মূল পৃষ্ঠা / স্বাস্থ্য / আয়ুস / পেটৰ বিষৰ প্ৰাকৃতিক চিকিৎসা
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

পেটৰ বিষৰ প্ৰাকৃতিক চিকিৎসা

পেটৰ বিষৰ প্ৰাকৃতিক চিকিৎসা

পেটৰ বিষৰ প্ৰাকৃতিক চিকিৎসাৰ উপায়সমূহ

  • পেটৰ বিষ ভাল কৰিবলৈ ক’লা নিমখ, জালুক, ডাঙৰ শিলিখা, বগা জিৰা মিহলাই বটি পানীত দি খাব লাগে।
  • মূলাৰ ৰস আৰু নেমুৰ ৰস মিহলাই আহাৰ খোৱাৰ পিছত হোৱা পেটৰ বিষ আৰু গেছত খাব লাগে।
  • তেতেলিৰ কুমলীয়া পাত মিহিকৈ বটি তাৰ লগত সৈন্ধৱ লৱণ মিহলাই খালে পেটৰ বিষ ভাল হয়।
  • পেটৰ বিষ হ’লে হিং আৰু ক’লা নিমখ দি গৰম কৰি লোৱা মিঠাতেল নাভিৰ চাৰিওফালে সানি দিব লাগে।
  • এক গ্ৰাম সৈন্ধৱ লৱণ আৰু আধা চামুচ বগা জিৰাৰ গুড়ি মিহলাই পেটৰ বিষ হ’লে খাব লাগে।
  • এচামুচ আদাৰ ৰসৰ লগত দুচামুচ নেমুৰস আৰু অকণমান চেনি মিহলাই খালে সকলো প্ৰকাৰৰ পেটৰ বিষ ভাল হয়।

লেখিকা: সুমিত্ৰা গোস্বামী।

বিশেষ সংযোজন: ৰীতু গগৈ।

3.05405405405
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top