অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

নীৰ নিৰ্মল পৰিযোজনা

নীৰ নিৰ্মল পৰিযোজনাৰ আচঁনিৰ বিষয়ে লিখা হৈছে।

বিশ্ববেংক,ভাৰত তথা অসম চৰকাৰৰ যৌথ প্ৰচেষ্টাত গ্ৰাম্য পানী যোগান তথা অনাময় যোজনাৰ অধীনস্থ অসমৰ সাতখন জিলা সামৰি এই প্ৰকল্প 'নীৰ নিৰ্মল পৰিযোজনা' হাতত লোৱা হৈছে।

এই প্ৰকল্পৰ জৰিয়তে পাবলগীয়া সুবিধা সমুহ হ'ল-

 

১।২৪ ঘন্টাই ৭০ লিটাৰ জনমুৰি হাৰত খোৱাপানী যোগান।

২।প্ৰত্যোক গৃহ-আবাসত মিটাৰ সংযোজনৰ জৰিয়তে ঘৰত ব্যৱহাৰ কৰা পানীৰ মুল্য আদায়।

৩।এই আঁচনিত গাওঁ পঞ্চায়ত পানী যোগান আৰু অনাময় সমিতিৰ তথা বহু গাঁও পানী যোগান আৰু অনাময় সমিতিৰ মূখ্য ভূমিকা থাকিব ।

 

উৎস:বিকাশপেডিয়া অসম

3.07142857143
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top