অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

কটা আৰু ‌ঘঁহনি খোৱা

কটা

  • আঘাটপ্ৰাপ্ত অংশটো পৰিষ্কাৰ কুহুমীয়া পানী আৰু চাবোনেৰে ধুব লাগে। লাগি থকা লেতেৰা বস্তুবোৰ সাৱধানে আঁতৰাই পেলাব লাগে।
  • আঘাটৰ অংশৰ ওপৰত তেজ বন্ধ নোহোৱালৈকে জোৰে হেঁচা মাৰি ধৰিব লাগে।
  • বিজাণূমুক্ত বেণ্ডেজেৰে আঘাটৰ স্থান বান্ধি দিব লাগে।
  • যদি দ’ কৈ কাটে, তেন্তে ততালিকে চিকিৎসকৰ ওচৰলৈ নিব লাগে।

ঘঁহনি বা চোচৰা খোৱা

  • কুহুমীয়া পৰিষ্কাৰ পানী আৰু চাবোনেৰে ধুব লাগে।
  • তেজ বা পুজ ওলালে সংক্ৰমণ নহবলৈ বেণ্ডেজ বান্ধি দিব লাগে।

সংক্ৰমিত ঘাঁৰ লক্ষণ

  • আঘাটৰ ঠাই ফুলি উঠা।
  • ৰঙচুৱা পৰা।
  • বিষ।
  • জ্বৰ হ’ব পাৰে।
  • পূঁজ জমা হোৱা।

উৎস: আইএনডিজি দল

শেহতীয়া উন্নীতকৰণ: : 6/18/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate