অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

বৰবালি গোট

এটা গোটৰ সংজ্ঞা হ'ল ভৌগোলিক ভাবে ঘণীভূতহৈ (এখন মহানগৰ, চহৰ অথবা কেইখনমান চুবুৰীয়া গাঁও আৰু তাৰ চৌপাশৰ সংলগ্ন অঞ্চলটো) থকা প্রায় একে ধৰণৰ বস্তু উৎপাদন কৰা আৰু একে ধৰণৰ সুযোগ আৰু ভাবুকিৰ সম্মুখীন হোৱা গোট সমূ্হৰ সমষ্টি। এটা শিল্পীৰ গোটৰ (cluster)সংজ্ঞা হ'ল ভৌগোলিক ভাবে ঘণীভূতহৈ (সাধাৰণতে গাঁও/উপ-নগৰী সমূহ)থকা হস্তশিল্প/হস্ততাঁতজাত উৎপাদনৰ ঘৰুৱা গোট সমূহ। এটা প্রতিনিধিত্বমূলক গোটত তেনেকুৱা উৎপাদক সকল কেতিয়াবা এটা পৰাম্পৰাগত শ্রেণীৰ হয় আৰু পুৰুষানুক্রমে যুগ যুগ ধৰি প্রতিষ্ঠিত বস্তু উৎপাদন কৰি আহে। প্রকৃততে বহুতো শিল্পীৰ গোট শতিকা জুৰি চলি অহা পুৰণি শিল্পীৰ দল।

বৰবালি গোট সম্পর্কে

বৰবালি গোট অসম ৰাজ্যৰ নগাঁও জিলাৰ ভিতৰত পৰে।

বৰবালি গোটটো ২৪৬ জনতকৈও বেছি শিল্পী লৈ গঠিত আৰু ৯ টা আত্ম সহায়ক গোটে (SHGs)শক্তিশালী কর্মী দলটোক সহায় কৰি আহিছে। এই কর্মদ্যোমে দিনে দিনে গতি লাভ কৰি আছে।

বেত আৰু বাঁহ

বেত আৰু বাঁহ অসমৰ দৈনন্দিন জীৱনত খুব সাধাৰণভাবে ব্যৱহাৰ হোৱা দুবিধ বস্তু। ঘৰুৱা ব্যৱহার্য সামগ্রীৰ পৰা বাসগৃহ, বয়ন সামগ্রী, বাদ্য-যন্ত্র আদিলৈকে সকলো বাঁহৰ দ্বাৰা তৈয়াৰ কৰা হয়। হস্তশিল্প, যিটো এটা প্রধান কুটীৰ শিল্প তাঁত কোনো ধৰণৰ যান্ত্রিক সঁজুলি ব্যৱহাৰ কৰা নহয়। বাস্কেট বনোৱাৰ উপৰিও ঘৰ সজোৱা আৰু বেৰ আদি দিয়াত প্রধানকৈ বাঁহ ব্যৱহাৰ কৰা হয়। হস্তশিল্পই পৰম্পৰাগত ভাবে কৃষক সকলক কৃষিৰ কাম কম থকা সময়ত অংশকালীন নিয়োগ প্রদান কৰে, অৱশ্যে এতিয়া ক্রমাগত ভাবে শিল্পীসকলে বাণিজ্যিক কার্য-কলাপত নিজকে সম্পূর্ণভাবে নিয়োজিত কৰা দেখা গৈছে।

বাঁহৰ দ্বাৰা উৎপাদিত বস্তু অসমৰ সকলো ঠাইতেই পোৱা যায়। ব্যৱহাৰৰ প্রয়োজন অনুসৰি অসংখ্য ধৰণৰ আৰু আকৃতিৰ বাঁহৰ বাস্কেট পোৱা যায়। ঘৰৰ পুৰুষ সকলেই সাধাৰণতে বাঁহৰ বাস্কেট বোৰ গুঁঠে। প্রতিখন জিলাৰেই স্বকীয় আর্হি আছে। সাধাৰণতে শংকু আকৃতিৰ বাস্কেটবোৰ বস্তু কঢ়িয়াবলৈ আৰু বর্গাকৃতি অথবা ঘূৰণীয়া তলিৰ বাস্কেটবোৰ বস্তু-বাহানি ৰখাৰ বাবে ব্যৱহাৰ কৰা হয়। শিলচৰত তৈয়াৰ হোৱা অসমীয়া বাঁহৰ বাস্কেট বোৰকেই উদাহৰণ হিচাবে ল'ব পাৰি। এইবোৰৰ তলিবোৰ বর্গাকৃতি কিন্তু ভিতৰলৈ সোমোৱা বাবে চুকবোৰে ভাৰ বহন কৰাত সহায় কৰে আৰু এইবোৰৰ মুখ বোৰ বহল হয়। এইবোৰ তামোল থ'বলৈ ব্যৱহাৰ কৰা হয়। বড়ো বাঁহৰ বাস্কেটবোৰ তৈয়াৰ কৰিবলৈ এটা সাঁচৰ সহায়লৈ মুখ আৰু গলৰ আকৃতি অনা হয়। গলৰ পৰা তলিলৈকে মুগা কাগজেৰে শংকু এটা তৈয়াৰ কৰি বাস্কেটটোৰ ভিতৰত এনেদৰে ৰখা হয় যাতে জোঙটোৱে তলিখন স্পর্শ কৰি থাকে। আকৃতিটো ৰক্ষা কৰিবলৈ ভিতৰত বালি ভৰাই দিয়া হয় আৰু গুঁঠনটোৱে শংকুৰ আকৃতি লৈ গৈ থাকে।

পৰম্পৰাগত ভাবে ৰ'দ-আচ্ছাদন হিচাবে ব্যৱহাৰ হোৱা অতিকৈ চিনাকি জাপিটো বাঁহেৰে নির্মিত বস্তু। বিখ্যাত চীনা পযর্টক হিউয়েন চাং অসমলৈ অহাৰ সময়ৰ পৰাই এইটো ব্যৱহাৰ হৈ আহিছে। ৰঙ-বিৰঙৰ আর্হি আৰু বৈচিত্রৰে নির্মিত এই জাপিৰে অতিথিক আদৰণি জনোৱা হয়।

পুতলা আৰু খেলা বস্তুও বেত আৰু বাঁহেৰে তৈয়াৰ কৰা হয়। মানুহ আৰু জন্তুৰ অৱয়বৰ উপৰিও, পুতলা বন্দুক আৰু বাদ্য-যন্ত্রও তৈয়াৰ হয়। বাঁহেৰে নির্মিত ছাতিৰ হাতলৰ এটা বিশেষত্ব আছে আৰু পাত, লতা, উদ্ভিদ, আঙুঠি আৰু ধাতব পাতৰ নক্সা আদি ইয়াৰ ওপৰত খোদিত কৰা হয়। মুলি নামৰ এবিধ বিশেষ ধৰণৰ বাঁহ এই হাতলবোৰ তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰা হয়।

ব্যৱহৃত কেঁচা মাল

অসম কেঁচা মালৰ বাবে চহকী হোৱাৰ কাৰণে ইয়াত বৃহৎ বৈচিত্রৰ সুন্দৰ দ্রব্যবোৰ উৎপন্ন হয়। পাহাৰ আৰু ভৈয়ামৰ মানুহৰ প্রত্যেকৰে নিজস্ব শৈলী আৰু আর্হি আছে। বাস্কেট বনোৱাৰ উপৰিও, তুলনামুলক ভাবে অধিক আধুনিক ধাৰাত বেত আৰু বাঁহক আচবাব পত্রলৈ ৰূপান্তৰিত কৰে। বেত আৰু বাঁহৰ দ্বাৰা তৈয়াৰী সামগ্রী এবিধ অতি পুৰণি মানুহৰ সৃষ্টিকার্য, কম সঁজুলি ব্যৱহাৰ কৰি ঘাঁহৰ লগত ঘাঁহ জোৰা লগাই আৰু পাতবোৰ পৰস্পৰৰ লগত ফিটাৰে যুক্ত কৰা হয়। এইটো ধর্মীয় কামত পবিত্র বুলি গণ্য কৰা হৈছিল। বেতৰ কাম অসমৰ শিল্প দক্ষতাৰ এটা উৎকৃষ্ট উদাহৰণ। কেঁচা সামগ্রী যথেষ্ট ভাবে সকলো ফালে আৱৰি থকা অৰণ্যত প্রচুৰ পৰিমাণে পোৱা যায় আৰু এইটোৱে উদ্যোগ বোৰক শক্তি আৰু পুষ্টি যোগায়। অসমৰ প্রত্যেকখন জিলাই বেতৰ উৎপন্ন দ্রব্যৰ বাবে চহকী। বেতৰ ব্যৱহাৰেৰে সমসাময়িক শিল্প উৎপন্ন কৰি ৰপ্তানীৰ বিকাশ আৰু উন্নতি সাধনৰ বাবে স্বতন্ত্র উদ্যোগী সকলে নতুন বজাৰৰ অন্বেষণ কৰিছে।

পদ্ধতি

বেত আৰু বাঁহৰ গোটেই কাণ্ডটো কৰতেৰে কাটি, দাৰে দীঘলীয়াকৈ ফালি নানা আকাৰৰ কৰা হয়। বেতডাল সাধাৰণতে কেৰাচিনৰ চাকিৰ কম জুইত নমনীয় কৰাৰ বাবে গৰম কৰা হয়। বস্তুটো দুই ধৰণৰ ভিন্ন আকৃতিত কৰা যায়- বাস্কেটৰ বাবে পকোৱা আৰু মেটৰ বাবে গুঁঠা। পকোৱা বাস্কেটৰ মূল গাঠনিটো প্রথমতে সোঁমাজত এডাল বেতৰ পাক তৈয়াৰ কৰা হয়। এইটো সর্পিল ভাবে আৰম্ভ কৰি যেতিয়ালৈকে বিচৰা উচ্চতাটো পোৱা নহয় ক্রমান্বয়ে প্রস্থটো বেছি কৰি গৈ থকা হয়। পতিবোৰ চিলাই কৰি পাকবোৰ একেলগে যোৰা লগোৱা হয়, যিটো দুই ধৰনে সংযুক্ত কৰিব পৰা যায়। প্রত্যেকটো চিলাই গাঠনি পাকটোৰ এটা নতুন অংশৰে পাৰ হৈ যায়। আঠ সংখ্যাটোৰ অৱয়ব কৰা হয় যেনে, চিলাইটো পিছফালেদি ওপৰলৈ যায়, আগৰ পাকটোৰ ওপৰ আৰু তলেৰে আৰু ঠিক নতুন পাকটোৰ ওপৰেৰে যায়। তেনেকৈ পকোৱা বস্তুটো পতিৰ সহায়ত চিলাই কৰি এটা বাস্কেট তৈয়াৰ কৰা হয়। বাস্কেটবোৰৰ অংলকৰণ ফিটা, কাগজ আৰু খোলাৰ নৈপুণ্যৰ দ্বাৰা কৰা কৰিব পৰা যায়।

শিল্পী সকলে বাঁহডাল বিচৰা দৈর্ঘ অনুযায়ী দা নামৰ কটাৰ সঁজুলীৰ সহায়ত কাটে। বাঁহৰ দৈর্ঘ ঘনত্ব অনুযায়ী বিভিন্ন ধৰণৰ ছুৰীৰ সহায়ত কাটে। সাজু কৰা বস্তুবোৰ কোনো এটা বস্তুৰ ফ্রেম বা আচবাবৰ বনোৱাৰ বাবে ব্যৱহৃত হয়, আনহাতে আর্হি বা বন্ধা কামৰ বাবে পেঞ্চিল বেত ব্যৱহাৰ কৰা হয়। মোটা বেতবোৰ কোনো এটা বস্তুৰ ফ্রেম বা আচবাব বনোৱাৰ বাবে ব্যৱহৃত হয়, আনহাতে আর্হি বা বন্ধা কামৰ বাবে পেঞ্চিল বেত ব্যৱহাৰ কৰা হয়। বেতডাল কোনো আচবাব বা বস্তুৰ বাবে বিচৰা আকৃতি অনুযায়ী ব্ল'-পাম্পৰ গৰম কৰা প্রক্রিয়াৰ দ্বাৰা ভাঁজ কৰা হয়। মূৰবোৰ আঠা আৰু গজালেৰে জোৰা লগোৱা হয় আৰু জোৰাবোৰ পেঞ্চিল বেতৰ পতিৰে বন্ধা হয়। বেত আৰু বাঁহেৰে তৈয়াৰ কৰা বস্তুবোৰ চিৰিচ কাগজেৰে পৰিস্কাৰ কৰি বার্নিছেৰে মসৃণ কৰা হয়।

বেত আৰু বাঁহৰ সামগ্রীবোৰ উৎপাদন কৰিবলৈ কৰতেৰে গোটেই কাণ্ডডাল কাটিব লাগে আৰু এইবোৰ বিভিন্ন আকাৰত দাৰে চকলাই (কামি) টুকুৰা কৰি ল'ব লাগে।

কামিবোৰ দীঘলীয়াকৈ ঘন আঁহবোৰৰ মাজেৰে ফালি উলিওৱা হয় আৰু কাণ্ডডালত প্রয়োজনীয় পৰিমাণৰ আর্দ্রতা দর্কাৰ হোৱা এইটো অতি সূক্ষ্ম কার্য।

বেতডালৰ আকৃতিটো ভাঁজ কৰাৰ আগতে কেৰাচিনৰ চাকিৰে গৰম কৰা হয়।

কৌশল

বেতৰ দ্রব্যবোৰ উৎপাদন কৰাৰ বাবে প্রথমতেই অৰণ্যৰ পৰা কেঁচা সামগ্রী সংগ্রহ কৰাৰ পৰা আৰম্ভ হৈ বিভিন্ন পর্যায় পাৰ কৰিব লগা হয়। এটা মিহি পৃষ্ঠ পাবলৈ বেতৰ ওপৰৰ তৰপটো চাচি পেলোৱা হয়। দীঘল বেতৰ লাঠিবোৰ সৰু সৰু টুকুৰা কৰি কটা হয় আৰু পিছত পতিবোৰ পাতল কৰিবলৈ ফালি লোৱা হয়। বেতবোৰ পিছত আকৌ বেছি পাতল কৰিবলৈ ফালিব পৰা যায়। ফালি লোৱা বেতবোৰ ব্ল'-লেম্প ব্যৱহাৰ কৰি ভাঁজ কৰা হয়, ইয়াৰ ফলত পৃষ্ঠভাগ অলপ পুৰি যোৱাৰ নিচিনা হ'ব পাৰে; এইবোৰ চিৰিচ কাগজেৰে ঘহি তুলি পেলোৱা হয়। ইয়াৰ পিছত বেতখিনি সজাব খোজা আর্হিৰ শৈলী অনুসৰি গুঁঠিব পৰা যায়। কামটো শেষ কৰাৰ পিছত বজাৰলৈ পঠোৱাৰ আগতে.

কেনেকৈ উপনীত হ'ব

উৎপন্ন দ্রব্যবোৰত বার্নিছৰ এটা প্রলেপ দিব পৰা যায়।বৰঝাৰৰ (গুৱাহাটী-123 কিল'মিটাৰ দূৰ)লোকপ্রিয় গোপীনাথ বৰদলৈ বিমান বন্দৰেই নিকটতম বিমানবন্দৰ। উত্তৰ-পূৱ সীমান্ত ৰে'লৰ লামডিঙত বিভাগীয় মূখ্য কার্যালয় আছে আৰু ই জিলাৰ সকলো গুৰুত্বপূর্ণ কেন্দ্রবোৰৰ লগত সংযোজিত। গুৱাহাটীৰ পৰা লামডিঙলৈ মিটাৰ গজ লাইন ব্রড গজলৈ পৰিবর্তিত হোৱাত এই অঞ্চলৰ পৰিবহন সমস্যাৰ সমাধান হৈছে। নিকটতম ৰে'ল ষ্টেচন হয়বৰগাঁও। নিকটতম ৰে'ল জংছন চাপৰমুখ যিটো নগাঁও চহৰৰ পৰা প্রায় 28 কিল'মিটাৰ দূৰৈত অৱস্থিত। 37 নং ৰাষ্ট্রীয় ঘাই পথ এই জিলাৰ মাজেৰে অতিক্রম কৰিছে। গুৱাহাটী আৰু নগাঁওৰ মাজত পথ দূৰত্ব হ'ল প্রায় 123 কিল'মিটাৰ।

উৎপন্ন দ্রব্যৰ কোড:
NU-1-CR
উপন্ন দ্রব্যৰ নাম:
বেতৰ শাক-পাচলি থোৱা মেজ
শিল্পৰ নামসমূহ:
বেত আৰু বাঁহ
গোটৰ নাম:
বৰবালি 
উৎপন্ন দ্রব্যৰ কোড:
NU-2-CRT
উপন্ন দ্রব্যৰ নাম:
বেতৰ ঘূৰণীয়া মেজ
শিল্পৰ নামসমূহ:
বেত আৰু বাঁহ
গোটৰ নাম:
বৰবালি
উৎপন্ন দ্রব্যৰ কোড:
NU-3-BBC
উপন্ন দ্রব্যৰ নাম:
বাঁহৰ শিশুৰ চকী
শিল্পৰ নামসমূহ:
বেত আৰু বাঁহ
গোটৰ নাম:
বৰবালি 
উৎপন্ন দ্রব্যৰ কোড:
NU-4-CCT
উপন্ন দ্রব্যৰ নাম:
বেতৰ কেন্দ্রত থোৱা মেজ
শিল্পৰ নামসমূহ:
বেত আৰু বাঁহ
গোটৰ নাম:
বৰবালি
উৎপন্ন দ্রব্যৰ কোড:
NU-5-CCT
উপন্ন দ্রব্যৰ নাম:
বেতৰ কেন্দ্রত থোৱা মেজ
শিল্পৰ নামসমূহ:
বেত আৰু বাঁহ
গোটৰ নাম:
বৰবালি 
উৎপন্ন দ্রব্যৰ কোড:
NU-6-CRT
উপন্ন দ্রব্যৰ নাম:
বেতৰ ঘূৰণীয়া মেজ
শিল্পৰ নামসমূহ:
বেত আৰু বাঁহ
গোটৰ নাম:
বৰবালি
উৎপন্ন দ্রব্যৰ কোড:
NU-7-CC
উপন্ন দ্রব্যৰ নাম:
বেতৰ চকী
শিল্পৰ নামসমূহ:
বেত আৰু বাঁহ
গোটৰ নাম:
বৰবালি 
উৎপন্ন দ্রব্যৰ কোড:
NU-8-CB
উপন্ন দ্রব্যৰ নাম:
বেতৰ বাস্কেট
শিল্পৰ নামসমূহ:
বেত আৰু বাঁহ
গোটৰ নাম:
বৰবালি
উৎপন্ন দ্রব্যৰ কোড:
NU-9-BDB
উপন্ন দ্রব্যৰ নাম:
বাঁহৰ আৱর্জনা দানি
শিল্পৰ নামসমূহ:
বেত আৰু বাঁহ
গোটৰ নাম:
বৰবালি 
উৎপন্ন দ্রব্যৰ কোড:
NU-10-BMH
উপন্ন দ্রব্যৰ নাম:
বাঁহৰ আলোচনী ধাৰক
শিল্পৰ নামসমূহ:
বেত আৰু বাঁহ
গোটৰ নাম:
বৰবালি
উৎপন্ন দ্রব্যৰ কোড:
NU-11-BBS
উপন্ন দ্রব্যৰ নাম:
বাঁহৰ শিশুৰ টুল
শিল্পৰ নামসমূহ:
বেত আৰু বাঁহ
গোটৰ নাম:
বৰবালি 
উৎপন্ন দ্রব্যৰ কোড:
NU-12-CMS
উপন্ন দ্রব্যৰ নাম:
বেতৰ ঢাকনীযুক্ত বাস্কেট
শিল্পৰ নামসমূহ:
বেত আৰু বাঁহ
গোটৰ নাম:
বৰবালি
উৎপন্ন দ্রব্যৰ কোড:
NU-13-CLS
উপন্ন দ্রব্যৰ নাম:
বেতৰ লেম্প ষ্টেণ্ড
শিল্পৰ নামসমূহ:
বেত আৰু বাঁহ
গোটৰ নাম:
বৰবালি 
উৎপন্ন দ্রব্যৰ কোড:
NU-14-CBLS
উপন্ন দ্রব্যৰ নাম:
বেত আৰু বাঁহৰ লেম্প আচ্ছাদন
শিল্পৰ নামসমূহ:
বেত আৰু বাঁহ
গোটৰ নাম:
বৰবালি
উৎপন্ন দ্রব্যৰ কোড:
NU-15-BLS
উপন্ন দ্রব্যৰ নাম:
বাঁহৰ লেম্প আচ্ছাদন
শিল্পৰ নামসমূহ:
বেত আৰু বাঁহ
গোটৰ নাম:
বৰবালি 
উৎপন্ন দ্রব্যৰ কোড:
NU-16-BLB
উপন্ন দ্রব্যৰ নাম:
বাঁহৰ চিঠিৰ বাকছ
শিল্পৰ নামসমূহ:
বেত আৰু বাঁহ
গোটৰ নাম:
বৰবালি
উৎপন্ন দ্রব্যৰ কোড:
NU-17-BLS
উপন্ন দ্রব্যৰ নাম:
বাঁহৰ লেম্প আচ্ছাদন
শিল্পৰ নামসমূহ:
বেত আৰু বাঁহ
গোটৰ নাম:
বৰবালি 
উৎপন্ন দ্রব্যৰ কোড:
NU-18-BLS
উপন্ন দ্রব্যৰ নাম:
বাঁহৰ লেম্প আচ্ছাদন
শিল্পৰ নামসমূহ:
বেত আৰু বাঁহ
গোটৰ নাম:
বৰবালি
উৎপন্ন দ্রব্যৰ কোড:
NU-19-BFB
উপন্ন দ্রব্যৰ নাম:
বাঁহৰ ফুলৰ কৰণি
শিল্পৰ নামসমূহ:
বেত আৰু বাঁহ
গোটৰ নাম:
বৰবালি 
উৎপন্ন দ্রব্যৰ কোড:
NU-20-BFB
উপন্ন দ্রব্যৰ নাম:
বাঁহৰ ফুলৰ কৰণি
শিল্পৰ নামসমূহ:
বেত আৰু বাঁহ
গোটৰ নাম:
বৰবালি
উৎপন্ন দ্রব্যৰ কোড:
NU-21-BD
উপন্ন দ্রব্যৰ নাম:
বাঁহৰ আলংকাৰিক বস্তু
শিল্পৰ নামসমূহ:
বেত আৰু বাঁহ
গোটৰ নাম:
বৰবালি 
উৎপন্ন দ্রব্যৰ কোড:
NU-22-BST
উপন্ন দ্রব্যৰ নাম:
বাঁহৰ পৰিবেশন ট্রে
শিল্পৰ নামসমূহ:
বেত আৰু বাঁহ
গোটৰ নাম:
বৰবালি
উৎপন্ন দ্রব্যৰ কোড:
NU-23-BST
উপন্ন দ্রব্যৰ নাম:
বাঁহৰ পৰিবেশন ট্রে
শিল্পৰ নামসমূহ:
বেত আৰু বাঁহ
গোটৰ নাম:
বৰবালি 
উৎপন্ন দ্রব্যৰ কোড:
NU-24-BKT
উপন্ন দ্রব্যৰ নাম:
বাঁহৰ ৰান্ধনীশালৰ ট্রে
শিল্পৰ নামসমূহ:
বেত আৰু বাঁহ
গোটৰ নাম:
বৰবালি
উৎপন্ন দ্রব্যৰ কোড:
NU-25-BKT
উপন্ন দ্রব্যৰ নাম:
বাঁহৰ ৰান্ধনীশালৰ ট্রে
শিল্পৰ নামসমূহ:
বেত আৰু বাঁহ
গোটৰ নাম:
বৰবালি 
উৎপন্ন দ্রব্যৰ কোড:
NU-26-BFT
উপন্ন দ্রব্যৰ নাম:
বাঁহৰ ফল থোৱা ট্রে
শিল্পৰ নামসমূহ:
বেত আৰু বাঁহ
গোটৰ নাম:
বৰবালি
উৎপন্ন দ্রব্যৰ কোড:
NU-27-CMR
উপন্ন দ্রব্যৰ নাম:
বেতৰ বহুমুখী চুকত থোৱা থাক
শিল্পৰ নামসমূহ:
বেত আৰু বাঁহ
গোটৰ নাম:
বৰবালি 
উৎপন্ন দ্রব্যৰ কোড:
NU-28-CBOT
উপন্ন দ্রব্যৰ নাম:
বেত আৰু বাঁহৰ অ’ফিছ ট্রে
শিল্পৰ নামসমূহ:
বেত আৰু বাঁহ
গোটৰ নাম:
বৰবালি
উৎপন্ন দ্রব্যৰ কোড:
NU-29-BOF
উপন্ন দ্রব্যৰ নাম:
বাঁহৰ অ’ফিছ ট্রে
শিল্পৰ নামসমূহ:
বেত আৰু বাঁহ
গোটৰ নাম:
বৰবালি 
উৎপন্ন দ্রব্যৰ কোড:
NU-30-CFV
উপন্ন দ্রব্যৰ নাম:
বেতৰ ফুল দানি
শিল্পৰ নামসমূহ:
বেত আৰু বাঁহ
গোটৰ নাম:
বৰবালি
উৎপন্ন দ্রব্যৰ কোড:
NU-31-BOT
উপন্ন দ্রব্যৰ নাম:
বাঁহৰ অ’ফিছ ট্রে
শিল্পৰ নামসমূহ:
বেত আৰু বাঁহ
গোটৰ নাম:
বৰবালি 
উৎপন্ন দ্রব্যৰ কোড:
NU-32-BDB
উপন্ন দ্রব্যৰ নাম:
বাঁহৰ আলংকাৰিক গোল বাটি
শিল্পৰ নামসমূহ:
বেত আৰু বাঁহ
গোটৰ নাম:
বৰবালি
উৎপন্ন দ্রব্যৰ কোড:
NU-33-BAT
উপন্ন দ্রব্যৰ নাম:
বাঁহৰ ছাই দানি
শিল্পৰ নামসমূহ:
বেত আৰু বাঁহ
গোটৰ নাম:
বৰবালি 
উৎপন্ন দ্রব্যৰ কোড:
NU-2-CRT
উপন্ন দ্রব্যৰ নাম:
বেতৰ ঘূৰণীয়া মেজ
শিল্পৰ নামসমূহ:
বেত আৰু বাঁহ
গোটৰ নাম:
বৰবালি
উৎপন্ন দ্রব্যৰ কোড:
NU-4-CCT
উপন্ন দ্রব্যৰ নাম:
বেতৰ কেন্দ্রত থোৱা মেজ
শিল্পৰ নামসমূহ:
বেত আৰু বাঁহ
গোটৰ নাম:
বৰবালি 
উৎপন্ন দ্রব্যৰ কোড:
NU-6-CRT
উপন্ন দ্রব্যৰ নাম:
বেতৰ ঘূৰণীয়া মেজ
শিল্পৰ নামসমূহ:
বেত আৰু বাঁহ
গোটৰ নাম:
বৰবালি
উৎপন্ন দ্রব্যৰ কোড:
NU-11-BBS
উপন্ন দ্রব্যৰ নাম:
বাঁহৰ শিশুৰ টুল
শিল্পৰ নামসমূহ:
বেত আৰু বাঁহ
গোটৰ নাম:
বৰবালি 
উৎপন্ন দ্রব্যৰ কোড:
NU-14-CBLS
উপন্ন দ্রব্যৰ নাম:
বেত আৰু বাঁহৰ লেম্প আচ্ছাদন
শিল্পৰ নামসমূহ:
বেত আৰু বাঁহ
গোটৰ নাম:
বৰবালি
উৎপন্ন দ্রব্যৰ কোড:
NU-17-BLS
উপন্ন দ্রব্যৰ নাম:
বাঁহৰ লেম্প আচ্ছাদন
শিল্পৰ নামসমূহ:
বেত আৰু বাঁহ
গোটৰ নাম:
বৰবালি 
উৎপন্ন দ্রব্যৰ কোড:
NU-20-BFB
উপন্ন দ্রব্যৰ নাম:
বাঁহৰ ফুলৰ কৰণি
শিল্পৰ নামসমূহ:
বেত আৰু বাঁহ
গোটৰ নাম:
বৰবালি

ৰূপায়ণ কৰা এজেঞ্চীৰ বিশদ বিৱৰণ

নীলাচল উন্নয়ন সাংস্কৃতিকা পৰিষদ

উৎস: বস্ত্ৰশিল্প মন্ত্ৰালয়, ভাৰত চৰকাৰ।

শেহতীয়া উন্নীতকৰণ: : 4/3/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate