Stretching হৈছে এক প্ৰ্কাৰৰ ব্যায়ম।বহুতৰে আজিকালি শৰীৰৰ কিছুমান বিষৰ বাবে সমস্যা হৈ পৰিছে।এই stretching বিষয়টো Physiotherapy ৰ লগত অলপ মিল আছে।আমাৰ শাৰীৰিক পৰিশ্ৰমৰ পাছত খুবেই প্ৰয়োজনীয় এই Stretching।Gym যোৱা ব্যাক্তি বা খেলুৱৈ সকলে এই বিষয়ে ভালদৰে জানে।কিন্ত সাধাৰণ শ্ৰ্মিক বা যি জনে দিনটো কঠোৰ শাৰীৰিক পৰিশ্ৰ্ম কৰে তেওঁলোকৰ বাবেও এই stretching বহুত আৱশ্যক আৰু কৰাটো জৰুৰী যাৰ পৰা তেওঁলোকে বিষ,অৱসাদ আদিৰ পৰা আৰাম পাব।stretching আমি নিজেই কৰিব পাৰো বা আনৰ সহায় লৈয়ো কৰিব পাৰি।আনৰ সহায় লৈ কৰা Stretching বৰ আৰাম দায়ক।এই Stretchingor বহুতো
উপকাৰিতা আৰু কৰাৰ নিয়ম আছে। আমাৰ শৰীৰৰ মাংশপেসী অনুযায়ী এই Streching সমূহ কৰা।শাৰীৰিক পৰিশ্ৰ্ম কৰাৰ আগত বা পাছত এই ব্যায়ম কৰিব লাগে।তলত ইয়াৰ উপকাৰীতা,নিয়ম আৰু আপোনালোকৰ সুবিধাৰ্থে stretchingor ছবি আগবঢ়াইছো।
(১) Warm up বা শৰীৰটো গৰম নকৰাকে কেতিয়াও নকৰিব।অলপ জাপ মাৰিব পাৰে ঠাইতে লাহে লাহে warm up ৰ বাবে।
(২)Stretching কৰাৰ সময়ত শ্বাস প্ৰ্শ্বাস স্বাভাৱিক অৱস্থাত ৰাখিব।
(৩)অতি কমেও ৩০ চেকেণ্ড hold কৰিব প্ৰ্তিটো stretching কৰোতে।
(১)আৰাম প্ৰ্দান কৰে।
(২)cholesterol হ্ৰাস কৰে।
(৩)মাংসপেশীৰ সমস্যা নিৰাময় কৰে।
(৪)অৱসাদ দূৰ কৰে।
(৫)শৰীৰত তেজৰ পৰিভ্ৰমণ প্ৰক্ৰিয়াটো উন্নত কৰে।
(৬)হাড়ৰ যোৰা মজবুত কৰে।
(৭)আঘাতৰ পৰা ৰক্ষা। কেতিয়াবা কিবা কাম কৰি থকা অৱস্থাত আমাৰ হঠাত বিষ,শিৰামুৰি ধৰা আদিৰ পৰা ৰক্ষা।
(৮)শৰীৰত শক্তিৰ বিকাশ কৰে আদি।
আৰু বহুটো উপকাৰিতা আছে।
লেখক: তপন হাজৰিকা
উৎস: স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ
ফোন নং- 9577424832
শেহতীয়া উন্নীতকৰণ: : 4/27/2020