অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

শেৱালী ফুল

শেৱালী ফুল

পৰিচয়

শেৱালী ফুল প্ৰায় সকলো ঠাইত হয়। গছজোপা ওখ-ডাঙৰ হৈ উঠে। ফুলপাহি বোৰ বগা কিন্তু ঠাৰিডাল ৰঙা। নিশা ফুলি ৰাতিপুৱা মাটিত সৰি পৰি থাকে। নিশা ফুলে বাবে ইয়াক নিশিপুষ্পও বোলে। নামনি অসমৰ কিছুমান ঠাইত ইয়াক পানী-পিয়লি ফুল বুলি কয়। এই গছৰ পাতবোৰ ধুনীয়া কিন্তু খহটা আৰু স্বাদ তিতা। শেৱালী ফুল দেৱকাৰ্য্যৰ উপচাৰ। ইয়াৰ শাস্ত্ৰীয় নাম শেৱালী নিশিপুষ্পিকা, ৰক্তবৃন্তা বিজয়া পিতমঞ্জুৰী।

লিখক: ধৰ্মকান্ত শৰ্মা।

শেহতীয়া উন্নীতকৰণ: : 4/30/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate