ছালৰ হাইপপিগমিন্টেচন কেইধৰণৰ?
তিনিপ্ৰকাৰৰ- ভিটিলিগ’, পষ্ট ইনফ্লেমেটৰী আৰু এল্বিনিজিম।
ভিটিলিগ’ শীৰৰ সম্পূৰ্ণ ছালতো হব পাৰে বাবে কিছুমান ঠাইতহে ডিপিগমিন্টেচন হব পাৰে। যি ঠাইত ভিটিলিগ’ হয় সেই ঠাইৰ নোম বা ছুলিবোৰো বগা হৈ পৰে। ছালত হোৱা ঘাঁ উচ্চ পোহৰত দেখা পোৱা যাব পাৰে। মেলান’চাইট কমি যোৱাৰ ফলত ভিটিলিগ’ হব পাৰে।
পোষ্ট ইনফ্লেমেটৰী হাইপপিগমেন্ট ডাৰ্মটিছ, দগ্ধ হোৱা, ছালত সংক্ৰমণ, আদি ৰোগৰ পাছত হব পাৰে। ছালৰ দাগ আৰু এট্ৰপিক ছালৰ লগত ই জড়িত। ছালৰ পিগমিন্টেচনবোৰ কমি যায় যদিও ভিটিলিগ’ দৰে বগা হৈ নপৰে। নিজে নিজে ৰিপিগমেন্টেছন হৈ থাকিব পাৰে।
এল্বিনিজিম এটা বংশগত বিসংগতি। মেলান’চাইট থাকিলেও মেলানিন (যি উপাদানে ছালক ৰঙ প্ৰদান কৰে) প্ৰস্তুত নহয়। ই বিভিন্ন ধৰণৰ হব পাৰে। টাইৰ’চাইনাছ নিগেটিভ এল্বিনিজিমত ছুলিবোৰ বগা হৈ পৰে, ছাল শেঁতা হৈ পৰে, চকু গুলপীয়া বৰণৰ হয়। নিষ্টামাগ আৰু প্ৰতিবিম্বৰ বিসংগতি দেখা যায়। এনে ৰোগীয়ে সূৰ্য্যৰ পোহৰ পৰাপক্ষত আতঁৰি থাকিব লাগে। চানগ্লাছ ব্যৱহাৰ কৰিব লাগে। দিনৰ পোহৰত SPF of >= ১৫ৰ চানস্কিন ব্যৱহাৰ কৰা উচিত।
এই তিনি ধৰণৰ হাইপ’পিগমেণ্টেছনৰ উপৰিও পিটাইৰিয়াছিছ নামৰ সাধাৰণ এবিধ হাইপাৰপিগমেণ্টেছন হোৱা দেখা যায়।
উৎস: আইএনডিজি দল।
শেহতীয়া উন্নীতকৰণ: : 4/22/2020
চুলি পকে কিয়?
চুলিৰ অকালপক্কতাৰ বিষয়ে লিখা হৈছে ।
ইয়াত ডাউন চিন্দ্ৰমৰ বিষয়ে আলোচনা কৰা হৈছে।
পার্কিঞ্চনছ ৰোগৰ লক্ষণ, ইয়াক চিনাক্ত কেনেকৈ কৰিব প...