অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

শেৱালী ফুল

শেৱালী ফুল

পৰিচয়

শেৱালী ফুল প্ৰায় সকলো ঠাইত হয়। গছজোপা ওখ-ডাঙৰ হৈ উঠে। ফুলপাহি বোৰ বগা কিন্তু ঠাৰিডাল ৰঙা। নিশা ফুলি ৰাতিপুৱা মাটিত সৰি পৰি থাকে। নিশা ফুলে বাবে ইয়াক নিশিপুষ্পও বোলে। নামনি অসমৰ কিছুমান ঠাইত ইয়াক পানী-পিয়লি ফুল বুলি কয়। এই গছৰ পাতবোৰ ধুনীয়া কিন্তু খহটা আৰু স্বাদ তিতা। শেৱালী ফুল দেৱকাৰ্য্যৰ উপচাৰ। ইয়াৰ শাস্ত্ৰীয় নাম শেৱালী নিশিপুষ্পিকা, ৰক্তবৃন্তা বিজয়া পিতমঞ্জুৰী।

লিখক: ধৰ্মকান্ত শৰ্মা।

3.10526315789
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top