এইচডিএফচিৰ ম’বাইল বেংকিং সেৱাই গ্ৰাহকক ফোন ক’ল আৰু এচএমএচ প্ৰেৰণৰ অবিহনে ম’বাইলত বেংকিং লেনদেনৰ অনুমতি প্ৰদান কৰে৷গ্ৰাহকে ম’বাইল ফোনৰ স্ক্ৰীণত তেওঁলোকৰ লেনদেন পৰিলক্ষিত কৰিব পাৰে৷
সেৱাসমূহ |
এচএমএচ গঠন |
বেংকৰ পৰা পোৱা সঁহাৰি |
বাহাল থকা ধনৰ অনুসন্ধান |
BAL টাইপ কৰক আৰু এটা এচএমএচ প্ৰেৰণ কৰক |
একাউণ্টত উপলব্ধ থকা ধনৰ পৰিমান জনাব (আপোনাৰ গ্ৰাহক পৰিচয় নম্বৰৰ লগত যুক্ত থকা উচ্চতম 5 টা একাউণ্টৰ) |
মিনি ষ্টেটমেণ্ট |
TXN টাইপ কৰক আৰু এটা এচএমএচ প্ৰেৰণ কৰক |
আপোনাৰ একাউণ্টৰ শেষৰ 3 টা ডেবিট/ক্ৰেডিটৰ সংবাদ |
চেকৰ অৱস্থাৰ অনুসন্ধান |
CST <6 টা সংখ্যাৰ চেক নম্বৰ> টাইপ কৰক আৰু এটা এচএমএচ প্ৰেৰণ কৰক |
আপুনি ইছ্যু কৰা চেকৰ আদায়/অনাদায় অৱস্থা |
চেক বুকৰ অনুৰোধ |
CHQ টাইপ কৰক আৰু এটা এচএমএচ প্ৰেৰণ কৰক |
আপোনালৈ চেক বুক প্ৰেৰণ কৰা হ’ব(নন পেমেণ্ট-এট-পাৰ) |
চেকৰ ধন আদায় দিয়া স্তব্ধ কৰিবলৈ |
STP <6 টা সংখ্যাৰ চেক নম্বৰ> টাইপ কৰক আৰু এটা এচএমএচ প্ৰেৰণ কৰক |
ইছ্যু কৰা চেকৰ ধন আদায় দিয়া স্তব্ধ কৰা হ’ল৷ |
একাউণ্ট ষ্টেটমেণ্টৰ কাৰণে অনুৰোধ |
STM টাইপ কৰক আৰু এটা এচএমএচ প্ৰেৰণ কৰক |
বৰ্তমান সময়ৰ একাউণ্ট ষ্টেটমেণ্ট আপোনাৰ ঠিকনালৈ প্ৰেৰণ কৰা হ’ল৷ |
ফিক্স ডিপজিটৰ অনুসন্ধান |
FDQ টাইপ কৰক আৰু এটা এচএমএচ প্ৰেৰণ কৰক |
বৰ্তমান বেংকৰ সৈতে চলিত ফিক্স ডিপজিটৰ সংবাদ লাভ কৰিব(উচ্চতম 5 টা একাউণ্ট) |
উৎস: আইএনডিজি দল।
শেহতীয়া উন্নীতকৰণ: : 6/21/2020
কানাড়া বেংকৰ ম’বাইল বেংকিং সেৱাসমূহৰ বিষয়ে আলোচনা ...
ইণ্ডিয়ান বেংকৰ ম’বাইল বেংকিং সেৱাসমূহৰ বিষয়ে আলোচন...