মূল পৃষ্ঠা / সমাজ কল্যাণ / নীতি আৰু আঁচনিসমূহ / প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনা
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনা

প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনা

প্ৰত্যেক ক্ষুদ্ৰ আৰু বৃহৎ ব্যৱসায়ৰ প্ৰতি সমান সুবিধাৰে প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনা।

শিশু ঋণ: ৫০,০০০ হেজাৰ টকা পৰ্য্যন্ত ঋণ।

কিশোৰ ঋণ: ৫০,০০০ হেজাৰ টকাৰ পৰা ৫ লাখ টকা পৰ্য্যন্ত ঋণ।

তৰুণ ঋণ: ৫ লাখ টকাৰ পৰা ১০ লাখ টকা পৰ্য্যন্ত ঋণ।

ঋণৰ গুৰুত্বপূৰ্ণ দিশসমূহ (পৰোক্ষবিহীন)

  • প্ৰচেছিং মাচুল বিহীন।
  • কম সুদৰ হাৰ।
  • আদায় দিয়াৰ সমুচিত সময়।
  • মুদ্ৰা কাৰ্ডৰ জৰিয়তে প্ৰয়োজনীয় মূলধনৰ ঋণ।

মুদ্ৰা কাৰ্ডৰ গুৰুত্বপূৰ্ণ দিশসমূহ

  • জঞ্জালবিহীন আৰু নমনীয়।
  • গোটৰ প্ৰয়োজনীয় মূলধনৰ যোগান ধৰে।
  • বেংকৰ সকলোবোৰ শাখাতে উপলব্ধ।
  • বেংক পোনপটীয়াকৈ অথবা এম এফ আইৰ জৰিয়তে জাৰি কৰে।
  • ‘ৰূপে’ ডেবিট কাৰ্ডৰ ৰূপৰ জাৰি কৰা হয়।

যিকোনো এটিএমৰ পৰা নগদ ধন উলিয়াব পাৰি অথবা পিঅএছ মেচিন ব্যৱহাৰ কৰি/ই-কৰ্মাচৰ জৰিয়তে ব্যৱসায়িক গোষ্ঠীৰ পৰা ক্ৰয় কৰিব পাৰি।

অধিক তথ্যৰ বাবে আপোনাৰ সমীপৰ বেংকৰ শাখাৰে যোগাযোগ কৰক।

বিত্ত সেৱা বিভাগ

উৎস: বিত্ত সেৱা বিভাগ, বিত্ত মন্ত্ৰালয়, ভাৰত চৰকাৰ।

3.16
শ্ৰী ৰঞ্জন দত্ত May 30, 2019 11:41 AM

এই লোন মোৰ প্ৰয়োজন ৷ ইয়াৰ বাবে আৱেদন প্ৰত্ৰ ক'ত পোৱা যাব ৷আৰু কিমান দিনৰ ভিতৰত লাভ কৰিব পাৰিম জনালে সুখী হম ৷

বিৰাজ Jun 06, 2018 01:50 PM

মোক এটা ঋণ লাগে । কেনেকৈ লব পাৰিম আৰু কি‌ কি নথি পত্ৰ লাগিব

মতিবৰ ৰহমান Jan 13, 2018 12:27 PM

মই এই লোনটো লৱ বিচাৰো তাৰ বাবে কি কি নথি পত্ৰৰ প্ৰয়োজন সবিষেক জনালে উপোক্ৰিত হম।

শ্রী জয়ন্ত দাস Sep 12, 2017 04:51 PM

এই লোনটো মোৰ প্রয়োজন ৷মই এই লোনটো পোৱাৰ কাৰনে কি কি কৰিব লাগিব আৰু কি নথি পত্রৰ প্রয়োজন হব ৷ কথাখিনি জনালে ভাল হয় ৷

দুলাল ডেকা Jul 05, 2017 09:19 PM

এই লোনটো মোৰ অতিকৈ প্ৰয়োজন । লোনটোৰ বিষয়ে সবিশেষ জনালে ভাল পাম ।

আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top