মূল পৃষ্ঠা / গ্ৰামীণ শক্তি / আঁচনি / জৱাহৰলাল নেহৰু ৰাষ্ট্ৰীয় সৌৰ মিছনৰ অধীনত সৌৰ বিদ্যুৎ আৰু কম শক্তিসম্পন্ন পি ভি ব্যৱস্থাৰ মূলধন ৰাজসাহায্য আঁচনি-
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

জৱাহৰলাল নেহৰু ৰাষ্ট্ৰীয় সৌৰ মিছনৰ অধীনত সৌৰ বিদ্যুৎ আৰু কম শক্তিসম্পন্ন পি ভি ব্যৱস্থাৰ মূলধন ৰাজসাহায্য আঁচনি-

2012 চনৰ 15 মাৰ্চৰ পৰা কাৰ্যকৰী হোৱাকৈ মুকলি কৰা হয় ‘ফটোভল্টেইক লাইটিং চিষ্টেম’ৰ এই নতুন আঁচনি

 

আঁচনিখনৰ বিষয়ে:

 

  • 2012 চনৰ 15 মাৰ্চৰ পৰা কাৰ্যকৰী হোৱাকৈ মুকলি কৰা হয় ‘ফটোভল্টেইক লাইটিং চিষ্টেম’ৰ এই নতুন আঁচনি।যিটোৱে মুঠ ব্যয় পৰিশোধৰ পাছত 40 শতাংশ ৰাজসাহায্য লাভ কৰিব পাৰে।
  • 2010 চনৰ 8 জুলাইৰ পৰা কাৰ্যকৰী হোৱা সৌৰশক্তিৰে পানী গৰম কৰা ব্যৱস্থা আঁচনিত মুঠ ব্যয় পৰিশোধৰ পিছত 30 শতাংশ ৰাজসাহায্যপ্ৰাপ্ত হ’ব।
  • ৰূপায়ণৰ সময়:15 মাৰ্চ 2012ৰ পৰা এবছৰলৈকে।
  • গোটৰ এলেকা নগৰ বা গ্ৰাম্য যিকোনো হ’ব পাৰে।
  • লাভালাভ আৰু প্ৰত্যাভূতি ভাৰতীয় ৰিজাৰ্ভ বেংকৰ নীতি মতে হ’ব।
  • নিৰ্মাণকাৰীয় যোগানকাৰীৰ তালিকা এম এম আৰ ই ৱেবচাইট http://mnre.gov.in ত প্ৰকাশ কৰা হ’ব।
  • প্ৰকল্পৰ ব্যয়ত গোটৰ বীমা আৰু বীমাৰ কিস্তি পৰিশোধ ব্যয় অন্ত্ৰ্ভূক্ত গ্ৰাম্য বেংক অংশগ্ৰহণৰ বাবে যোগ্য হ’ব।
  • যোগ্য ঋণ পাওঁতা:ব্যক্তিগত খণ্ড,গোট,আত্ম সহায়ক গোট,জে এল জি,বেচৰকাৰী সংস্থা,কৃষক ক্লাব আদি।
  • সুদৰ হাৰ ভাৰতীয় ৰিজাৰ্ভ বেংক/বেংকৰ নীতি অনুযায়ী নিৰ্ধাৰিত হ’ব।
  • পৰিশোধৰ সময়সীমা 5 বছৰ।

এন এন আৰ ইয়ে অনুমোদন দিয়া আৰ্হি:

 

    সৌৰ বিদ্যুৎ:

     

সৌৰ বিদ্যুৎ ব্যৱস্থাত নতুন আৰু নৱীকৃত শক্তি উৎপাদনৰ বাবে মন্ত্ৰণালয়ে 10ৰ পৰা 210 ডব্লিউ পি ক্ষমতাৰ ভিতৰৰ মুঠা নটা আৰ্হি অনুমোদন জনাইছে।অনুমোদন জনোৱাৰ পুৰ্বৰ আৰ্হিৰ কাৰিকৰী আৰু বিত্তীয় জোখ-মাপ তলত দিয়া ধৰণৰ।

 

আৰ্হি

ফটোভল্টেইক মডিউল/পেনেল

বেটেৰিৰ ক্ষমতা

সৰ্বাধিক বিচাৰ্য ভৰ আৰু কৰ্তব্য চক্ৰ

সৰ্বাধিক ব্যয় চিহ্ন(টকা)

সৰ্বাধিক যোগ্য মূলধন ৰাজসাহায্য(টকা)

1

10

12ভ,7 এ এইছ(এছ এম এফ)

5-7 ৱাট 3 ৰ পৰা 4 ঘন্টা(20 ৱাট ঘন্টা/দিন)

2700

1080

2

18-20

12ভ,20এ এইছ(টুবুলাৰ এল,এম/জিইএল ভি আৰ এল এ)

10 ৱাট 4 ঘন্টা(40 ৱাট ঘন্টা/দিন)

4860-5400

2160

3

37-40

12ভ,40এ এইছ(টুবুলাৰ এল,এম/জিইএল ভি আৰ এল এ)

20 ৱাট 4 ঘন্টা(80 ৱাট ঘন্টা/দিন)

9990-10800

4320

4

50

12ভ ,60এ এইছ(টুবুলাৰ এল,এম/জিইএল ভি আৰ এল এ)

30 ৱাট 4 ঘন্টা(120 ৱাট ঘন্টা/দিন)

13500

5400

5

74-80

12ভ ,80এ এইছ(টুবুলাৰ এল,এম/জিইএল ভি আৰ এল এ)

45 ৱাট 4 ঘন্টা(180 ৱাট ঘন্টা/দিন)

18900-21600

8640

6

100

12ভ,120এ এইছ(টুবুলাৰ এল,এম/জিইএল ভি আৰ এল এ)

60 ৱাট 4 ঘন্টা(240 ৱাট ঘন্টা/দিন)

27000

10800

7

125

12ভ,150এ এইছ(টুবুলাৰ এল,এম/জিইএল ভি আৰ এল এ)

75 ৱাট 4 ঘন্টা(300 ৱাট ঘন্টা/দিন)

33750

13500

8

150-160

24ভ,75/80এ এইছ(টুবুলাৰ এল,এম/জিইএল ভি আৰ এল এ)

90 ৱাট 4 ঘন্টা(360 ৱাট ঘন্টা/দিন)

40500-43200

17280

9

200-210

24ভ,100/120এ এইছ(টুবুলাৰ এল,এম/জিইএল ভি আৰ এল এ)

120 ৱাট 4 ঘন্টা(480 ৱাট ঘন্টা/দিন)

54000-56700

22680

 

সৌৰ শক্তিৰে পানী গৰম কৰা:

 

ক)আৰ্হি-1:ফ্লেট প্লেট কলেক্টৰ(এফ পি চি)নিৰ্ভৰশীল ব্যৱস্থা:

1)সাধাৰণ শ্ৰেণীৰ ৰাজ্যৰ সকলো ব্যৱহাৰকাৰী(জম্মু আৰু কাশ্মীৰ,হিমাচল প্ৰদেশ,উত্তৰাখণ্ড আৰু ছিকিমকে ধৰি উত্তৰ-পূৰ্বাঞ্চল বাদ দি)আৰু বিশেষ শ্ৰেণীৰ ৰাজ্যৰ ব্যৱসায়িকভাৱে ব্যৱহাৰকাৰী (জম্মু আৰু কাশ্মীৰ,হিমাচল প্ৰদেশ,উত্তৰাখণ্ড আৰু ছিকিমকে ধৰি উত্তৰ পুৰ্বাঞ্চল)

ৰাজসাহায্য সৰ্বাধিক ব্যয় চিহ্নৰ 30 শতাংশৰ ওপৰত ভিত্তি কৰি হ’ব অথবা সংগ্ৰহ কৰা এলেকাৰ প্ৰতি বৰ্গমিটাৰত 3300 টকা।প্ৰতি 100 এল পি ডি ক্ষমতা সংগ্ৰাহক এলেকাৰ চ বৰ্গমিটাৰৰ সমান।ক্ষমতা 100 এল পি ডিৰ গুণীতক।

2)বিশেষ শ্ৰেণীৰ ৰাজ্যৰ ব্যৱসায়িকভাৱে ব্যৱহাৰকাৰী যেনে জম্মু আৰু কাশ্মীৰ,হিমাচল প্ৰদেশ,উত্তৰাখণ্ড আৰু ছিকিমকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত: ঘৰুৱা আৰু প্ৰতিষ্ঠান ব্যৱহাৰকৰ্তা ৰাজসাহায্য সৰ্বাধিক ব্যয় চিহ্নৰ 60 শতাংশৰ ওপৰত ভিত্তি কৰি হ’ব অথবা সংগ্ৰহ কৰা এলেকাৰ প্ৰতি বৰ্গমিটাৰত 6600 টকা।

 

সৰ্বোচ্চ ব্যয়ৰ চিহ্ন আৰু যোগ্য ৰাজসাহায্য:

 

ক্ৰমিক নং

ক্ষমতা (এল পি ডি)

সংগ্ৰাহক এলেকা(বৰ্গ মি:)

সৰ্বোচ্চ ব্যয়ৰ চিহ্ন(টকা)

যোগ্য ৰাজসাহায্য(টকা)

সাধাৰণ শ্ৰেণীৰ ৰাজ্যৰ সকলো ব্যৱহাৰকাৰী আৰু বিশেষ শ্ৰেণীৰ ৰাজ্যৰ ব্যৱসায়িকভাৱে ব্যৱহাৰকাৰী

বিশেষ শ্ৰেণীৰ ঘৰুৱা আৰু প্ৰতিষ্ঠান ব্যৱহাৰকাৰী

1

100

2

22000-31000

6600

13200

2

200

4

48000-52000

13200

26400

3

250

4

53000-60000

13200

26400

4

300

6

65000-70000

19800

39600

5

400

8

80000-88000

26400

52800

ঠায়ে ঠায়ে এফ পি চি নিৰ্ভৰ ব্যৱস্থাৰ ব্যয় ভিন্ন হ’ব।

 

খ)আৰ্হি-2 ইভাকিউটেড টুবুলাৰ কলে’ৰ(ই টি চি)নিৰ্ভৰ ব্যৱস্থা-

 

1)সাধাৰণ শ্ৰেণীৰ ৰাজ্যৰ সকলো ব্যৱহাৰকাৰী (জম্মু আৰু কাশ্মীৰ,হিমাচল প্ৰদেশ,উত্তৰাখণ্ড আৰু ছিকিমকে ধৰি উত্তৰ-পূৰ্বাঞ্চল বাদ দি)আৰু বিশেষ শ্ৰেণীৰ ৰাজ্যৰ ব্যৱসায়িকভাৱে ব্যৱহাৰকাৰী(জম্মু আৰু কাশ্মীৰ,হিমাচল প্ৰদেশ,উত্তৰাখণ্ড আৰু ছিকিমকে ধৰি উত্তৰ-পূৰ্বাঞ্চল)

ৰাজসাহায্য সৰ্বাধিক ব্যয় চিহ্নৰ 30 শতাংশৰ ওপৰত ভিত্তি কৰি হ’ব অথবা সংগ্ৰহ কৰা এলেকাৰ প্ৰতি বৰ্গমিটাৰত 3000 টকা।প্ৰতি 100 লিটাৰ ক্ষমতা তালিকাত উল্লেখ কৰাৰ দৰে টিউবৰ আকাৰ আৰু সংখ্যাৰ সৈতে সংগ্ৰাহক এলেকাৰ ৰ.প্ত বৰ্গ মিটাৰৰ সমান।

2)বিশেষ শ্ৰেণীৰ ৰাজ্যৰ ব্যৱসায়িকভাৱে ব্যৱহাৰকাৰী যেনে জম্মু আৰু কাশ্মীৰ,হিমাচল প্ৰদেশ,উত্তৰাখণ্ড আৰু ছিকিমকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত: ঘৰুৱা আৰু প্ৰতিষ্ঠান ব্যৱহাৰকৰ্তা।

ৰাজসাহায্য সৰ্বাধিক ব্যয় চিহ্নৰ 60 শতাংশৰ ওপৰত ভিত্তি কৰি হ’ব অথবা সংগ্ৰহ কৰা এলেকাৰ প্ৰতি বৰ্গমিটাৰত 6000 টকা।

সৰ্বোচ্চ ব্যয়ৰ চিহ্ন আৰু যোগ্য ৰাজসাহায্য

 

ক্ৰমিক নং

ক্ষমতা (এল পি ডি)

সংগ্ৰাহক এলেকা(বৰ্গ মি:)

সৰ্বোচ্চ ব্যয়ৰ চিহ্ন(টকা)

যোগ্য ৰাজসাহায্য(টকা)

সাধাৰণ শ্ৰেণীৰ ৰাজ্যৰ সকলো ব্যৱহাৰকাৰী আৰু বিশেষ শ্ৰেণীৰ ৰাজ্যৰ ব্যৱসায়িকভাৱে ব্যৱহাৰকাৰী

বিশেষ শ্ৰেণীৰ ঘৰুৱা আৰু প্ৰতিষ্ঠান ব্যৱহাৰকাৰী

1

100

1.50

18000-20000

4500

9000

2

150

2.25

25000-28000

6750

13500

3

200

3.00

31000-40000

9000

18000

4

250

3.75

35000-40000

11250

22500

5

300

4.50

41000-49000

13500

27000

6

400

6.00

60000-65000

18000

36000

 

দৰ নিৰূপণ:

 

প্ৰকল্পৰ দৰ নিৰূপণ কৰিব বিত্তীয় বেংকে।কাৰিকৰী সম্ভাৱনীয়তা আৰু বিত্তীয় সহজলভ্যতা আৰু ঋণ(নিৰ্ধাৰিত ৰাজসাহায্যৰ উপাদান সামৰি)পৰিশোধৰ বাবে সময়সীমা পৰ্যাপ্ত হোৱা আৰু বেংকৰ ঋণৰ সুফৰ সৈতে প্ৰকৃত ৰাজসাহায্য পৰিশোধ কৰাৰ পিছত সৰ্বমুঠ ৰাজসাহায্য ঠিক কৰা।কিন্তু অতিৰিক্ত এবছৰ ধৰি ঋণৰ প্ৰথম কিস্তিৰ পৰিশোধৰ দিনৰ পৰা 5 বছৰ সম্পূৰ্ণ হোৱাৰ আগতে এই পৰিমাণ নিৰ্ধাৰিত কৰিব নোৱাৰিব।

ৰাজসাহায্যমুক্তকৰণ:

 

যোগ্য ঋণ লওঁতাই প্ৰকল্প অনুমোদনৰ বাবে বেংকত আৱেদন কৰিব পাৰে।নীতিমতে যদি যোগ্য বিবেচিত হয়,তেতিয়া বেংকে জাননী দিব পাৰে,কাৰিকৰী সম্ভাৱনীয়তা আৰু বিত্তীয় সহজলভ্যতা চাই মাৰ্জিন বাদ দি ঋণ অনুমোদন জনাব পাৰে।স্থান পৰ্যবেক্ষণ আৰু গোটৰ সন্তোষজনক স্থাপন লক্ষ্য কৰি বেংকে নাবাৰ্ডক মূলধন ৰাজসাহায্য মুকলি কৰি দিয়াৰ বাবে আৱেদন জনাব পাৰে,নাবাৰ্ডে কেন্দ্ৰীয় চৰকাৰৰ পৰ্যাপ্ত পুঁজি আৰু দাবী কৰাৰ গ্ৰহণযোগ্যতা চাই মূলধন ৰাজসাহায্য অনুমোদন জনাব আৰু মুকলি কৰি দিব পাৰে।অন্যান্য চৰকাৰী বিনিয়োগ আঁচনিৰ দৰে ঋণ লওঁতাৰ ‘ৰাজসাহায্য সংৰক্ষন পুঁজি একাউন্ট’ৰ পৰা ৰাজসাহায্য ধাৰে ল’ব পাৰে।ৰাজসাহায্যৰ উপাদানৰ ওপৰত বেংকে কোনো সুদ গ্ৰহণ কৰিব নোৱাৰিব।শেষত তিনি বছৰীয়া এটা সময়সীমাৰ বাবে ৰাজসাহায্যৰ এটা অংশ বন্ধ কৰি ৰখা হ’ব।যদি তিনি বছৰৰ ভিতৰত ঋণ আদায় দিব নোৱাৰিব তেতিয়া ঋণ লওঁতা ৰাজসাহায্যৰ বাবে যোগ্য বিবেচিত নহ’ব।

পৰ্যবেক্ষণ:

 

নাবাৰ্ডে গঠন কৰি দিয়া ৰাজ্যিক পৰ্যায়ৰ পৰ্যবেক্ষণ সমিতিয়ে আঁচনিৰ সফল ৰূপায়ণৰ বাবে পৰ্যবেক্ষণ কৰিব।এই সমিতিত নাবাৰ্ডৰ মুখ্য প্ৰৱন্ধক,এম এল আৰ ইৰ কাৰ্যকৰ্তা,আহ্বায়ক,এছ এল বি চি আৰু আঞ্চলিক গ্ৰাম্য বেংকৰ ছয়-জন অধ্যক্ষ থাকিব।ভাৰপ্ৰাপ্ত বিষয়াৰ অধ্যক্ষতাত নাবাৰ্ডৰ আঞ্চলিক কাৰ্যালয়ে তিনিমাহৰ মূৰে মূৰে আলোচনা চক্ৰ আহ্বান কৰিব পাৰে।ৰাষ্ট্ৰীয় পৰ্যায়ৰ কাৰ্যসূচীসমূহ পৰ্যালোচনা কৰিব সমিতিৰ সচিব,এম এন আৰ ই,কাৰ্যবাহী সঞ্চালক,নাবাৰ্ড আৰু ব্যৱসায়িক বেংকৰ কাৰ্যবাহী সঞ্চালকে(সালসলনিৰ ভিত্তিত)।

পুনৰ্বিত্ত:

 

ঋণ পৰিশোধ কৰাৰ পিছত নাবাৰ্ডৰ পৰা পুনৰ্বিত্তৰ বাবে নাবাৰ্ডৰ নীতি-নিৰ্দেশনা অনুযায়ী যোগ্য বিবেচিত হ’ব লাগিব।

উৎস:নাবাৰ্ড

2.91176470588
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
Back to top