মূল পৃষ্ঠা / বাতৰি
অংশিদাৰী

বাতৰি

Creation Date শিৰোনাম বৰ্ণনা
Dec 17, 2018 10:49 AM ইছমাইল হোছেইন সোঁৱৰণী ‘সম্প্ৰীতি সন্মান’ অজিত কুমাৰ ভূঞাক প্ৰদান চৰ-চাপৰি সাহিত্য পৰিষদ, অসমৰ উদ্যোগত যোৱা কালি বংগীয়মূলৰ অসমীয়া মুছলমান সমাজৰ সাহিত্যিক ইছমাইল হোছেইন সোঁৱৰণী ‘সম্প্ৰীতি সন্মান’ ২০১৮ বৰ্ষৰ বাভে বিশিষ্ট সাংবাদিক তথা প্ৰাগ নিউজৰ মুখ্য সম্পাদক অজিত কুমাৰ ভূঞাক প্ৰদান কৰা হয়।
Dec 15, 2018 10:39 AM অমিতাভ ঘোষলৈ ২০১৮ৰ জ্ঞানপীঠ বঁটা ভাৰতীয় সাহিত্যৰ সৰ্বোচ্চ সন্মান জ্ঞানপীঠ বঁটা আগবঢ়োৱা হৈছে প্ৰখ্যাত ইংৰাজী লেখক অমিতাভ ঘোষলৈ। ‘দ্য ঔপন্যাসিক অমিতাভ গ্লাছ পেলেফচ’, ‘দ্য কলকাতা ক্ৰম’জ’ম’,
Dec 13, 2018 10:39 AM তেলেংগানাত আজি চন্দ্ৰশেখৰ ৰাওৰ শপত তেলেংগানা ৰাষ্ট্ৰ সমিতি, চমুকৈ টি আৰ এছৰ মুৰব্বী তথা মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাৱে দ্বিতীয়বাৰৰ বাবে তেলেংগানা বিধানসভাত নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰি আঞ্চলিকতাবাদৰ প্ৰাসংগিতা বৃদ্ধি কৰিলে।
Dec 12, 2018 11:01 AM আজি পঞ্চায়ত নিৰ্বাচনৰ ফলাফল ঘোষণা দুটা পৰ্যায়ত অনুষ্ঠিত পঞ্চায়ত নিৰ্বাচনৰ আজি পুৱা ৮ বজাৰ পৰা ভোটগণনা আৰম্ভ হ’ব। মুঠ ৪০ টা স্থানত চলিব এই পঞ্চায়তৰ নিৰ্বাচনৰ ভোটগণনা।
Dec 12, 2018 10:34 AM ১২ ফেব্ৰুৱাৰীৰ পৰা উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা লোকসভা নিৰ্বাচনৰ বাবে এইবাৰ আগতীয়াকৈ অনুষ্ঠিত হ’ব উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষা। ২০১৯ চনৰ ১২ ফেব্ৰুৱাৰীৰ পৰা ১৫ মাৰ্চলৈ ৰাজ্যৰ ৭৮০ টা কেন্দ্ৰত অনুষ্ঠিত হ’ব কলা, বিজ্ঞান আৰু বাণিজ্য শাখাৰ পৰীক্ষা।
Dec 11, 2018 10:20 AM হিমা দাস-ৰীমা দাসলৈ শ্ৰীময়ী বঁটা আজি সন্ধিয়া নিউজ ১৮ অসম নৰ্থ ইষ্ট-এ প্ৰদান কৰিব 'শ্ৰীময়ী' ২০১৮ বঁটা। প্ৰথমবাৰৰ বাবে চেনেলটোৱে ৰাজ্যৰ বিভিন্ন ক্ষেত্ৰত সফল নাৰীসকলক প্ৰদান কৰিব এই বঁটা। আজি সন্ধিয়া বিভিন্ন ক্ষেত্ৰৰ সফল নাৰীসকলক প্ৰদান কৰিব এই বঁটা।
Back to top