচ্চতম দুৱাৰ

বুলণ্ড দৰওৱাজা

ফতেহপুৰ চিক্ৰি

উচ্চতম ৰেল ষ্টেচন

ঘুম

দাৰ্জিলিং

উচ্চতম পৰ্বত শৃঙ্গ

গডউইন অষ্টিন K2 (২৮,২৫০ ফুট)

 

পৃথিৱীৰ উচ্চতম পৰ্বতমালা

এভাৰেষ্ট (২৯,০২৮ ফুট)

নেপাল

উচ্চতম স্তম্ভ

জলন্ধৰৰ টিভি টাৱাৰ

পঞ্জাৱ

উচ্চতম ধাতু নিৰ্মিত স্তম্ভ

অশোক স্তম্ভ

দিল্লী

উচ্চতম মূৰ্তি

গোমতেশ্বৰ

কৰ্ণাটক

উচ্চতম গিৰিপথ

কাৰ্গিল

জম্মু আৰু কাশ্মীৰ

উচ্চতম বিমান বন্দৰ

চসুল

লাডাখ

 

  • ভাৰতৰ প্ৰথম

ভাৰতৰ প্ৰথম ইংৰাজ গৱৰ্ণ জেনেৰেল

ওৱানেৰ হেষ্টিংচ।

ভাৰতৰ প্ৰথম ছপাখানা

ইং ১৭৭২ চনত মাদ্ৰাজত স্থাপিত।

ভাৰতৰ প্ৰথম কলেজ

ফৰ্ট উইলিয়াম কলেজ, কলকাতা।

ভাৰতৰ প্ৰথম মেডিকেল কলেজ

বেঙ্গল মেডিকেল কলেজ (১৮৩৫) খ্ৰীঃ।

ভাৰতৰ প্ৰথম মহিলা কলেজ

বেথুন কলেজ, কলকাতা।

ভাৰতৰ প্ৰথম সবাক চলচ্চিত্ৰ

‘আলম আৰা’ (ইং ১৯৩১)

ভাৰতৰ প্ৰথম কৃত্ৰিম উপগ্ৰহ

আৰ্যভট্ট।

ভাৰতৰ প্ৰথম ডাকঘৰ

কলকাতা, ইং ১৮৫৪।

ভাৰতৰ প্ৰথম দূৰদৰ্শন কেন্দ্ৰ

দিল্লী, ১৫/০৯/১৯৫৯

ভাৰতৰ প্ৰথম তাৰকা গৃহ

বিৰলা প্লেনেটৰিয়াম, কলকাতা ১৯৬২

স্বাধীন ভাৰতৰ প্ৰথম গৱৰ্ণৰ জেনেৰেল

লৰ্ড মাউণ্টবেটেন।

স্বাধীন ভাৰতৰ প্ৰথম মুখ্য ন্যায়ধীশ

এইচ এ জে কনিয়া

স্বাধীন ভাৰতৰ প্ৰথম সেনাধক্ষ্য

জেনেৰেল কে এম কেৰিয়াপ্পা

ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি

ড° ৰাজেন্দ্ৰ প্ৰসাদ

স্বাধীন ভাৰতৰ প্ৰথম প্ৰধান মন্ত্ৰী

পণ্ডিত জৱাহৰলাল নেহৰু

ভাৰতৰ প্ৰথম মহাকাশচাৰী

ৰাকেশ শৰ্মা (১৯৮৪)

ভাৰতৰ প্ৰথম চাৰ্কাচ

চাত্ৰে চাৰ্কাচ ১৮৮১।

ভাৰতৰ প্ৰথম চলচ্চিত্ৰ পৰিচালক

দাদা চাহেব ফাল্কে।

ভাৰতৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী

সুচেতা কৃপালিনী (উত্তৰ প্ৰদেশ, ১৯৬৩-৬৭)

ভাৰতৰ প্ৰথম মহিলা ৰাজ্যপাল

সৰোজিনী নাইডু (উত্তৰ প্ৰদেশ, ১৯৪৭-৪৯)

ভাৰতৰ প্ৰথম ৰেলপথ

‘মুম্বাই থানে’ ৰেলপথ (মাত্ৰ ৩৩৩৪ কিঃ মিঃ)

ভাৰতৰ প্ৰথম মহিলা প্ৰধান মন্ত্ৰী

ইন্দিৰা গান্ধী

ভাৰতৰ প্ৰথম ষ্টেট ক্ৰিকেট খেলুৱৈ

ৰঞ্জিত সিং

স্বাধীন ভাৰতৰ প্ৰথম ভাৰতীয় গৱৰ্ণৰ জেনেৰেল

চক্ৰৱৰ্তী ৰাজাগোপালাচাৰী

ভাৰতৰ প্ৰথম নবেল বঁটা বিজয়ী

কবিগুৰু ৰবীন্দ্ৰ নাথ ঠাকুৰ , ১৯১৩

ভাৰতৰ প্ৰথম আই আই টি

খড়গপুৰ, পশ্চিমবঙ্গ

স্বাধীন ভাৰতৰ প্ৰথম ফিল্ড মাশ্বাল

এচ এইচ এফ জে মানেকশ্ব।

 

  • পৃথিৱীৰ বৃহত্তম, দীৰ্ঘতম আৰু উচ্চতম

বৃহত্তম মহাদেশ

এছিয়া – ৪১,৬৬৭,৭২০ বৰ্গ কিঃ মিঃ

বৃহত্তম মহাসাগৰ

প্ৰশান্ত মহাসাগৰ – ১৬৬,২৪০,০০০ বৰ্গ কিঃ মিঃ

বৃহত্তম দেশ

ৰাছিয়া – ১৭,০৭৫,০০০ বৰ্গ কিঃ মিঃ

বৃহত্তম জলপ্ৰপাত

গুয়েইবা (ব্ৰাজিল) – ১৩,৩০০ কিউবিক মিঃ (জনপ্ৰবাহ)

বৃহত্তম উপসাগৰ

মেক্সিকো উপসাগৰ

বৃহত্তম মৰুভুমি

চাহাৰা (দঃ আফ্ৰিকা)

বৃহত্তম প্ৰাসাদ

ভেটিকান (ৰোম)

বৃহত্তম ব-দ্বীপ

সুন্দৰবন (ভাৰত)

বৃহত্তম নদী দ্বীপ

মাজুলী (অসম, ভাৰত)

বৃহত্তম মঠ

ভুবুং (তিব্বত)

বৃহত্তম হ্ৰদ

কাস্পিয়ান সাগৰ

বৃহত্তম দ্বীপপুঞ্জ

ইন্দোনেচিয়া

বৃহত্তম দ্বীপ

গ্ৰীণলেণ্ড

বৃহত্তম ওলমা দলং

ভেৰাজানো (নিউ ইয়ৰ্ক)

বৃহত্তম গুহা

গুফাৰ বাৰ্জাৰ (ফ্ৰান্স)

বৃহত্তম বেংক

বেংক অৱ আমেৰিকা

বৃহত্তম বান্ধ

নুৰেক (ৰাছিয়া)  (উচ্চতাত)

বৃহত্তম ঘণ্টা

মস্কোৰ পিতলৰ ঘণ্টা (২০০ টন)

বৃহত্তম দূৰবীন

কেলিফৰ্ণিয়াৰ মাউণ্ট পালোমাৰৰ দূৰবীন।

বৃহত্তম গম্বুজ

পিট্‌চবাৰ্গ (আমেৰিকা)

বৃহত্তম টেঙ্ক

টালা টেঙ্ক (কলকাতা, ভাৰত)

বৃহত্তম চিৰিয়াখানা

এতোছা ৰিজাৰ্ভ

বৃহত্তম তোৰণ

আইফেল টাওৱাৰ (পেৰিচ)

বৃহত্তম মূৰ্তি

ষ্টেচু অৱ লিকৰ্টি (আমেৰিকা)

বৃহত্তম সোৱাদযুক্ত পানীৰ হ্ৰদ

চুপেৰিয়ৰ হ্ৰদ (আমেৰিকা)

বৃহত্তম হীৰাৰ খনি

কিম্বৰ্লি (দঃ আফ্ৰিকা)

বৃহত্তম বৃক্ষ

ৰেডউড (কেলিফৰ্ণিয়া) (আয়তনত)

বৃহত্তম বৃক্ষ

হাওয়াৰ্ড লিবি (কেলিফৰ্ণিয়া) (উচ্চতাত)

বৃহত্তম হ্ৰদ

বৈকাল হ্ৰদ (ৰাছিয়া) (গভীৰতাত)

বৃহত্তম সাগৰ

মালয় সাগৰ (৮১,৪৩,১০০ বৰ্গ কিঃ মিঃ)

বৃহত্তম আগ্নেয়গিৰি

টুপুনগেটো (চিলি)

বৃহত্তম জলপ্ৰপাত

ভেনেজুয়েলা (উচ্চতাত)

দীৰ্ঘতম ৰেললাইন

ৰাছিয়াৰ চাইবেৰিয়ান ৰেলৱে (৫৪,০০ মাইল)

সৰ্ববৃহৎ জাহাজ

কুইন এলিজাবেথ (ইংলেণ্ড)

দীৰ্ঘতম বাৰান্দা

ৰামেশ্বৰম মন্দিৰৰ বাৰান্দা (ভাৰত) (৪৭০০ ফুট)

দীৰ্ঘতম প্ৰাচীৰ

চীনৰ প্ৰাচীৰ (১৫০০ মাইল)

উচ্চতম হোটেল

ৰিটজ-কাৰ্লটন (হঙ-কং, ২৭ মাৰ্চ, ২০১১,৪৯০ মিটাৰ), ১১৮ তলা

দীৰ্ঘতম ব্ৰীজ

জিয়াওঝৌ ৱে (চীন, দৈৰ্ঘ্য ৪২.৫ কিঃ মিঃ বহল ১১০ ফুট)

বৃহত্তম মছজিদ

জুম্বা মছজিদ (দিল্লী, ভাৰত)

দীৰ্ঘতম সুৰঙ্গ পথ

চিমপ্লন (৭ মাইলৰো অধিক)

দীৰ্ঘতম দলং

চানফ্ৰান্সিচকো অকলেণ্ড ব্ৰীজ (আমেৰিকা), (১৮ কিঃ মিঃ দৈৰ্ঘ্য, বহন ক্ষমতা ১৭,৫০,০০ কুইঃ)

বৃহত্তম চহৰ

ট’কিঅ (জাপান) (জনসংখ্যা)

বৃহত্তম গ্ৰন্থাগাৰ

লেনিন লাইব্ৰেৰী (ৰাছিয়া) (১ কোটি ৫০ লাখ গ্ৰন্থ আছে)

সৰ্বাধিক দ্ৰুতগামী নদী

ৰেন নদী (ফ্ৰান্স) (ঘণ্টাত ৪০ মাইল গতিৰে প্ৰবাহিত)

সৰ্বাধিক দ্ৰুতগামী প্ৰাণী

চিতাবাঘ (ঘণ্টাত ৭০ মাইলকৈ দৌৰিব পাৰে)

বৃহত্তম প্ৰাণী

নীলা ৰঙৰ তিমি মাছ (দীঘল ১০৬ ফুট, ওজন- ১৯৫ টন)

বৃহত্তম মিউজিয়াম

বৃটিছ মিউজিয়াম (লণ্ডন)

বৃহত্তম চিনেমা হল

ৰক্সি (নিউয়ৰ্ক) (৬০০০ আসন আছে)

বৃহত্তম ৰেল ষ্টেচন

গ্ৰেণ্ড চেণ্ট্ৰেল টাৰমিনাল (নিউয়ৰ্ক) (৪৭ টা প্লেটফৰ্ম আছে)

বৃহত্তম ৰাজপথ

ব্ৰাডওৱে (নিউয়ৰ্ক)

বৃহত্তম গীৰ্জা

চেণ্ট পিটাৰ (ৰোম)

বৃহত্তম মাটিৰ বান্ধ

মঙ্গল বান্ধ (পাকিস্তান)

বৃহত্তম মন্দিৰ

অংকোৰভাট (মন্দিৰ চহৰ)(কম্পোচিয়া), নিৰ্মাতা কম্বোডিয়াৰ ৰজা দ্বিতীয় সূৰ্য বৰ্মন (১১১৩-১১৫০)

সৰ্বাধিক ছাত্ৰ-ছাত্ৰী থকা বিদ্যালয়

চাউথ পইণ্ট (কলকাতা)

বৃহত্তম ফল

কোক দে মাৰ (সামুদ্ৰিক, নাৰিকল জাৰীয় ফল)

বৃহত্তম ষ্টেডিয়াম

প্ৰাগ চহৰত (চেকোশ্লোভাকিয়া), ৪০ হেজাৰ জিমনাষ্ট আৰু ২ লাখ ৪০ হেজাৰ দৰ্শকে অংশ গ্ৰহণৰ সুবিধা আছে)

বৃহত্তম পাৰ্ক

উড্‌ বাফালো নেশ্যনেল পাৰ্ক (কানাডা)

দীৰ্ঘতম নদী

মিচিচিপি (আমেৰিকা)

সৰ্বাধিক জপিয়াব পৰা প্ৰাণী

কাঙ্গাৰু

সৰ্বাধিক ভূমিকম্প হোৱা ঠাই

জাপান

সৰ্বাধিক বজ্ৰপাত হোৱা ঠাই

জাভা দ্বীপ

 

উৎস : কাৰেণ্ট G.K. আৰু অসম কুইজ।

 

 

 

 

3.08695652174
দিপেন ডেকা Jun 13, 2019 07:21 PM

ভাল লাগিছে

পংকজ তালুকদাৰ Sep 18, 2017 01:23 PM

ভাল।

আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top