মূল পৃষ্ঠা / স্বাস্থ্য / প্ৰাথমিক চিকিৎসা
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

প্ৰাথমিক চিকিৎসা

কোনো এজন লোকে কোনো এটা দুৰ্ঘটনাত পতিত হোৱাৰ পাছত বা সাধাৰণভাৱে আঘাটপ্ৰাপ্ত হোৱাৰ পিছত এজন সাধাৰণ মানুহে চিকিৎসালয়লৈ নিয়াৰ পূৰ্বে লোৱা যত্নসমূহক প্ৰাথমিক চিকিৎসা বুলি কোৱা হয়। এজন মানুহে হঠাতে কোনো দুৰ্ঘটনাত আক্ৰান্ত হ’লে তেওঁক কেনেদৰে প্ৰাথমিক চিকিৎসা প্ৰদান কৰিব লাগে সেই বিষয়ে সকলো লোকে জনা উচিত। ঘৰ, বিদ্যালয়, মহাবিদ্যালয়, কাৰ্য্যালয়, কাৰখানা আদি সকলোতে এটা প্ৰাথমিক চিকিৎসা সঁজুলি বাকচ ৰাখি কেনেদৰে প্ৰাথমিক চিকিৎসা প্ৰদান কৰিব লাগে এই সকলোবোৰ কথা তলত বহলাই ব্যাখ্যা কৰা হৈছে।

হিট’স্ত্ৰক
এই শিতানত হিট’স্ত্ৰকৰ বিষয়ে অলোচনা কৰা হৈছে।
বিহ
যিবোৰ বস্তু বা গেছ যথেষ্ট পৰিমাণ দেহত প্ৰৱেশ কৰিলে প্ৰাণৰ ক্ষতি বা বিনাশ কৰে তাকে বিহ বোলা হয়। এই শিতানত বিহৰ বিষয়ে আলোচনা কৰা হৈছে।
সংজ্ঞাহীনতা
এই শিতানত সংজ্ঞাহীনতা ৰোগৰ বিষয়ে আলোচনা কৰা হৈছে।
শিশুৱে পইছা, মাৰ্বল আদি গিলিলে
পইছা, মাৰ্বল আদিৰ দৰে সৰু সৰু ধাতব পদাৰ্থ গিলিলে কি কৰিব লাগে।
ডিঙিত কাঁইট লাগিলে
ডিঙিত কাঁইট লাগিলে জাতীয় খাদ্য যেনে ৰুটি, পাউৰুটী, শুকান ভাত, কল আদি গোটা খাদ্য প্ৰায় নোচোবোৱাকৈয়ে গিলি দিব লাগে।
পেটত প্ৰচণ্ড বিষ
এই শিতানত পেটত হঠাৎ বিষ হলে লʼব লগা সাৱধানতা আৰু সহজতে লʼবপৰা ঘৰুৱা চিকিৎসাৰ বিষয়ে আলোচনা কৰা হৈছে।
বৃক্কৰ শূল বিষ
বৃক্কৰ শূল বিষ
দাঁতৰ পৰা তেজ ওলালে
দাঁত সৰিলে বা সৰোৱাৰ পাছত দন্তমূলৰপৰা অত্যধিক ৰক্তপাত হ'ব পাৰে। এই বিষয়ে ইয়াত আলোচনা কৰা হৈছে।
হাঁওফাঁওৰ পৰা ৰক্তপাত
এই শিতানত হাঁওফাঁওৰ পৰা ৰক্তপাত হʼলে ঘৰতে কেনেকুৱা ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে সেই বিষয়ে আলোচনা কৰা হৈছে।
চকুত কিবা পৰিলে
সৰু সৰু ভোটা বস্তু যেনে কুটা, পোক-পৰুৱা, বালিকণা আদি চকুত সোমালে চকুৰ শ্লৈষ্মিক ঝিল্লী বা কঞ্জাংকটাইভাত খামোচ খাই ৰৈ যায় , খামোচ খাই ৰৈ যোৱাৰ পাছত চকুত পোৰণিৰ দৰে অনুভুতিৰ সৃষ্টি হয় । চকু পিট পিটালে এই পোৰণি বিয়পি পৰে ।
দিক্‌ নিৰ্ণায়ক
Back to top