অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

অসমীয়াৰ সন্মানসূচক উপাধি

অসমীয়াৰ সন্মানসূচক উপাধি
অসমীয়াৰ সন্মানসূচক উপাধিৰ আংশিক তালিকা

(১) অগ্নিকবি : কমলাকান্ত ভট্টাচার্য
(২) কলাগুৰু : বিষ্ণু প্রসাদ ৰাভা
(৩) ৰূপকোঁৱৰ : জ্যোতিপ্ৰসাদ আগৰৱালা
(৪) অসম গৌৰৱ : হেম বৰুৱা
(৫) উপন্যাস সম্রাট : ৰজনীকান্ত বৰদলৈ
(৬) কর্মবীৰ : নবীনচন্দ্র বৰদলৈ
(৭) অসম কেশৰী : অম্বিকাগিৰী ৰায়চৌধুৰী
(৮) কবিতা কোঁৱৰ : অম্বেশ্বৰ চেতীয়া ফুকন
(৯) গীতিকবি : পাবর্তী প্রসাদ বৰুৱা
(১০) ত্যাগবীৰ : হেমচন্দ্র বৰুৱা
(১২) দেশভক্ত  : তৰুণৰাম ফুকন
(১৩) দেশপ্রাণ  : লক্ষীধৰ শর্মা
(১৪) বীৰবালা : কনকলতা
(১৫) বকুল বনৰ কবি : আনন্দ চন্দ্র বৰুৱা
(১৬) বনফুলৰ কবি : যতীন্দ্রনাথ দুৱৰা
(১৭) নটসূর্য : ফনী শর্মা
(১৮) জিকিৰ সম্রাট : ৰেকিবুদ্দিন আহমেদ
(১৯) লৌহ মানৱ : বিষ্ণুৰাম মেধি
(২০) বিহগী কবি : ৰঘুনাথ চৌধাৰী
(২১) বিদ্ৰোহী কবি : প্রসন্নলাল চৌধুৰী
(২২) বাগ্মীবৰ/ ককা  : নীলমনি ফুকন
(২৩) ভাঙনি কোঁৱৰ : আনন্দ চন্দ্র আগৰৱালা
(২৪) পাপৰিৰ কবি : গণেশ গগৈ
(২৫) প্রতিমাৰ খনিকৰ : চন্দ্রকুমাৰ আগৰৱালা
(২৬) লোকনায়ক : অমিয় কুমাৰদাস
(২৭) লোকবন্ধু : ডাঃ ভূৱনেশ্বৰ বৰুৱা
(২৮) অসমৰ বেকন : সত্যনাথ বৰা 
(২৯) শেৱালী কবি : ৰত্নকান্ত বৰকাকতী
(৩০) নিজৰাৰ কবি : শৈলধৰ ৰাজখোৱা
(৩১) জ্ঞান মালিনীৰ কবি : মফিজুদ্দিন আহমেদ হাজৰিকা
(৩২) প্রাচ্য পণ্ডিত : কৃষ্ণকান্ত সন্দিকৈ
(৩৩) শোণিতকোঁৱৰ : গজেন বৰুৱা
(৩৪) সেউজ কোঁৱৰ : পৰাগধৰ চলিহা
(৩৫) ৰঙাজিয়াঁৰ কবি : মহিম বৰা
(৩৬) খৰিকাজাঁইৰ কবি : ভবানন্দ ৰাজখোৱা
(৩৭) বনকোঁৱৰ : আনন্দিৰাম দাস
(৩৯) সংগীতাচাৰ্য : লক্ষীৰাম বৰুৱা 
(৪০)সাহিত্যৰত্ন : চন্দ্ৰধৰ বৰুৱা

 

উত্স : https://www.facebook.com/Mahiruh.sss



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate