মূল পৃষ্ঠা / সমাজ কল্যাণ / নীতি আৰু আঁচনিসমূহ / অসম ৰাজ্যিক গ্ৰামীন জীৱিকা অভিযান
অংশিদাৰী

অসম ৰাজ্যিক গ্ৰামীন জীৱিকা অভিযান

অসম ৰাজ্যিক গ্ৰামীন জীৱিকা অভিযান

দীন দয়াল উপাধ্যায় গ্ৰামীন কৌশল যোজনা

আচঁনিৰ বৈশিষ্টসমূহ হ'ল

  • গ্ৰাম্যঞ্চলৰ ১৫ৰ পৰা ৩৫ বছৰৰ দৰিদ্ৰ যুৱক যুৱতীৰ বাবে।
  • বিভিন্ন ক্ষেত্ৰত ৩ৰ পৰা ১২ মাহলৈকে দক্ষতা বৃদ্ধিৰ প্ৰশিক্ষনৰ ব্যৱস্থা।
  • অতি কমেও ৭০% প্ৰশিক্ষন সম্পূৰ্ন আৱাসিক।
  • অসমত এই আচঁনিৰ প্ৰ্শিক্ষন আৰু থকা-খোৱাৰ ব্যৱস্থা।

অধিক তথ্যৰ বাবে ওচৰৰ খণ্ড উন্নয়ন বিষয়াৰ কাৰ্য্যালয় অথবা জিলা গ্ৰামোন্নয়ন অভিকৰন(DRDA)যোগাযোগ কৰক।

উৎস: পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগ।

3.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top