অসম ৰাজ্য
ৰবি, ২০১৫-১৬ বতৰ
(ভাৰত চৰকাৰ, অসম চৰকাৰ আৰু এগ্ৰিকালচাৰ ইঞ্চিওৰেন্স কোম্পানী অফ্ ইণ্ডিয়া লিমিটেডৰ যৌথ উদ্যোগত)
১) অন্তৰ্ভুক্ত দুৰ্যোগ: উচ্চ তাপ, খৰাং বতৰ, অতিমাত্ৰা বৰষুণ, ধাৰাষাৰ বৰষুণ, বেমাৰ উপযোগী বতৰ, উত্তাপৰ অস্থিৰতা আদি (শস্য বিশেষে)।
২) অন্তৰ্ভুক্ত কৃষক: সকলো ডাঙৰ/ক্ষুদ্ৰ/উপান্ত কৃষক-(তাৰ উপৰিও আধি, ঠিকা খোৱা সামৰি)
কৃষি ঋণ লোৱা কৃষকৰ বাবে বাধ্যতামূলক আৰু কৃষি ঋণ নোলোৱা কৃষকৰ বাবে স্বেচ্ছামূলক
৩) অন্তৰ্ভুক্ত শস্য: বৰো ধান, ঘেঁহু, সৰিয়হ, আলু, কুঁহিয়াৰ, কল, বেঙেনা, জলকীয়া, বিন, ভেন্দি, তিতা কেৰেলা, পটল, ভাতকেৰেলা, জাতিলাও, ফুলকবি, বন্ধাকবি, পিয়াক, বিলাহী, মটৰ।
৪) খেতিয়কৰ বীমামূলু, বীমাকৃত ৰাশি আৰু বীমাকৰণৰ শেষ তাৰিখ:
শস্য |
খেতিয়কৰ বীমামূল্য |
প্ৰতি হেক্টৰ |
প্ৰতি বিঘা |
বীমাকৰণ অন্তৰ্ভুক্তিৰ শেষ তাৰিখ |
||
বীমা ৰাশি (টকাত) |
বীমা মূল্য |
বীমা ৰাশি (টকাত) |
বীমা মূল্য |
|||
বৰো ধান |
৫ শতাংশ |
৫৭,০৭৩.০০ |
২৮৫৩.৬৫ |
৭৬১০.০০ |
৩৮০.৪৯ |
৩১ জানুৱাৰী, ২০১৬ |
ঘেঁহু |
৫ শতাংশ |
৪৬,২৪১.০০ |
২৩১২.০৫ |
৬১৬৫.০০ |
৩০৮.২৭ |
১৪ নবেম্বৰ, ২০১৫ |
সৰিয়হ |
৫ শতাংশ |
৩৪,২১৬.০০ |
১৭১০.৮০ |
৪৫৬২.০০ |
২২৮.১১ |
১৪ নবেম্বৰ, ২০১৫ |
আলু |
৬ শতাংশ |
১,৩৪,৮৯৭.০০ |
৮০৯৩.৮২ |
১৭৯৮৬.০০ |
১০৭৯.১৮ |
১৪ নবেম্বৰ, ২০১৫ |
কুঁহিয়াৰ |
৬ শতাংশ |
৯৮,৬০৬.০০ |
৫৯১৬.৩৬ |
১৩১৪৭.০০ |
৭৮৮.৮৫ |
২৯ ফেব্ৰুৱাৰী, ২০১৬ |
কল |
৬ শতাংশ |
১,৩৬,৯৮৮.০০ |
৮২১৯.২৮ |
১৮২৬৫.০০ |
১০৯৫.৯০ |
২৯ ফেব্ৰুৱাৰী, ২০১৬ |
বেঙেনা |
৬ শতাংশ |
৬৮,২৫১.০০ |
৪০৯৫.০৬ |
৯১০০.০০ |
৫৪৬.০১ |
৩১ জানুৱাৰী, ২০১৬ |
জলকীয়া |
৬ শতাংশ |
৬৮,৯৫৮.০০ |
৪১৩৭.৪৮ |
৯১৯৪.০০ |
৫৫১.৬৬ |
১৪ নবেম্বৰ, ২০১৫ |
বিন |
৬ শতাংশ |
৬০,০০০.০০ |
৩৬০০.০০ |
৮০০০.০০ |
৪৮০.০০ |
১৪ নবেম্বৰ, ২০১৫ |
ভেন্দি |
৬ শতাংশ |
৬৯১৭৭.০০ |
৪১৫০.৬২ |
৯২২৪.০০ |
৫৫৩.৪২ |
৩১ ডিচেম্বৰ, ২০১৫ |
তিতা কেৰেলা |
৬ শতাংশ |
৬৮১৫১.০০ |
৪০৮৯.০৬ |
৯০৮৭.০০ |
৫৪৫.২১ |
৩০ নবেম্বৰ, ২০১৫ |
পটল |
৬ শতাংশ |
৬৩,১৪৯.০০ |
৩৭৮৮.৯৪ |
৮৪২০.০০ |
৫০৫.১৯ |
৩১ ডিচেম্বৰ, ২০১৫ |
ভাত কেৰেলা |
৬ শতাংশ |
৬৫,০০০.০০ |
৩৯০০.০০ |
৮৬৬৭.০০ |
৫২০.০০ |
৩১ জানুৱাৰী, ২০১৬ |
জাতিলাও |
৬ শতাংশ |
৬০,০০০.০০ |
৩৬০০.০০ |
৮০০০.০০ |
৪৮০.০০ |
৩০ নবেম্বৰ, ২০১৫ |
ফুলকবি |
৬ শতাংশ |
৬৪,৩৫৫.০০ |
৩৮৬১.৩০ |
৮৫৮১.০০ |
৫১৪.৮৪ |
১৪ নবেম্বৰ, ২০১৫ |
বন্ধাকবি |
৬ শতাংশ |
৬৪,৬০৫.০০ |
৩৮৭৬.৩০ |
৮৬১৪.০০ |
১০৪০.০০ |
১৪ নবেম্বৰ, ২০১৫ |
পিয়াজ |
৬ শতাংশ |
১,৩০,০০০.০০ |
৭৮০০.০০ |
১৭৩৩৩.০০ |
৫৪৬.০১ |
১৪ অক্টোবৰ, ২০১৫ |
বিলাহী |
৬ শতাংশ |
৬৮,২৫১.০০ |
৪০৯৫.০৬ |
৯১০০.০০ |
৫৬০.০০ |
১৪ নবেম্বৰ, ২০১৫ |
মটৰ |
৬ শতাংশ |
৭০,০০০.০০ |
৪২০০.০০ |
৯৩৩৩.০০ |
|
৩১ অক্টোবৰ, ২০১৫ |
ওপৰত দিয়া বীমা হাৰ/বীমামূল্য চৰকাৰৰ দ্বাৰা ৰেহাই মূল্যত নিৰ্দ্ধাৰণ কৰা হৈছে। ইয়াৰ পিছত কোনো ধৰণৰ ৰেহাই প্ৰযোজ্য নহ’ব।
৫) কেনেকৈ বীমা কৰাব?
ক) কৃষি ঋণ লোৱা কৃষকৰ বাবে-বেংকৰহে দায়িত্ব, বীমাৰাশি (খেতিয়কে ঋণ পত্ৰত উল্লেখ কৰা কৃষিভূমিxনিৰ্ধাৰিত বীমা ৰাশি) ৰ পৰা বীমা মূল্য কাটি লৈ বীমা কাৰ্য্যালয়লৈ পঠোৱা। কৃষকে একো কৰিব নালাগে।
খ) কৃষি ঋণ নোলোৱাৰ কৃষকৰ বাবে-ওচৰৰ বেংক নাইবা AIC ৰ ক্ষেত্ৰীয় কাৰ্য্যালয়ত কৰাব পাৰে:
৬) ক্ষতিপূৰণৰ পদ্ধতি
যিকোনো প্ৰশ্ন বা সহায়ৰ বাবে যোগাযোগ কৰক:
এগ্ৰিকালচাৰ ইঞ্চিওৰেন্স কোম্পানী অফ্ ইণ্ডিয়া লিমিটেড, গুৱাহাটী ক্ষেত্ৰীয় কাৰ্য্যালয়: ঘৰ নং-১৬০, তৃতীয় মহলা, ৰাজগড় ৰোড, গুৱাহাটী-৭৮১০০৭
উৎস: এগ্ৰিকালচাৰ ইঞ্চিওৰেন্স কোম্পানী অফ্ ইণ্ডিয়া লিমিটেড।
শেহতীয়া উন্নীতকৰণ: : 3/6/2020
কেন্দ্ৰীয় চৰকাৰৰ জন ঔষধি আঁচনিৰ বিষয়ে
বিভিন্ন চৰকাৰী আঁচনি আৰু কৰ্মসূচীৰ বাবে কৃষকৰ সহজ ...
‘এন পি এছ’ ৰ আঁচনিৰে অৱসৰৰ পৰিকল্পনা কৰিবলৈ যাওঁতে
কেইখনমান জনকল্যাণমূলক আঁচনি