অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

অসমীয়াৰ সন্মানসূচক উপাধি

অসমীয়াৰ সন্মানসূচক উপাধি

  1. অসমীয়াৰ সন্মানসূচক উপাধিৰ আংশিক তালিকা (১) অগ্নিকবি : কমলাকান্ত ভট্টাচার্য (২) কলাগুৰু : বিষ্ণু প্রসাদ ৰাভা
  2. (৩) ৰূপকোঁৱৰ : জ্যোতিপ্ৰসাদ আগৰৱালা
  3. (৪) অসম গৌৰৱ : হেম বৰুৱা (৫) উপন্যাস সম্রাট : ৰজনীকান্ত বৰদলৈ (৬) কর্মবীৰ : নবীনচন্দ্র বৰদলৈ (৭) অসম কেশৰী : অম্বিকাগিৰী ৰায়চৌধুৰী (৮) কবিতা কোঁৱৰ : অম্বেশ্বৰ চেতীয়া ফুকন (৯) গীতিকবি : পাবর্তী প্রসাদ বৰুৱা (১০) ত্যাগবীৰ : হেমচন্দ্র বৰুৱা (১২) দেশভক্ত  : তৰুণৰাম ফুকন (১৩) দেশপ্রাণ  : লক্ষীধৰ শর্মা (১৪) বীৰবালা : কনকলতা (১৫) বকুল বনৰ কবি : আনন্দ চন্দ্র বৰুৱা (১৬) বনফুলৰ কবি : যতীন্দ্রনাথ দুৱৰা (১৭) নটসূর্য : ফনী শর্মা (১৮) জিকিৰ সম্রাট : ৰেকিবুদ্দিন আহমেদ (১৯) লৌহ মানৱ : বিষ্ণুৰাম মেধি (২০) বিহগী কবি : ৰঘুনাথ চৌধাৰী (২১) বিদ্ৰোহী কবি : প্রসন্নলাল চৌধুৰী (২২) বাগ্মীবৰ/ ককা  : নীলমনি ফুকন (২৩) ভাঙনি কোঁৱৰ : আনন্দ চন্দ্র আগৰৱালা (২৪) পাপৰিৰ কবি : গণেশ গগৈ (২৫) প্রতিমাৰ খনিকৰ : চন্দ্রকুমাৰ আগৰৱালা (২৬) লোকনায়ক : অমিয় কুমাৰদাস (২৭) লোকবন্ধু : ডাঃ ভূৱনেশ্বৰ বৰুৱা (২৮) অসমৰ বেকন : সত্যনাথ বৰা  (২৯) শেৱালী কবি : ৰত্নকান্ত বৰকাকতী (৩০) নিজৰাৰ কবি : শৈলধৰ ৰাজখোৱা (৩১) জ্ঞান মালিনীৰ কবি : মফিজুদ্দিন আহমেদ হাজৰিকা (৩২) প্রাচ্য পণ্ডিত : কৃষ্ণকান্ত সন্দিকৈ (৩৩) শোণিতকোঁৱৰ : গজেন বৰুৱা (৩৪) সেউজ কোঁৱৰ : পৰাগধৰ চলিহা (৩৫) ৰঙাজিয়াঁৰ কবি : মহিম বৰা (৩৬) খৰিকাজাঁইৰ কবি : ভবানন্দ ৰাজখোৱা (৩৭) বনকোঁৱৰ : আনন্দিৰাম দাস (৩৯) সংগীতাচাৰ্য : লক্ষীৰাম বৰুৱা  (৪০)সাহিত্যৰত্ন : চন্দ্ৰধৰ বৰুৱা
অসমীয়াৰ সন্মানসূচক উপাধিৰ আংশিক তালিকা

(১) অগ্নিকবি : কমলাকান্ত ভট্টাচার্য
(২) কলাগুৰু : বিষ্ণু প্রসাদ ৰাভা
(৩) ৰূপকোঁৱৰ : জ্যোতিপ্ৰসাদ আগৰৱালা
(৪) অসম গৌৰৱ : হেম বৰুৱা
(৫) উপন্যাস সম্রাট : ৰজনীকান্ত বৰদলৈ
(৬) কর্মবীৰ : নবীনচন্দ্র বৰদলৈ
(৭) অসম কেশৰী : অম্বিকাগিৰী ৰায়চৌধুৰী
(৮) কবিতা কোঁৱৰ : অম্বেশ্বৰ চেতীয়া ফুকন
(৯) গীতিকবি : পাবর্তী প্রসাদ বৰুৱা
(১০) ত্যাগবীৰ : হেমচন্দ্র বৰুৱা
(১২) দেশভক্ত  : তৰুণৰাম ফুকন
(১৩) দেশপ্রাণ  : লক্ষীধৰ শর্মা
(১৪) বীৰবালা : কনকলতা
(১৫) বকুল বনৰ কবি : আনন্দ চন্দ্র বৰুৱা
(১৬) বনফুলৰ কবি : যতীন্দ্রনাথ দুৱৰা
(১৭) নটসূর্য : ফনী শর্মা
(১৮) জিকিৰ সম্রাট : ৰেকিবুদ্দিন আহমেদ
(১৯) লৌহ মানৱ : বিষ্ণুৰাম মেধি
(২০) বিহগী কবি : ৰঘুনাথ চৌধাৰী
(২১) বিদ্ৰোহী কবি : প্রসন্নলাল চৌধুৰী
(২২) বাগ্মীবৰ/ ককা  : নীলমনি ফুকন
(২৩) ভাঙনি কোঁৱৰ : আনন্দ চন্দ্র আগৰৱালা
(২৪) পাপৰিৰ কবি : গণেশ গগৈ
(২৫) প্রতিমাৰ খনিকৰ : চন্দ্রকুমাৰ আগৰৱালা
(২৬) লোকনায়ক : অমিয় কুমাৰদাস
(২৭) লোকবন্ধু : ডাঃ ভূৱনেশ্বৰ বৰুৱা
(২৮) অসমৰ বেকন : সত্যনাথ বৰা 
(২৯) শেৱালী কবি : ৰত্নকান্ত বৰকাকতী
(৩০) নিজৰাৰ কবি : শৈলধৰ ৰাজখোৱা
(৩১) জ্ঞান মালিনীৰ কবি : মফিজুদ্দিন আহমেদ হাজৰিকা
(৩২) প্রাচ্য পণ্ডিত : কৃষ্ণকান্ত সন্দিকৈ
(৩৩) শোণিতকোঁৱৰ : গজেন বৰুৱা
(৩৪) সেউজ কোঁৱৰ : পৰাগধৰ চলিহা
(৩৫) ৰঙাজিয়াঁৰ কবি : মহিম বৰা
(৩৬) খৰিকাজাঁইৰ কবি : ভবানন্দ ৰাজখোৱা
(৩৭) বনকোঁৱৰ : আনন্দিৰাম দাস
(৩৯) সংগীতাচাৰ্য : লক্ষীৰাম বৰুৱা 
(৪০)সাহিত্যৰত্ন : চন্দ্ৰধৰ বৰুৱা

 

উত্স : https://www.facebook.com/Mahiruh.sss

শেহতীয়া উন্নীতকৰণ: : 4/27/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate