অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

বিভিন্ন বঁটা, সন্মান লাভ কৰা চলচ্চিত্ৰ

ৰাষ্ট্ৰীয় বঁটা

চলচ্চিত্ৰৰ নাম (মুক্তিৰ বছৰ)

পুৰস্কাৰ

পৰিচালক

পিয়লি ফুকন (১৯৫৫)

উৎকৰ্ষৰ মানপত্ৰ

ফণী শৰ্মা

মাক আৰু মৰম (১৯৫৭)

উৎকৰ্ষৰ মানপত্ৰ

নিপ বৰুৱা

ৰঙা পুলিচ (১৯৫৮)

ৰাষ্ট্ৰপতিৰ ৰুপৰ পদক

নিপ বৰুৱা

পূবেৰুণ (১৯৫৯)

ৰাষ্ট্ৰপতিৰ ৰুপৰ পদক

প্ৰভাত মুখাৰ্জি

শকুন্তলা (১৯৬১)

ৰাষ্ট্ৰপতিৰ ৰুপৰ পদক

ভূপেন হাজৰিকা

তেজীমলা (১৯৬৩)

উৎকৰ্ষৰ মানপত্ৰ

আনোৱাৰ হুছেইন

মণিৰাম দেৱান (১৯৬৩)

ৰাষ্ট্ৰপতিৰ ৰুপৰ পদক

সৰ্বেশ্বৰ চক্ৰৱৰ্তী

প্ৰতিধ্বনি (১৯৬৪)

ৰাষ্ট্ৰপতিৰ ৰুপৰ পদক

ভূপেন হাজৰিকা

লটিঘটি (১৯৬৬)

ৰাষ্ট্ৰপতিৰ ৰুপৰ পদক

ভূপেন হাজৰিকা

ডাঃ বেজবৰুৱা

শ্ৰেষ্ঠ আঞ্চলিক ছবি

ব্ৰজেন বৰুৱা

অৰণ্য (১৯৭১)

শ্ৰেষ্ঠ আঞ্চলিক ছবি

সমৰেন্দ্ৰ নাৰায়ণ দেৱ

ওপজা সোণৰ মাটি (১৯৭২)

শ্ৰেষ্ঠ আঞ্চলিক ছবি

ব্ৰজেন বৰুৱা

মমতা (১৯৭৩)

শ্ৰেষ্ঠ আঞ্চলিক ছবি

নলীন দুৱাৰা

চামেলি মেমেচাব (১৯৭৫)

শ্ৰেষ্ঠ আঞ্চলিক ছবি

আব্দুল মজিদ

পতলা ঘৰ (১৯৭৬)

শ্ৰেষ্ঠ আঞ্চলিক ছবি

সমৰেন্দ্ৰ নাৰায়ণ দেৱ

সন্ধ্যাৰাগ (১৯৭৭)

শ্ৰেষ্ঠ আঞ্চলিক ছবি

ভবেন্দ্ৰ নাথ শইকীয়া

কল্লোল (১৯৭৮)

শ্ৰেষ্ঠ আঞ্চলিক ছবি

অতুল বৰদলৈ

অনিৰ্বাণ (১৯৭৮)

শ্ৰেষ্ঠ আঞ্চলিক ছবি

ভবেন্দ্ৰ নাথ শইকীয়া

অপৰুপা (১৯৮২)

শ্ৰেষ্ঠ আঞ্চলিক ছবি

জাহ্নু বৰুৱা

আলোকৰ আহ্বান (১৯৮৩)

শ্ৰেষ্ঠ আঞ্চলিক ছবি

চাৰুকমল হাজৰিকা

সোণ মইনা (১৯৮৪)

শ্ৰেষ্ঠ আঞ্চলিক ছবি

শিৱ প্ৰসাদ ঠাকুৰ

অগ্নিস্নান (১৯৮৫)

শ্ৰেষ্ঠ আঞ্চলিক ছবি

ভবেন্দ্ৰ নাথ শইকীয়া

হালধীয়া চৰায়ে বাওধান খায় (১৯৮৭)

শ্ৰেষ্ঠ ভাৰতীয় ছবি ৰুপে স্বৰ্ণকমল বঁটা লাভ

জাহ্নু বৰুৱা

প্ৰথম ৰাগিণী (১৯৮৭)

শ্ৰেষ্ঠ আঞ্চলিক ছবি

ধীৰু ভূঞা

কোলাহল (১৯৮৮)

শ্ৰেষ্ঠ আঞ্চলিক ছবি

ভবেন্দ্ৰ নাথ শইকীয়া

বনানি (১৯৮৯)

শ্ৰেষ্ঠ আঞ্চলিক ছবি আৰু পৰিবেশ শিতানত শ্ৰেষ্ঠ ছবি (১৯৯০)

জাহ্নু বৰুৱা

যুঁজ (১৯৯০)

শ্ৰেষ্ঠ আঞ্চলিক ছবি

হেমেন দাস

ফিৰিঙতি (১৯৯১)

দ্বিতীয় শ্ৰেষ্ঠ ছবি

জাহ্নু বৰুৱা

সাৰথি (১৯৯১)

শ্ৰেষ্ঠ আঞ্চলিক ছবি

ভবেন্দ্ৰ নাথ শইকীয়া

ৰে’লৰ আলিৰ দুবৰি বন (১৯৯২)

শ্ৰেষ্ঠ আঞ্চলিক ছবি

পুলক গগৈ

আবৰ্তন (১৯৯৩)

শ্ৰেষ্ঠ আঞ্চলিক ছবি

ভবেন্দ্ৰ নাথ শইকীয়া

ইতিহাস (১৯৯৬)

শ্ৰেষ্ঠ আঞ্চলিক ছবি

ভবেন্দ্ৰ নাথ শইকীয়া

আলয়াৰণ (বড়ো ভাষাৰ ছবি, ১৯৮৬)

শ্ৰেষ্ঠ আঞ্চলিক ছবি

প্ৰদীপ ব্ৰহ্ম

হাগ্ৰামায়াও জিনাহাৰী (ৰেপ ইন দি ভাৰ্জিন ফৰেষ্ট, বড়ো ভাষাৰ ছবি, ১৯৯৬)

পৰিৱেশ শিতানত শ্ৰেষ্ঠ ছবি

জাংদাও বড়োছা

অদাহ্য (১৯৯৭)

শ্ৰেষ্ঠ আঞ্চলিক ছবি

সান্ত্বনা বৰদলৈ

কুশল (১৯৯৮)

শ্ৰেষ্ঠ আঞ্চলিক ছবি

জাহ্নু বৰুৱা

পখী (১৯৯৯)

শ্ৰেষ্ঠ আঞ্চলিক ছবি

জাহ্নু বৰুৱা

কণিকাৰ ৰামধেনু (২০০২)

শ্ৰেষ্ঠ আঞ্চলিক ছবি

জাহ্নু বৰুৱা

তৰা (২০০৪)

শ্ৰেষ্ঠ আঞ্চলিক ছবি

জাহ্নু বৰুৱা

জুয়ে পোৰা সোণ (২০০৪)

পৰিৱেশ শিতানত শ্ৰেষ্ঠ ছবি

সঞ্জীৱ সভাপতি

আকাশীতৰাৰ কথাৰে… (২০০৪)

শ্ৰেষ্ঠ আঞ্চলিক ছবি

মঞ্জু বৰা

দীনবন্ধু (২০০৫)

শ্ৰেষ্ঠ আঞ্চলিক ছবি

মুনীন বৰুৱা

কদম তলে কৃষ্ণ নাচে (২০০৬)

শ্ৰেষ্ঠ আঞ্চলিক ছবি

সুমন হৰিপ্ৰিয়া

আইদেউ (২০০৭)

শ্ৰেষ্ঠ আঞ্চলিক ছবি

অৰুপ মান্না

 

অন্যান্য পুৰস্কাৰ/সন্মান

শ্ৰেষ্ঠ সংগীত পৰিচালক

ডঃ ভূপেন হাজৰিকা, ১৯৭৫ (চামেলি মেমচাব)।

শ্ৰেষ্ঠ চিত্ৰনাট্যকাৰ

ডঃ ভবেন্দ্ৰ নাথ শইকীয়া, ১৯৮৫ (অগ্নিস্নান)।

লোকাৰ্ণো আন্তজাৰ্তিক চলচ্চিত্ৰ মহোৎসৱৰ শ্ৰেষ্ঠ শিল্পী

ইন্দ্ৰ বনিয়া, ১৯৮৭ (হালধীয়া চৰায়ে বাওধান খায়)।

শ্ৰেষ্ঠ তথ্যচিত্ৰ, ১৯৮৬

The Land Where Wind Blows Free. পৰিচালক : চন্দ্ৰ নাৰায়ণ বৰুৱা।

শ্ৰেষ্ঠ তথ্যচিত্ৰ, ১৯৮৭

Golden Muga Silk : The Cultural Heritage of Assam. পৰিচালক : শিৱ ঠাকুৰ।

শ্ৰেষ্ঠ তথতচিত্ৰ, ১৯৯০

‘নতুন আশা’, পৰিচালক : অৰুপ বৰঠাকুৰ।

পৰিচালকৰ প্ৰথম ছবি শিতানত শ্ৰেষ্ঠ পৰিচালকৰ ৰাষ্ট্ৰীয় পুৰস্কাৰ ‘ইন্দিৰা গান্ধী’, ১৯৯০

‘ৱশ্ব’বিপো’। পৰিচালক : গৌতম বৰা।

শ্ৰেষ্ঠ সংগীত পৰিচালক

শ্বেৰ চৌধুৰী, ১৯৯০ (ৱশ্ব’বিপো)

পৰিচালকৰ প্ৰথম ছবি শিতানত ৰাষ্ট্ৰীয় পুৰস্কাৰ ‘ইন্দিৰা গান্ধী বঁটা’, ১৯৯১

হলধৰ। পৰিচালক : সঞ্জীৱ হাজৰিকা।

শ্ৰেষ্ঠ অ-কাহিনী (non-featre) চিত্ৰ, ১৯৯১

‘Sons of Abotani : The Misings’. পৰিচালক : গৌতম বৰা।

শ্ৰেষ্ঠ শব্দযান্ত্ৰী, ১৯৯১

অনিল তালুকদাৰ (Sons of Abotani : The Missing)।

তথ্যচিত্ৰ শিতানত উদগনি বঁটা, ১৯৯২

ছাউণ্ড অব্‌ ডাইংকালাৰ, পৰিচালক : শ্বেৰ চৌধুৰী।

শ্ৰেষ্ঠ অভিনেত্ৰী, ১৯৯১

মলয়া গোস্বামী (ফিৰিঙতি)।

শ্ৰেষ্ঠ পৰিচালকৰ ৰাষ্ট্ৰীয় পুৰস্কাৰ

জাহ্নু বৰুৱা, ১৯৯৫ (সাগৰলৈ বহু দূৰ)।

ছিংগাপুৰ আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱৰ শ্ৰেষ্ঠ অভিনেতা

বিষ্ণু খাৰঘৰীয়া, ১৯৯৫ (সাগৰলৈ বহু দূৰ)।

শ্ৰেষ্ঠ অভিনেত্ৰী, ১৯৯৬

সীমা বিশ্বাস (বেণ্ডিত কুইন)।

শ্ৰেষ্ঠ অ-কাহিনী চিত্ৰ, ১৯৯৬

অল এল’ন ইফ নীড বি, পৰিচালক : ৰঞ্জীত দাস।

অৰবিন্দ পুৰস্কাৰ (বিভিন্ন ভাৰতীয় ছবিৰ শ্ৰেষ্ঠ পৰিচালক), ১৯৯৬

ডাঃ সান্ত্বনা বৰদলৈ (অদাহ্য)।

পৰিচালকৰ প্ৰথম ছবি শিতানত ৰাষ্ট্ৰীয় পুৰস্কাৰ ইন্দিৰা গান্ধী বঁটা’, ১৯৯৭

ৰাগ-বিৰাগ, পৰিচালক : বিদ্যুৎ চক্ৰৱৰ্তী।

শ্ৰেষ্ঠ চিত্ৰ গ্ৰহণকাৰী, ১৯৯৭

মৃণালকান্তি দাস।

বিচাৰকৰ বিশেষ বঁটা, ১৯৯৭

ভাগিৰথী (অদাহ্য)।

শ্ৰেষ্ঠ সম্পাদক, ১৯৯৭

শ্ৰীকৰ প্ৰসাদ (ৰাগ-বিৰাগ)।

শ্ৰেষ্ঠ জীৱনী মূলক তথ্যচিত্ৰ, ১৯৯৭ গুৰিৰ বিশেষ বঁটা

‘হস্তীৰ কন্যা’, পৰিচালক : প্ৰবীণ হাজৰিকা।

ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিৰে মহিৎসৱ, ১৯৯৮

অদাহ্য

শ্ৰেষ্ঠ নৃতাত্ত্বিক/ নৃগোষ্ঠীয় ছবি, ১৯৯৯

কৈহাটীৰ ঢুলীয়া, পৰিচালক : হেমন্ত দাস।

গোল্লাপুড়ি শ্ৰীনিৱাসন বঁটা (বিভিন্ন ভাৰতীয় ভাষাৰ ছবিৰ শ্ৰেষ্ঠ পৰিচালক), ১৯৯৯

মঞ্জু বৰা (বৈভৱ)।

ঢাকা চলচ্চিত্ৰ মহোৎসৱৰ শ্ৰেষ্ঠ ছবি, ২০০০

বৈভৱ ; পৰিচালিকা : মঞ্জু বৰা।

চলচ্চিত্ৰ বিষয়ক শ্ৰেষ্ঠ গ্ৰন্থ, ২০০২

‘অসমীয়া চলচ্চিত্ৰ ছাঁ-পোহৰ’, অপূৰ্ব শৰ্মা।

শ্ৰেষ্ঠ চলচ্চিত্ৰ সমালোচক, ২০০৩

উৎপল বৰপূজাৰী।

শ্ৰেষ্ঠ নেপথ্য কণ্ঠশিল্পী, ২০০৪

তৰালি শৰ্মা (আকাশীতৰাৰ কথাৰে…)।

আন্তঃৰাষ্ট্ৰীয় ফিপ্‌ৰেস্কি (FIPRESCI) বঁটা আৰু কোডাক ভিছন বঁটা, ২০০৬

জাহ্নু বৰুৱা (মেইনে গান্ধীকো নেহী মাৰা)।

ঝাৰখণ্ডৰ শ্ৰেষ্ঠ অভিনেত্ৰী, ২০০৬

আইমী বৰুৱা (প্যাৰ কে খাটিৰ)।

চলচ্চিত্ৰ সমালোচক ৰুপে জুৰিৰ বিশেষ উল্লেখ, ২০০৭

উৎপল দত্ত।

তথ্যচিত্ৰৰ শ্ৰেষ্ঠ সংগীত পৰিচালক, ২০০৮

জুবিন গাৰ্গ (ইকোছ অব্‌ ছাইলেন্স)।

নৃতত্ত্ব আৰু নৃগোষ্ঠী বৰ্ণানা তত্ত্ব সম্প্ৰ্কীয় শ্ৰেষ্ঠ তথ্যচিত্ৰ, ২০০৮

টাই ফাকে, পৰিচালক : মৃদুল গুপ্তা।

সামাজিক বিষয়ত নিৰ্মিত শ্ৰেষ্ঠ তথতচিত্ৰ, ২০০৮

শ্বিফটিং প্ৰফেচি, পৰিচালক : মেৰাজুৰ ৰহমান বৰুৱা।

বিজ্ঞান ভিত্তিক শ্ৰেষ্ঠ তথ্য চিত্ৰ, ২০০৮

ভাঙা গৰা, পৰিচালক : নিলাঞ্জন দত্ত।

 

অসমৰ ক’ত কি আছে

তেল শোধনাগাৰ

ডিগবৈ, নুনমাটি (গুৱাহাটী), বঙাইগাঁও, নুমলীগড়।

পেট্ৰোকেমিকেল প্ৰকল্প

নামৰুপ, বঙাইগাঁও।

প্ৰাকৃতিক গেছ প্ৰকল্প

দুলিয়াজান, গুৱাহাটী, বঙাইগাঁও।

তাপ বিদ্যুৎ প্ৰকল্প

নামৰুপ, লাকুৱা, চন্দ্ৰপুৰ, ছালাকাটি।

ৰাসায়নিক সাৰ কাৰখানা

নামৰুপ।

কাগজৰ কল

যোগীঘোপা, জাগীৰোড, পাঁচগ্ৰাম।

মৰাপাটৰ কল

শিলঘাট।

জুইশলা কাৰখানা

ধুবুৰী।

বিলাতী মাটি (চিমেণ্ট) কাৰখানা

বোকাজান।

চেনিকল

বৰুৱাবামুণ গাঁও, চাৰগোলা (কাছাৰ) কামপুৰ।

এলুমিনিয়াম শিল্প

তিনিচুকীয়া, নলবাৰী, বঙাইগাঁও, আমিনগাঁও।

বনস্পতি উদ্যোগ

আমিনগাঁও।

ৰে’ল জংচন

লামডিং, তিনিচুকীয়া, শিমলুগুৰি, মৰিয়নি,ৰঙিয়া, ফকিৰাগ্ৰাম, বদৰপুৰ, ফকৰাটিং। চাপৰমুখ, ৰঙাপাৰা, কৰিমগঞ্জ আদি।

বিমান বন্দৰ

গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমান কোঠ (গুৱাহাটী), ৰৰৈয়া (যোৰহাট), শালনি (তেজপুৰ), মোহনবাৰী (ডিব্ৰুগড়), লীলাবাৰী (উত্তৰ লখিমপুৰ), ৰুপসী (ধুবুৰী), কুম্ভীগ্ৰাম (শিলচৰ)।

ব্ৰহ্মপুত্ৰৰ ওপৰৰ দলং

শৰাইঘাট দলং (গুৱাহাটী-আমিনগাঁও), কলীয়াভোমোৰা দলং (শিলঘাট-তেজপুৰ), নৰনাৰায়ণ সেতু (যোগীঘোপা-পঞ্চৰত্ন), বগীবিলৰ সেতু (নিৰ্মীয়মাণ)।

ৰাষ্ট্ৰীয় উদ্যান

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, মানাহ ৰাষ্ট্ৰীয় উদ্যান, নামেৰী ৰাষ্ট্ৰীয় উদ্যান, ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান, ওৰাং ৰাষ্ট্ৰীয় উদ্যান।

সংৰক্ষিত বনাঞ্চল আৰু অভয়াৰণ্য

সোণাই-ৰুপাই, পবিতৰা, পাভ, গৰমপানী, বৰনদী।

ব্যাঘ্ৰ প্ৰকল্প (Project Tiger)

মানাহ, নামেৰি, কাজিৰঙা।

বিশ্ববিদ্যালয়

গুৱাহাটী বিশ্ববিদ্যালয়, জালুকবাৰী, গুৱাহাটী।

ডিব্ৰুগড় বিশ্ববিদ্যালয়, ডিব্ৰুগড়।

কেন্দ্ৰীয় বিশ্ববিদ্যালয়, তেজপুৰ।

অসম বিশ্ববিদ্যালয়, শিলচৰ

অসম কৃষি বিশ্ববিদ্যালয়, যোৰহাট।

চিকিৎসা মহাবিদ্যালয়

অসম চিকিৎসা মহাবিদ্যালয়, ডিব্ৰুগড়।

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়, গুৱাহাটী।

শিলচৰ চিকিৎসা মহাবিদ্যালয়, শিলচৰ।

যোৰহাট চিকিৎসা মহাবিদ্যালয়, যোৰহাট।

আয়ুৰ্বেদ মহাবিদ্যালয়

গুৱাহাটী।

হোমিঅ’ পেথিক মহাবিদ্যালয়

গুৱাহাটী, যোৰহাট, নগাঁও।

মীন মহাবিদ্যালয়

ৰহা (নগাঁও)।

পশু চিকিৎসা মহাবিদ্যালয়

খানাপাৰা (গুৱাহাটী), আজাহ (উত্তৰ লখিমপুৰ)।

কৃষি মহাবিদ্যালয়

যোৰহাট, বিশ্বনাথ চাৰিআলি।

অভিযান্ত্ৰিক মহাবিদ্যালয়

যোৰহাট, গুৱাহাটী।

শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ

পাঞ্জাবাৰী (গুৱাহাটী)।

নেচনেল ইনষ্টিটিউট অব্‌ টেকনোলজি (পূৰ্বৰ আঞ্চলিক অভিযান্ত্ৰিক মহাবিদ্যালয়)

শিলচৰ

পলিটেকনিক শিক্ষানুষ্ঠান

যোৰহাট, গুৱাহাটী, লাহোৱাল (ডিব্ৰুগড়), শিলচৰ, গোলাঘাট, গোৱালপাৰা, বঙাইগাঁও, নগাঁও, শিৱসাগৰ।

ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান

যোৰহাট, তিনিচুকীয়া, নগাঁও, গুৱাহাটী, তেজপুৰ, কৰিমগঞ্জ, নলবাৰী, শিলচৰ, বৰপেটা, বঙাইগাঁও, ডিফু, মৰিগাঁও, ডিব্ৰুগড়, হাইলাকান্দি, মাজুলী, গোৱালপাৰা, বৰপথাৰ, শিমলুগুৰি, ভেৰগাঁও, কোকৰাঝাৰ, ধেমাজি, হাফলং।

গাৰ্হস্থ্য বিজ্ঞান মহাবিদ্যালয়

যোৰহাট।

দন্ত মহাবিদ্যালয়

গুৱাহাটী।

ফাৰ্মাচী মহাবিদ্যালয়

ডিব্ৰুগড়, গুৱাহাটী, শিলচৰ।

নৰ্মাল স্কুল

যোৰহাট, শিলচৰ, চতীয়া, হাউলি, বঙাইগাঁও।

আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয়

দেৰগাঁও।

সৈনিক স্কুল

মৰনৈ (গোৱালপাৰা)।

বুনিয়াদী প্ৰশিক্ষণ মহাবিদ্যালয়

দেৰগাঁও।

বুনিয়াদী প্ৰশিক্ষণ কেন্দ্ৰ (DIET)

তিতাবৰ, নলবাৰী, দুধনৈ, ৰঙিয়া, কোকৰাঝাৰ, মিৰ্জা, চামগুৰি, ৰহা।

সংস্কৃত মহাবিদ্যালয়

গুৱাহাটী, নলবাৰী।

আৰবী ভাষাৰ প্ৰশিক্ষণ মহাবিদ্যালয়

ৰঙীয়া।

মানসিক চিকিৎসালয়

তেজপুৰ।

আঞ্চলিক গৱেষণাগাৰ

যোৰহাট।

চাহ গৱেষণাগাৰ

যোৰহাট।

চিৰিয়াখানা

গুৱাহাটী।

ৰাজ্যিক সংগ্ৰহালয়

গুৱাহাটী।

প্লেনেটৰিয়াম (তাৰকা গৃহ)

গুৱাহাটী।

আঞ্চলিক বিজ্ঞান কেন্দ্ৰ

গুৱাহাটী।

উচ্চ ন্যায়ালয়

গুৱাহাটী।

অনাতাঁৰ কেন্দ্ৰ

ডিব্ৰুগড়, গুৱাহাটী, শিলচৰ, নগাঁও, যোৰহাট, তেজপুৰ।

চলচ্চিত্ৰ ষ্টুডিঅ’

জ্যোতি চিত্ৰবন, গুৱাহাটী।

গাৰ্লছ পলিটেকনিক শিক্ষানুষ্ঠান

গুৱাহাটী, গোলাঘাট।

ফৰেনছিক লেবৰেটৰী

গুৱাহাটী।

বিশ্ব স্বাস্থ্য কেন্দ্ৰ

চাবুৱা।

কয়লা খনি

মাৰ্ঘেৰিটা, লিডু, নাগিনীমৰা, জয়পুৰ।

খাৰুৱা তেলৰ পুং

ডিগবৈ, দুলীয়াজান, নাহৰকাঈয়া, হুগ্ৰীজান, মৰাণ, লাকুৱা, গেলেকী, ৰুদ্ৰসাগৰ আদি।

চাহ নিলাম কেন্দ্ৰ

গুৱাহাটী।

বৃহত্তম নদী দ্বীপ

মাজুলী (৯২৯ বৰ্গ কিলোমিটাৰ)।

ক্ষুদ্ৰতম নদী দ্বীপ

উমানন্দ (গুৱাহাটী)।

নিজাববিয়াকৈ অনুষ্ঠান সম্প্ৰচাৰ কৰা দূৰদৰ্শন কেন্দ্ৰ

গুৱাহাটী, ডিব্ৰুগড়।

দূৰদৰ্শনৰ ৰিলে কেন্দ্ৰ

গুৱাহাটী, ডিব্ৰুগড়, শিলচৰ, হোজাই, লামডিং, হাটশিঙিমাৰী, গোৱালপাৰা, বঙাইগাঁও, কোকৰাঝাৰ, যোৰহাট, বোকাখাত, নাজিৰা, গহপুৰ, নগাঁও, তেজপুৰ, উত্তৰ লখিমপুৰ, তিনিচুকীয়া।

ৰেচম শিল্প কাৰখানা

জাগীৰোড।

সূতা কল

চাৰিদুৱাৰ (শোণিতপুৰ)।

ৰে’লগাড়ীৰ ইঞ্জিন মেৰামতিৰ কাৰখানা

বঙাইগাঁও।

গৰম পানীৰ উঁহ

গৰমপানী (নামবৰ হাবি)

উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ প্ৰধান কাৰ্যালয়

মালিগাঁও (গুৱাহাটী)।

কাঁহ-পিতলৰ বাচন নিৰ্মাণ কেন্দ্ৰ

সৰ্থেবাৰী।

হাতী দাঁতৰ শিল্প

বৰপেটা।

আই আই টি

গুৱাহাটী (আমিনগাঁও)।

বন গৱেষণা কেন্দ্ৰ

যোৰহাট।

চূণ শিলৰ খনি

কাৰ্‌বি আংলং।

প্লাইউড কাৰখানা

মাৰ্ঘেৰিটা, তিনিচুকীয়া, মৰিয়নি।

ঔষধ প্ৰস্তুত কাৰখানা

গুৱাহাটী।

অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয়

যোৰহাট (চন্দ্ৰকান্ত সন্দিকৈ ভৱন)।

কৰ্কট ৰোগৰ চিকিৎসালয়

গুৱাহাটী।

জলপ্ৰপাত

চাপানলা (নগাঁও), ফটাশিল (গোলাঘাট)।

গেছ বিদ্যুৎ প্ৰকল্প

কঁঠালগুৰি।

দৃষ্টিহীন সকলৰ বাবে ব্ৰেইনী পুথিভঁৰাল

গুৱাহাটী।

 

অসমৰ মাজেদি যোৱা ৰাষ্ট্ৰীয় ঘাই পথ

৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ

উত্তৰ শালমাৰা – নলবাৰী – বাইহাটা চাৰিআলি – আমিনগাঁও। আমিনগাঁৱত ই ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ লগ লাগিছে।

৩১ নং (খ) ৰাষ্ট্ৰীয় ঘাইপথ

উত্তৰ শালমাৰা। যোগীঘোপাৰ ওচৰত ই ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ লগ লাগিছে।

৩১ নং (গ) ৰাষ্ট্ৰীয় ঘাইপথ

কচুগাঁও – ছিদলী। বিজনীৰ ওচৰত ই ৩১ নং ৰাষ্ট্ৰীয় গ্ঘাইপথৰ লগত লাগিছে।

৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথ

নগাঁও – ডবকা – ডিমাপুৰ।

৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ

পঞ্চৰত্ন – গুৱাহাটী – যোৰাবাট – কমাৰগাঁও – মাকুম – চৈখোৱাঘাট।

৩৭ নং (ক) ৰাষ্ট্ৰীয় ঘাইপথ

কুঁৱৰীটোল – তেজপুৰ। তেজপুৰৰ ওচৰত ই ৫২ নং ৰাষ্ট্ৰীয় ঘাইপথ লগ লাগিছে।

৩৮ নং ৰাষ্ট্ৰীয় ঘাইপথ

মাকুম – লিডু – লেখাপানী।

৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথ

নুমলীগড় – ইম্ফল।

৪৪ নং ৰাষ্ট্ৰীয় ঘাইপথ

বদৰপুৰ – ছিলং।

৫২ নং ৰাষ্ট্ৰীয় ঘাইপথ

বাইহাটা চাৰিআলি – তেজপুৰ – বান্দৰদোৱা – উত্তৰ লখিমপুৰ – জোনাই।

৫৩ নং ৰাষ্ট্ৰীয় ঘাইপথ

বদৰপুৰ – শিলচৰ।

৫৪ নং ৰাষ্ট্ৰীয় ঘাইপথ

শিলচৰ – আইজল।

 

অসমৰ প্ৰথম

অনাতাঁৰ কেন্দ্ৰ

গুৱাহাটী আৰু ছিলং। ১৯৪৮ চনৰ ১ জুলাইত স্থাপিত।

চলচ্চিত্ৰ ষ্টুডিঅ’

জ্যোতি চিত্ৰবন, গুৱাহাটী। ১৯৬৮ চনৰ ১৭ জানুৱাৰীত স্থাপিত।

উচ্চ ন্যায়ালয়

গুৱাহাটী উচ্চ ন্যায়ালয়, ১৯৪৮।

যাত্ৰীবাহী মটৰৰ যাতায়ত

১৯০৬ চনত গুৱাহাটী – ছিলঙৰ মাজত প্ৰথম যাত্ৰীবাহী মটৰ গাড়ী চলে।

দৃষ্টিহীন সকলৰ বাবে ব্ৰেইলী পুথিভঁৰাল

দৃষ্টিহীন ব্ৰেইলী পুথিভঁৰাল আৰু তথ্য কেন্দ্ৰ (গুৱাহাটী)।

সমবায় সমিতি

ছিলং সমবায় টাউন বেংক, ১৯০৪ চনৰ ১৩ ছেপ্টেম্বৰত স্থাপিত।

ব্ৰ্হ্মপুত্ৰৰ ওপৰত প্ৰথম দলং

শৰাইঅঘাটৰ দলং, ১৯৬২ চনত ইয়াক মুকলি কৰা হয়।

বিশ্ববিদ্যালয়

গুৱাহাটী বিশ্ববিদ্যালয়, ১৯৪৮।

চিকিৎসা বিদ্যালয়

বেৰী হোৱাইট মেডিকেল স্কুল, ডিব্ৰুগড়, ১৮৯৮-৯৯।

মানসিক চিকিৎসালয়

তেজপুৰ মানসিক চিকিৎসালয়।

উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান

কটন কলেজ, ১৯০১।

চিকিৎসা মহাবিদ্যালয়

অসম চিকিৎসা মহাবিদ্যালয়, ডিব্ৰুগড়। ১৯৪৭ চনত স্থাপিত।

ছপাশাল

মিছন প্ৰেছ, শিৱসাগৰ।

লোক আদালত

হাজো

মহিলা মন্ত্ৰী

মেভিজ ডান।

 

প্ৰথম অসমীয়া

স্নাতক

আনন্দৰাম বৰুৱা।

আই এ এছ

আনন্দৰাম বৰুৱা।

ৰাজ্যপাল

বিষ্ণুৰাম মেধি (মাড্ৰাজ, ৮ জানুৱাৰী ১৯৫৭ – ৪ এপ্ৰিল ১৯৬৪)।

ৰাষ্ট্ৰপতি

ফকৰুদ্দিন আলি আহমেদ (১৯৭৪ – ৭৭)।

লণ্ডন বিশ্ববিদ্যালয়ৰ পৰা পি এইচ ডি লাভ কৰোঁতা

ময়িদুল ইছলাম বৰা।

চলচ্চিত্ৰ নিৰ্মাতা

জ্যোতি প্ৰসাদ আগৰৱালা।

বিলাতত চিকিৎসা শিক্ষা গ্ৰ্হণ কৰোঁতা

ডাঃ আওৰংগ শ্বাহ।

উচ্চ ন্যায়ালয়ৰ বিচাৰপতি

হলীৰাম ডেকা।

উচ্চতম ন্যায়ালয়ৰ বিচাৰপতি

পাৰ্বতী কুমাৰ গোস্বামী।

জাতীয় কংগ্ৰেছৰ সভাপতি

দেৱকান্ত বৰুৱা।

বিলাতলৈ পঢ়িবলৈ যোৱা ছাত্ৰ

আনন্দৰাম ঢেকিয়াল ফুকন।

বেৰিষ্টাৰ

আনন্দৰাম বৰুৱা।

গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য

কৃষ্ণকান্ত সন্দিকৈ (১৯৪৮ – ১৯৫৭)।

অসমৰ বাহিৰৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য

শৰৎ কুমাৰ দত্ত, কুৰুক্ষেত্ৰ বিশ্ববিদ্যালয়।

আইন বিষয়ত ডক্টৰেট

ডঃ জগদীশ মেধি

মহিলা স্নাতক

সুখলতাদুৱৰা, সুধালতা দুৱৰা।

মহিলা চিকিৎসক

ডাঃ ৰজনীপ্ৰভা শইকীয়া।

চিকিৎসা শাস্ত্ৰ পঢ়িবৰ বাবে বিলাতলৈ যোৱা মহিলা

ডাঃ নিৰ্মল প্ৰভা চলিহা, এম বি চি ডব্লিউ।

পদ্মশ্ৰী সন্মান পোৱা মহিলা কবি

নলিনীবালা দেৱী (১৯৫৭)।

সৰ্বভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠানৰ (AIIMS)সঞ্চালক

ডাঃ ৰমেন ডেকা।

এণ্টাৰ্কটিকাত পদাৰ্পণ কৰা বিজ্ঞানী

ৰাঘৱ চন্দ্ৰ ডেকা (২১ ডিচেম্বৰ, ১৯৮৭)।

ভাৰতীয় বায়ুসেনাৰ এয়াৰ ভাইচ মাৰ্ছেল

প্ৰণৱ কুমাৰ বৰবৰা।

মহিলা কেন্দ্ৰীয় মন্ত্ৰী

ৰেণুকাদেৱী বৰকটকী।

উচ্চ ন্যায়ালয়ৰ মহিলা বিচাৰপতি

মীৰা শৰ্মা।

মহিলা এ চি এছ (ACS)

শুচিব্ৰতা ৰায়চৌধুৰী।

মহিলা আই এ এছ (IAS)

পাৰুল দাস।

মহিলা মুখ্যমন্ত্ৰী

ছৈয়দ আনোৱাৰ টাইমুৰ (১৯৮০ – ১৯৮১)

মহাবিদ্যালয়ৰ মহিলা অধ্যক্ষা

ৰাজবালা দাস।

পি এইচ ডি লাভ কড়োঁতা মহিলা

ডাঃ কমলা ৰায়, তিলোত্তমা গগৈ।

মহিলা মহকুমাধিপতি

শুচিব্ৰতা ৰায়চৌধুৰী।

বিধান সভাৰ মহিলা উপাধ্যক্ষা

বনেলি খংমেন।

আন্তৰ্জাতিক উৎসৱত ভাৰতক প্ৰতিনিধিত্ব কৰা শিল্পী

ডঃ ভূপেন হাজৰিকা

বিলাতত ইঞ্জিনীয়াৰিং পাছ কৰোঁতা

বলিনাৰায়ণ বৰা।

ভাৰতৰ ফুটবল এছচিয়েছনৰ সভাপতি

নুৰুল আমিন।

এছিয়ান গেমছত স্বৰ্ণপদক পাওঁতা

ভোগেশ্বৰ বৰুৱা, ১৯৬৬।

ভাৰতৰ কেন্দ্ৰীয় মন্ত্ৰী সভাত পূৰ্ণ পৰ্যায়ৰ মন্ত্ৰী

ফকৰুদ্দিন আলি আহমেদ।

ভাৰতৰ কেন্দ্ৰীয় মন্ত্ৰী সভাৰ উপমন্ত্ৰী

সুৰেন্দ্ৰনাথ বুঢ়াগোহাঁই।

সাহিত্যিক পেঞ্চনাৰ

পদ্মনাথ গোহাঞি বৰুৱা।

মহিলা সাহিত্যিক পেঞ্চনাৰ

নলিনীবালা দেৱী (১৯৫৪)।

ৰাষ্ট্ৰীয় সংগ্ৰহালয়ৰ সঞ্চালক প্ৰধান

ৰবীন দেৱ চৌধুৰী (১৯৯৮)।

ভাৰতীয় সংবিধান ৰচনা উপ সমিতিৰ সদস্য

ছৈয়দ মহম্মদ ছাদুল্লা।

ৰিজাৰ্ভ বেংকৰ সঞ্চালক

গণেশ ফুকন।

ভাষা আন্দোলনৰ শ্বহীদ

সূৰ্য বৰা (১৯৬০)।

লণ্ডন বিশ্ববিদ্যালয়ৰ ডি লিট

সূৰ্য কুমাৰ ভূঞা।

স্বাধীন অসমৰ মুখ্যমন্ত্ৰী

গোপীনাথ বৰদলৈ।

সংগীত – নাটক একাডেমীৰ অধ্যক্ষ

ডঃ ভূপেন হাজৰিকা।

এণ্টাৰ্কটিকাত ভৰি দিয়া বিজ্ঞানী

ৰাঘৱ চন্দ্ৰ ডেকা (২১ ডিচেম্বৰ, ১৯৮৭)।

অৰ্জুন বঁটা

ভোগেশ্বৰ বৰুৱা, (১৯৬৬)।

অৰ্জুন বঁটা লাভ কৰা মহিলা

মনালিছা মেহতা, (১৯৮৭)।

ডাক টিকটত স্থাপন লাভ কড়োঁতা

লক্ষ্মীনাথ বেজবৰুৱা (৫ অক্টোবৰ, ১৯৬৮)।

গ্ৰামোফোন ৰেকৰ্ডত বাণীবদ্ধ গীত

‘বটাটো আনিয়ে তামোল খন কাটিয়ে’, ১৯০৪ চনত এইটো গীত বাণীবদ্ধ কৰা হৈছিল।

গুৱাহাটীৰ অনাতাঁৰ কেন্দ্ৰৰ পৰা প্ৰচাৰিত অসমীয়া সংগীত-ৰুপক

‘অসমীয়াৰ মাত’।

ৰচনা আৰু প্ৰযোজনা : ডঃ ভূপেন হাজৰিকা।

গুৱাহাটী কেন্দ্ৰ পৰা প্ৰচাৰিত নাট

‘ধৰালৈ যিদিনা নামিব সৰগ’ (১৯৪৮),

ৰচনা : সত্যনাথ বৰুৱা।

ভাৰতৰ সকলো অনাতাঁৰ কেন্দ্ৰৰ জৰিয়তে নিজ নিজ ভাষাত প্ৰচাৰিত হোৱা নাটক

‘জয়মতী কুৱঁৰী’। ৰচনা : লক্ষ্মীনাথ বেজবৰুৱা, অনাতাঁৰ অভিযোজনা : ডঃ মহেশ্বৰ নেওগ।

 

লেখক : শান্তনু কৌশিক বৰুৱা

লেখিকা : প্ৰীতিমা কৌশিক বৰুৱা

উৎস : নতুন জানানে

শেহতীয়া উন্নীতকৰণ: : 5/27/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate