অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

কটা আৰু ‌ঘঁহনি খোৱা

হঠাৎ কাটিলে বা ঘঁহনি খালে কেনেধৰণৰ প্ৰাথমিক চিকিৎসা লʼব লাগে সেই বিষয়ে এই শিতানত আলোচনা কৰা হৈছে।

কটা

  • আঘাটপ্ৰাপ্ত অংশটো পৰিষ্কাৰ কুহুমীয়া পানী আৰু চাবোনেৰে ধুব লাগে। লাগি থকা লেতেৰা বস্তুবোৰ সাৱধানে আঁতৰাই পেলাব লাগে।
  • আঘাটৰ অংশৰ ওপৰত তেজ বন্ধ নোহোৱালৈকে জোৰে হেঁচা মাৰি ধৰিব লাগে।
  • বিজাণূমুক্ত বেণ্ডেজেৰে আঘাটৰ স্থান বান্ধি দিব লাগে।
  • যদি দ’ কৈ কাটে, তেন্তে ততালিকে চিকিৎসকৰ ওচৰলৈ নিব লাগে।

ঘঁহনি বা চোচৰা খোৱা

  • কুহুমীয়া পৰিষ্কাৰ পানী আৰু চাবোনেৰে ধুব লাগে।
  • তেজ বা পুজ ওলালে সংক্ৰমণ নহবলৈ বেণ্ডেজ বান্ধি দিব লাগে।

সংক্ৰমিত ঘাঁৰ লক্ষণ

  • আঘাটৰ ঠাই ফুলি উঠা।
  • ৰঙচুৱা পৰা।
  • বিষ।
  • জ্বৰ হ’ব পাৰে।
  • পূঁজ জমা হোৱা।

উৎস: আইএনডিজি দল

2.9625
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top