চলচ্চিত্ৰৰ নাম (মুক্তিৰ বছৰ) |
পুৰস্কাৰ |
পৰিচালক |
পিয়লি ফুকন (১৯৫৫) |
উৎকৰ্ষৰ মানপত্ৰ |
ফণী শৰ্মা |
মাক আৰু মৰম (১৯৫৭) |
উৎকৰ্ষৰ মানপত্ৰ |
নিপ বৰুৱা |
ৰঙা পুলিচ (১৯৫৮) |
ৰাষ্ট্ৰপতিৰ ৰুপৰ পদক |
নিপ বৰুৱা |
পূবেৰুণ (১৯৫৯) |
ৰাষ্ট্ৰপতিৰ ৰুপৰ পদক |
প্ৰভাত মুখাৰ্জি |
শকুন্তলা (১৯৬১) |
ৰাষ্ট্ৰপতিৰ ৰুপৰ পদক |
ভূপেন হাজৰিকা |
তেজীমলা (১৯৬৩) |
উৎকৰ্ষৰ মানপত্ৰ |
আনোৱাৰ হুছেইন |
মণিৰাম দেৱান (১৯৬৩) |
ৰাষ্ট্ৰপতিৰ ৰুপৰ পদক |
সৰ্বেশ্বৰ চক্ৰৱৰ্তী |
প্ৰতিধ্বনি (১৯৬৪) |
ৰাষ্ট্ৰপতিৰ ৰুপৰ পদক |
ভূপেন হাজৰিকা |
লটিঘটি (১৯৬৬) |
ৰাষ্ট্ৰপতিৰ ৰুপৰ পদক |
ভূপেন হাজৰিকা |
ডাঃ বেজবৰুৱা |
শ্ৰেষ্ঠ আঞ্চলিক ছবি |
ব্ৰজেন বৰুৱা |
অৰণ্য (১৯৭১) |
শ্ৰেষ্ঠ আঞ্চলিক ছবি |
সমৰেন্দ্ৰ নাৰায়ণ দেৱ |
ওপজা সোণৰ মাটি (১৯৭২) |
শ্ৰেষ্ঠ আঞ্চলিক ছবি |
ব্ৰজেন বৰুৱা |
মমতা (১৯৭৩) |
শ্ৰেষ্ঠ আঞ্চলিক ছবি |
নলীন দুৱাৰা |
চামেলি মেমেচাব (১৯৭৫) |
শ্ৰেষ্ঠ আঞ্চলিক ছবি |
আব্দুল মজিদ |
পতলা ঘৰ (১৯৭৬) |
শ্ৰেষ্ঠ আঞ্চলিক ছবি |
সমৰেন্দ্ৰ নাৰায়ণ দেৱ |
সন্ধ্যাৰাগ (১৯৭৭) |
শ্ৰেষ্ঠ আঞ্চলিক ছবি |
ভবেন্দ্ৰ নাথ শইকীয়া |
কল্লোল (১৯৭৮) |
শ্ৰেষ্ঠ আঞ্চলিক ছবি |
অতুল বৰদলৈ |
অনিৰ্বাণ (১৯৭৮) |
শ্ৰেষ্ঠ আঞ্চলিক ছবি |
ভবেন্দ্ৰ নাথ শইকীয়া |
অপৰুপা (১৯৮২) |
শ্ৰেষ্ঠ আঞ্চলিক ছবি |
জাহ্নু বৰুৱা |
আলোকৰ আহ্বান (১৯৮৩) |
শ্ৰেষ্ঠ আঞ্চলিক ছবি |
চাৰুকমল হাজৰিকা |
সোণ মইনা (১৯৮৪) |
শ্ৰেষ্ঠ আঞ্চলিক ছবি |
শিৱ প্ৰসাদ ঠাকুৰ |
অগ্নিস্নান (১৯৮৫) |
শ্ৰেষ্ঠ আঞ্চলিক ছবি |
ভবেন্দ্ৰ নাথ শইকীয়া |
হালধীয়া চৰায়ে বাওধান খায় (১৯৮৭) |
শ্ৰেষ্ঠ ভাৰতীয় ছবি ৰুপে স্বৰ্ণকমল বঁটা লাভ |
জাহ্নু বৰুৱা |
প্ৰথম ৰাগিণী (১৯৮৭) |
শ্ৰেষ্ঠ আঞ্চলিক ছবি |
ধীৰু ভূঞা |
কোলাহল (১৯৮৮) |
শ্ৰেষ্ঠ আঞ্চলিক ছবি |
ভবেন্দ্ৰ নাথ শইকীয়া |
বনানি (১৯৮৯) |
শ্ৰেষ্ঠ আঞ্চলিক ছবি আৰু পৰিবেশ শিতানত শ্ৰেষ্ঠ ছবি (১৯৯০) |
জাহ্নু বৰুৱা |
যুঁজ (১৯৯০) |
শ্ৰেষ্ঠ আঞ্চলিক ছবি |
হেমেন দাস |
ফিৰিঙতি (১৯৯১) |
দ্বিতীয় শ্ৰেষ্ঠ ছবি |
জাহ্নু বৰুৱা |
সাৰথি (১৯৯১) |
শ্ৰেষ্ঠ আঞ্চলিক ছবি |
ভবেন্দ্ৰ নাথ শইকীয়া |
ৰে’লৰ আলিৰ দুবৰি বন (১৯৯২) |
শ্ৰেষ্ঠ আঞ্চলিক ছবি |
পুলক গগৈ |
আবৰ্তন (১৯৯৩) |
শ্ৰেষ্ঠ আঞ্চলিক ছবি |
ভবেন্দ্ৰ নাথ শইকীয়া |
ইতিহাস (১৯৯৬) |
শ্ৰেষ্ঠ আঞ্চলিক ছবি |
ভবেন্দ্ৰ নাথ শইকীয়া |
আলয়াৰণ (বড়ো ভাষাৰ ছবি, ১৯৮৬) |
শ্ৰেষ্ঠ আঞ্চলিক ছবি |
প্ৰদীপ ব্ৰহ্ম |
হাগ্ৰামায়াও জিনাহাৰী (ৰেপ ইন দি ভাৰ্জিন ফৰেষ্ট, বড়ো ভাষাৰ ছবি, ১৯৯৬) |
পৰিৱেশ শিতানত শ্ৰেষ্ঠ ছবি |
জাংদাও বড়োছা |
অদাহ্য (১৯৯৭) |
শ্ৰেষ্ঠ আঞ্চলিক ছবি |
সান্ত্বনা বৰদলৈ |
কুশল (১৯৯৮) |
শ্ৰেষ্ঠ আঞ্চলিক ছবি |
জাহ্নু বৰুৱা |
পখী (১৯৯৯) |
শ্ৰেষ্ঠ আঞ্চলিক ছবি |
জাহ্নু বৰুৱা |
কণিকাৰ ৰামধেনু (২০০২) |
শ্ৰেষ্ঠ আঞ্চলিক ছবি |
জাহ্নু বৰুৱা |
তৰা (২০০৪) |
শ্ৰেষ্ঠ আঞ্চলিক ছবি |
জাহ্নু বৰুৱা |
জুয়ে পোৰা সোণ (২০০৪) |
পৰিৱেশ শিতানত শ্ৰেষ্ঠ ছবি |
সঞ্জীৱ সভাপতি |
আকাশীতৰাৰ কথাৰে… (২০০৪) |
শ্ৰেষ্ঠ আঞ্চলিক ছবি |
মঞ্জু বৰা |
দীনবন্ধু (২০০৫) |
শ্ৰেষ্ঠ আঞ্চলিক ছবি |
মুনীন বৰুৱা |
কদম তলে কৃষ্ণ নাচে (২০০৬) |
শ্ৰেষ্ঠ আঞ্চলিক ছবি |
সুমন হৰিপ্ৰিয়া |
আইদেউ (২০০৭) |
শ্ৰেষ্ঠ আঞ্চলিক ছবি |
অৰুপ মান্না |
শ্ৰেষ্ঠ সংগীত পৰিচালক |
ডঃ ভূপেন হাজৰিকা, ১৯৭৫ (চামেলি মেমচাব)। |
শ্ৰেষ্ঠ চিত্ৰনাট্যকাৰ |
ডঃ ভবেন্দ্ৰ নাথ শইকীয়া, ১৯৮৫ (অগ্নিস্নান)। |
লোকাৰ্ণো আন্তজাৰ্তিক চলচ্চিত্ৰ মহোৎসৱৰ শ্ৰেষ্ঠ শিল্পী |
ইন্দ্ৰ বনিয়া, ১৯৮৭ (হালধীয়া চৰায়ে বাওধান খায়)। |
শ্ৰেষ্ঠ তথ্যচিত্ৰ, ১৯৮৬ |
The Land Where Wind Blows Free. পৰিচালক : চন্দ্ৰ নাৰায়ণ বৰুৱা। |
শ্ৰেষ্ঠ তথ্যচিত্ৰ, ১৯৮৭ |
Golden Muga Silk : The Cultural Heritage of Assam. পৰিচালক : শিৱ ঠাকুৰ। |
শ্ৰেষ্ঠ তথতচিত্ৰ, ১৯৯০ |
‘নতুন আশা’, পৰিচালক : অৰুপ বৰঠাকুৰ। |
পৰিচালকৰ প্ৰথম ছবি শিতানত শ্ৰেষ্ঠ পৰিচালকৰ ৰাষ্ট্ৰীয় পুৰস্কাৰ ‘ইন্দিৰা গান্ধী’, ১৯৯০ |
‘ৱশ্ব’বিপো’। পৰিচালক : গৌতম বৰা। |
শ্ৰেষ্ঠ সংগীত পৰিচালক |
শ্বেৰ চৌধুৰী, ১৯৯০ (ৱশ্ব’বিপো) |
পৰিচালকৰ প্ৰথম ছবি শিতানত ৰাষ্ট্ৰীয় পুৰস্কাৰ ‘ইন্দিৰা গান্ধী বঁটা’, ১৯৯১ |
হলধৰ। পৰিচালক : সঞ্জীৱ হাজৰিকা। |
শ্ৰেষ্ঠ অ-কাহিনী (non-featre) চিত্ৰ, ১৯৯১ |
‘Sons of Abotani : The Misings’. পৰিচালক : গৌতম বৰা। |
শ্ৰেষ্ঠ শব্দযান্ত্ৰী, ১৯৯১ |
অনিল তালুকদাৰ (Sons of Abotani : The Missing)। |
তথ্যচিত্ৰ শিতানত উদগনি বঁটা, ১৯৯২ |
ছাউণ্ড অব্ ডাইংকালাৰ, পৰিচালক : শ্বেৰ চৌধুৰী। |
শ্ৰেষ্ঠ অভিনেত্ৰী, ১৯৯১ |
মলয়া গোস্বামী (ফিৰিঙতি)। |
শ্ৰেষ্ঠ পৰিচালকৰ ৰাষ্ট্ৰীয় পুৰস্কাৰ |
জাহ্নু বৰুৱা, ১৯৯৫ (সাগৰলৈ বহু দূৰ)। |
ছিংগাপুৰ আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱৰ শ্ৰেষ্ঠ অভিনেতা |
বিষ্ণু খাৰঘৰীয়া, ১৯৯৫ (সাগৰলৈ বহু দূৰ)। |
শ্ৰেষ্ঠ অভিনেত্ৰী, ১৯৯৬ |
সীমা বিশ্বাস (বেণ্ডিত কুইন)। |
শ্ৰেষ্ঠ অ-কাহিনী চিত্ৰ, ১৯৯৬ |
অল এল’ন ইফ নীড বি, পৰিচালক : ৰঞ্জীত দাস। |
অৰবিন্দ পুৰস্কাৰ (বিভিন্ন ভাৰতীয় ছবিৰ শ্ৰেষ্ঠ পৰিচালক), ১৯৯৬ |
ডাঃ সান্ত্বনা বৰদলৈ (অদাহ্য)। |
পৰিচালকৰ প্ৰথম ছবি শিতানত ৰাষ্ট্ৰীয় পুৰস্কাৰ ইন্দিৰা গান্ধী বঁটা’, ১৯৯৭ |
ৰাগ-বিৰাগ, পৰিচালক : বিদ্যুৎ চক্ৰৱৰ্তী। |
শ্ৰেষ্ঠ চিত্ৰ গ্ৰহণকাৰী, ১৯৯৭ |
মৃণালকান্তি দাস। |
বিচাৰকৰ বিশেষ বঁটা, ১৯৯৭ |
ভাগিৰথী (অদাহ্য)। |
শ্ৰেষ্ঠ সম্পাদক, ১৯৯৭ |
শ্ৰীকৰ প্ৰসাদ (ৰাগ-বিৰাগ)। |
শ্ৰেষ্ঠ জীৱনী মূলক তথ্যচিত্ৰ, ১৯৯৭ গুৰিৰ বিশেষ বঁটা |
‘হস্তীৰ কন্যা’, পৰিচালক : প্ৰবীণ হাজৰিকা। |
ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিৰে মহিৎসৱ, ১৯৯৮ |
অদাহ্য |
শ্ৰেষ্ঠ নৃতাত্ত্বিক/ নৃগোষ্ঠীয় ছবি, ১৯৯৯ |
কৈহাটীৰ ঢুলীয়া, পৰিচালক : হেমন্ত দাস। |
গোল্লাপুড়ি শ্ৰীনিৱাসন বঁটা (বিভিন্ন ভাৰতীয় ভাষাৰ ছবিৰ শ্ৰেষ্ঠ পৰিচালক), ১৯৯৯ |
মঞ্জু বৰা (বৈভৱ)। |
ঢাকা চলচ্চিত্ৰ মহোৎসৱৰ শ্ৰেষ্ঠ ছবি, ২০০০ |
বৈভৱ ; পৰিচালিকা : মঞ্জু বৰা। |
চলচ্চিত্ৰ বিষয়ক শ্ৰেষ্ঠ গ্ৰন্থ, ২০০২ |
‘অসমীয়া চলচ্চিত্ৰ ছাঁ-পোহৰ’, অপূৰ্ব শৰ্মা। |
শ্ৰেষ্ঠ চলচ্চিত্ৰ সমালোচক, ২০০৩ |
উৎপল বৰপূজাৰী। |
শ্ৰেষ্ঠ নেপথ্য কণ্ঠশিল্পী, ২০০৪ |
তৰালি শৰ্মা (আকাশীতৰাৰ কথাৰে…)। |
আন্তঃৰাষ্ট্ৰীয় ফিপ্ৰেস্কি (FIPRESCI) বঁটা আৰু কোডাক ভিছন বঁটা, ২০০৬ |
জাহ্নু বৰুৱা (মেইনে গান্ধীকো নেহী মাৰা)। |
ঝাৰখণ্ডৰ শ্ৰেষ্ঠ অভিনেত্ৰী, ২০০৬ |
আইমী বৰুৱা (প্যাৰ কে খাটিৰ)। |
চলচ্চিত্ৰ সমালোচক ৰুপে জুৰিৰ বিশেষ উল্লেখ, ২০০৭ |
উৎপল দত্ত। |
তথ্যচিত্ৰৰ শ্ৰেষ্ঠ সংগীত পৰিচালক, ২০০৮ |
জুবিন গাৰ্গ (ইকোছ অব্ ছাইলেন্স)। |
নৃতত্ত্ব আৰু নৃগোষ্ঠী বৰ্ণানা তত্ত্ব সম্প্ৰ্কীয় শ্ৰেষ্ঠ তথ্যচিত্ৰ, ২০০৮ |
টাই ফাকে, পৰিচালক : মৃদুল গুপ্তা। |
সামাজিক বিষয়ত নিৰ্মিত শ্ৰেষ্ঠ তথতচিত্ৰ, ২০০৮ |
শ্বিফটিং প্ৰফেচি, পৰিচালক : মেৰাজুৰ ৰহমান বৰুৱা। |
বিজ্ঞান ভিত্তিক শ্ৰেষ্ঠ তথ্য চিত্ৰ, ২০০৮ |
ভাঙা গৰা, পৰিচালক : নিলাঞ্জন দত্ত। |
তেল শোধনাগাৰ |
ডিগবৈ, নুনমাটি (গুৱাহাটী), বঙাইগাঁও, নুমলীগড়। |
পেট্ৰোকেমিকেল প্ৰকল্প |
নামৰুপ, বঙাইগাঁও। |
প্ৰাকৃতিক গেছ প্ৰকল্প |
দুলিয়াজান, গুৱাহাটী, বঙাইগাঁও। |
তাপ বিদ্যুৎ প্ৰকল্প |
নামৰুপ, লাকুৱা, চন্দ্ৰপুৰ, ছালাকাটি। |
ৰাসায়নিক সাৰ কাৰখানা |
নামৰুপ। |
কাগজৰ কল |
যোগীঘোপা, জাগীৰোড, পাঁচগ্ৰাম। |
মৰাপাটৰ কল |
শিলঘাট। |
জুইশলা কাৰখানা |
ধুবুৰী। |
বিলাতী মাটি (চিমেণ্ট) কাৰখানা |
বোকাজান। |
চেনিকল |
বৰুৱাবামুণ গাঁও, চাৰগোলা (কাছাৰ) কামপুৰ। |
এলুমিনিয়াম শিল্প |
তিনিচুকীয়া, নলবাৰী, বঙাইগাঁও, আমিনগাঁও। |
বনস্পতি উদ্যোগ |
আমিনগাঁও। |
ৰে’ল জংচন |
লামডিং, তিনিচুকীয়া, শিমলুগুৰি, মৰিয়নি,ৰঙিয়া, ফকিৰাগ্ৰাম, বদৰপুৰ, ফকৰাটিং। চাপৰমুখ, ৰঙাপাৰা, কৰিমগঞ্জ আদি। |
বিমান বন্দৰ |
গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমান কোঠ (গুৱাহাটী), ৰৰৈয়া (যোৰহাট), শালনি (তেজপুৰ), মোহনবাৰী (ডিব্ৰুগড়), লীলাবাৰী (উত্তৰ লখিমপুৰ), ৰুপসী (ধুবুৰী), কুম্ভীগ্ৰাম (শিলচৰ)। |
ব্ৰহ্মপুত্ৰৰ ওপৰৰ দলং |
শৰাইঘাট দলং (গুৱাহাটী-আমিনগাঁও), কলীয়াভোমোৰা দলং (শিলঘাট-তেজপুৰ), নৰনাৰায়ণ সেতু (যোগীঘোপা-পঞ্চৰত্ন), বগীবিলৰ সেতু (নিৰ্মীয়মাণ)। |
ৰাষ্ট্ৰীয় উদ্যান |
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, মানাহ ৰাষ্ট্ৰীয় উদ্যান, নামেৰী ৰাষ্ট্ৰীয় উদ্যান, ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান, ওৰাং ৰাষ্ট্ৰীয় উদ্যান। |
সংৰক্ষিত বনাঞ্চল আৰু অভয়াৰণ্য |
সোণাই-ৰুপাই, পবিতৰা, পাভ, গৰমপানী, বৰনদী। |
ব্যাঘ্ৰ প্ৰকল্প (Project Tiger) |
মানাহ, নামেৰি, কাজিৰঙা। |
বিশ্ববিদ্যালয় |
গুৱাহাটী বিশ্ববিদ্যালয়, জালুকবাৰী, গুৱাহাটী। ডিব্ৰুগড় বিশ্ববিদ্যালয়, ডিব্ৰুগড়। কেন্দ্ৰীয় বিশ্ববিদ্যালয়, তেজপুৰ। অসম বিশ্ববিদ্যালয়, শিলচৰ অসম কৃষি বিশ্ববিদ্যালয়, যোৰহাট। |
চিকিৎসা মহাবিদ্যালয় |
অসম চিকিৎসা মহাবিদ্যালয়, ডিব্ৰুগড়। গুৱাহাটী চিকিৎসা মহাবিদ্যালয়, গুৱাহাটী। শিলচৰ চিকিৎসা মহাবিদ্যালয়, শিলচৰ। যোৰহাট চিকিৎসা মহাবিদ্যালয়, যোৰহাট। |
আয়ুৰ্বেদ মহাবিদ্যালয় |
গুৱাহাটী। |
হোমিঅ’ পেথিক মহাবিদ্যালয় |
গুৱাহাটী, যোৰহাট, নগাঁও। |
মীন মহাবিদ্যালয় |
ৰহা (নগাঁও)। |
পশু চিকিৎসা মহাবিদ্যালয় |
খানাপাৰা (গুৱাহাটী), আজাহ (উত্তৰ লখিমপুৰ)। |
কৃষি মহাবিদ্যালয় |
যোৰহাট, বিশ্বনাথ চাৰিআলি। |
অভিযান্ত্ৰিক মহাবিদ্যালয় |
যোৰহাট, গুৱাহাটী। |
শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ |
পাঞ্জাবাৰী (গুৱাহাটী)। |
নেচনেল ইনষ্টিটিউট অব্ টেকনোলজি (পূৰ্বৰ আঞ্চলিক অভিযান্ত্ৰিক মহাবিদ্যালয়) |
শিলচৰ |
পলিটেকনিক শিক্ষানুষ্ঠান |
যোৰহাট, গুৱাহাটী, লাহোৱাল (ডিব্ৰুগড়), শিলচৰ, গোলাঘাট, গোৱালপাৰা, বঙাইগাঁও, নগাঁও, শিৱসাগৰ। |
ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান |
যোৰহাট, তিনিচুকীয়া, নগাঁও, গুৱাহাটী, তেজপুৰ, কৰিমগঞ্জ, নলবাৰী, শিলচৰ, বৰপেটা, বঙাইগাঁও, ডিফু, মৰিগাঁও, ডিব্ৰুগড়, হাইলাকান্দি, মাজুলী, গোৱালপাৰা, বৰপথাৰ, শিমলুগুৰি, ভেৰগাঁও, কোকৰাঝাৰ, ধেমাজি, হাফলং। |
গাৰ্হস্থ্য বিজ্ঞান মহাবিদ্যালয় |
যোৰহাট। |
দন্ত মহাবিদ্যালয় |
গুৱাহাটী। |
ফাৰ্মাচী মহাবিদ্যালয় |
ডিব্ৰুগড়, গুৱাহাটী, শিলচৰ। |
নৰ্মাল স্কুল |
যোৰহাট, শিলচৰ, চতীয়া, হাউলি, বঙাইগাঁও। |
আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয় |
দেৰগাঁও। |
সৈনিক স্কুল |
মৰনৈ (গোৱালপাৰা)। |
বুনিয়াদী প্ৰশিক্ষণ মহাবিদ্যালয় |
দেৰগাঁও। |
বুনিয়াদী প্ৰশিক্ষণ কেন্দ্ৰ (DIET) |
তিতাবৰ, নলবাৰী, দুধনৈ, ৰঙিয়া, কোকৰাঝাৰ, মিৰ্জা, চামগুৰি, ৰহা। |
সংস্কৃত মহাবিদ্যালয় |
গুৱাহাটী, নলবাৰী। |
আৰবী ভাষাৰ প্ৰশিক্ষণ মহাবিদ্যালয় |
ৰঙীয়া। |
মানসিক চিকিৎসালয় |
তেজপুৰ। |
আঞ্চলিক গৱেষণাগাৰ |
যোৰহাট। |
চাহ গৱেষণাগাৰ |
যোৰহাট। |
চিৰিয়াখানা |
গুৱাহাটী। |
ৰাজ্যিক সংগ্ৰহালয় |
গুৱাহাটী। |
প্লেনেটৰিয়াম (তাৰকা গৃহ) |
গুৱাহাটী। |
আঞ্চলিক বিজ্ঞান কেন্দ্ৰ |
গুৱাহাটী। |
উচ্চ ন্যায়ালয় |
গুৱাহাটী। |
অনাতাঁৰ কেন্দ্ৰ |
ডিব্ৰুগড়, গুৱাহাটী, শিলচৰ, নগাঁও, যোৰহাট, তেজপুৰ। |
চলচ্চিত্ৰ ষ্টুডিঅ’ |
জ্যোতি চিত্ৰবন, গুৱাহাটী। |
গাৰ্লছ পলিটেকনিক শিক্ষানুষ্ঠান |
গুৱাহাটী, গোলাঘাট। |
ফৰেনছিক লেবৰেটৰী |
গুৱাহাটী। |
বিশ্ব স্বাস্থ্য কেন্দ্ৰ |
চাবুৱা। |
কয়লা খনি |
মাৰ্ঘেৰিটা, লিডু, নাগিনীমৰা, জয়পুৰ। |
খাৰুৱা তেলৰ পুং |
ডিগবৈ, দুলীয়াজান, নাহৰকাঈয়া, হুগ্ৰীজান, মৰাণ, লাকুৱা, গেলেকী, ৰুদ্ৰসাগৰ আদি। |
চাহ নিলাম কেন্দ্ৰ |
গুৱাহাটী। |
বৃহত্তম নদী দ্বীপ |
মাজুলী (৯২৯ বৰ্গ কিলোমিটাৰ)। |
ক্ষুদ্ৰতম নদী দ্বীপ |
উমানন্দ (গুৱাহাটী)। |
নিজাববিয়াকৈ অনুষ্ঠান সম্প্ৰচাৰ কৰা দূৰদৰ্শন কেন্দ্ৰ |
গুৱাহাটী, ডিব্ৰুগড়। |
দূৰদৰ্শনৰ ৰিলে কেন্দ্ৰ |
গুৱাহাটী, ডিব্ৰুগড়, শিলচৰ, হোজাই, লামডিং, হাটশিঙিমাৰী, গোৱালপাৰা, বঙাইগাঁও, কোকৰাঝাৰ, যোৰহাট, বোকাখাত, নাজিৰা, গহপুৰ, নগাঁও, তেজপুৰ, উত্তৰ লখিমপুৰ, তিনিচুকীয়া। |
ৰেচম শিল্প কাৰখানা |
জাগীৰোড। |
সূতা কল |
চাৰিদুৱাৰ (শোণিতপুৰ)। |
ৰে’লগাড়ীৰ ইঞ্জিন মেৰামতিৰ কাৰখানা |
বঙাইগাঁও। |
গৰম পানীৰ উঁহ |
গৰমপানী (নামবৰ হাবি) |
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ প্ৰধান কাৰ্যালয় |
মালিগাঁও (গুৱাহাটী)। |
কাঁহ-পিতলৰ বাচন নিৰ্মাণ কেন্দ্ৰ |
সৰ্থেবাৰী। |
হাতী দাঁতৰ শিল্প |
বৰপেটা। |
আই আই টি |
গুৱাহাটী (আমিনগাঁও)। |
বন গৱেষণা কেন্দ্ৰ |
যোৰহাট। |
চূণ শিলৰ খনি |
কাৰ্বি আংলং। |
প্লাইউড কাৰখানা |
মাৰ্ঘেৰিটা, তিনিচুকীয়া, মৰিয়নি। |
ঔষধ প্ৰস্তুত কাৰখানা |
গুৱাহাটী। |
অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয় |
যোৰহাট (চন্দ্ৰকান্ত সন্দিকৈ ভৱন)। |
কৰ্কট ৰোগৰ চিকিৎসালয় |
গুৱাহাটী। |
জলপ্ৰপাত |
চাপানলা (নগাঁও), ফটাশিল (গোলাঘাট)। |
গেছ বিদ্যুৎ প্ৰকল্প |
কঁঠালগুৰি। |
দৃষ্টিহীন সকলৰ বাবে ব্ৰেইনী পুথিভঁৰাল |
গুৱাহাটী। |
৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ |
উত্তৰ শালমাৰা – নলবাৰী – বাইহাটা চাৰিআলি – আমিনগাঁও। আমিনগাঁৱত ই ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ লগ লাগিছে। |
৩১ নং (খ) ৰাষ্ট্ৰীয় ঘাইপথ |
উত্তৰ শালমাৰা। যোগীঘোপাৰ ওচৰত ই ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ লগ লাগিছে। |
৩১ নং (গ) ৰাষ্ট্ৰীয় ঘাইপথ |
কচুগাঁও – ছিদলী। বিজনীৰ ওচৰত ই ৩১ নং ৰাষ্ট্ৰীয় গ্ঘাইপথৰ লগত লাগিছে। |
৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথ |
নগাঁও – ডবকা – ডিমাপুৰ। |
৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ |
পঞ্চৰত্ন – গুৱাহাটী – যোৰাবাট – কমাৰগাঁও – মাকুম – চৈখোৱাঘাট। |
৩৭ নং (ক) ৰাষ্ট্ৰীয় ঘাইপথ |
কুঁৱৰীটোল – তেজপুৰ। তেজপুৰৰ ওচৰত ই ৫২ নং ৰাষ্ট্ৰীয় ঘাইপথ লগ লাগিছে। |
৩৮ নং ৰাষ্ট্ৰীয় ঘাইপথ |
মাকুম – লিডু – লেখাপানী। |
৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথ |
নুমলীগড় – ইম্ফল। |
৪৪ নং ৰাষ্ট্ৰীয় ঘাইপথ |
বদৰপুৰ – ছিলং। |
৫২ নং ৰাষ্ট্ৰীয় ঘাইপথ |
বাইহাটা চাৰিআলি – তেজপুৰ – বান্দৰদোৱা – উত্তৰ লখিমপুৰ – জোনাই। |
৫৩ নং ৰাষ্ট্ৰীয় ঘাইপথ |
বদৰপুৰ – শিলচৰ। |
৫৪ নং ৰাষ্ট্ৰীয় ঘাইপথ |
শিলচৰ – আইজল। |
অনাতাঁৰ কেন্দ্ৰ |
গুৱাহাটী আৰু ছিলং। ১৯৪৮ চনৰ ১ জুলাইত স্থাপিত। |
চলচ্চিত্ৰ ষ্টুডিঅ’ |
জ্যোতি চিত্ৰবন, গুৱাহাটী। ১৯৬৮ চনৰ ১৭ জানুৱাৰীত স্থাপিত। |
উচ্চ ন্যায়ালয় |
গুৱাহাটী উচ্চ ন্যায়ালয়, ১৯৪৮। |
যাত্ৰীবাহী মটৰৰ যাতায়ত |
১৯০৬ চনত গুৱাহাটী – ছিলঙৰ মাজত প্ৰথম যাত্ৰীবাহী মটৰ গাড়ী চলে। |
দৃষ্টিহীন সকলৰ বাবে ব্ৰেইলী পুথিভঁৰাল |
দৃষ্টিহীন ব্ৰেইলী পুথিভঁৰাল আৰু তথ্য কেন্দ্ৰ (গুৱাহাটী)। |
সমবায় সমিতি |
ছিলং সমবায় টাউন বেংক, ১৯০৪ চনৰ ১৩ ছেপ্টেম্বৰত স্থাপিত। |
ব্ৰ্হ্মপুত্ৰৰ ওপৰত প্ৰথম দলং |
শৰাইঅঘাটৰ দলং, ১৯৬২ চনত ইয়াক মুকলি কৰা হয়। |
বিশ্ববিদ্যালয় |
গুৱাহাটী বিশ্ববিদ্যালয়, ১৯৪৮। |
চিকিৎসা বিদ্যালয় |
বেৰী হোৱাইট মেডিকেল স্কুল, ডিব্ৰুগড়, ১৮৯৮-৯৯। |
মানসিক চিকিৎসালয় |
তেজপুৰ মানসিক চিকিৎসালয়। |
উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান |
কটন কলেজ, ১৯০১। |
চিকিৎসা মহাবিদ্যালয় |
অসম চিকিৎসা মহাবিদ্যালয়, ডিব্ৰুগড়। ১৯৪৭ চনত স্থাপিত। |
ছপাশাল |
মিছন প্ৰেছ, শিৱসাগৰ। |
লোক আদালত |
হাজো |
মহিলা মন্ত্ৰী |
মেভিজ ডান। |
স্নাতক |
আনন্দৰাম বৰুৱা। |
আই এ এছ |
আনন্দৰাম বৰুৱা। |
ৰাজ্যপাল |
বিষ্ণুৰাম মেধি (মাড্ৰাজ, ৮ জানুৱাৰী ১৯৫৭ – ৪ এপ্ৰিল ১৯৬৪)। |
ৰাষ্ট্ৰপতি |
ফকৰুদ্দিন আলি আহমেদ (১৯৭৪ – ৭৭)। |
লণ্ডন বিশ্ববিদ্যালয়ৰ পৰা পি এইচ ডি লাভ কৰোঁতা |
ময়িদুল ইছলাম বৰা। |
চলচ্চিত্ৰ নিৰ্মাতা |
জ্যোতি প্ৰসাদ আগৰৱালা। |
বিলাতত চিকিৎসা শিক্ষা গ্ৰ্হণ কৰোঁতা |
ডাঃ আওৰংগ শ্বাহ। |
উচ্চ ন্যায়ালয়ৰ বিচাৰপতি |
হলীৰাম ডেকা। |
উচ্চতম ন্যায়ালয়ৰ বিচাৰপতি |
পাৰ্বতী কুমাৰ গোস্বামী। |
জাতীয় কংগ্ৰেছৰ সভাপতি |
দেৱকান্ত বৰুৱা। |
বিলাতলৈ পঢ়িবলৈ যোৱা ছাত্ৰ |
আনন্দৰাম ঢেকিয়াল ফুকন। |
বেৰিষ্টাৰ |
আনন্দৰাম বৰুৱা। |
গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য |
কৃষ্ণকান্ত সন্দিকৈ (১৯৪৮ – ১৯৫৭)। |
অসমৰ বাহিৰৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য |
শৰৎ কুমাৰ দত্ত, কুৰুক্ষেত্ৰ বিশ্ববিদ্যালয়। |
আইন বিষয়ত ডক্টৰেট |
ডঃ জগদীশ মেধি |
মহিলা স্নাতক |
সুখলতাদুৱৰা, সুধালতা দুৱৰা। |
মহিলা চিকিৎসক |
ডাঃ ৰজনীপ্ৰভা শইকীয়া। |
চিকিৎসা শাস্ত্ৰ পঢ়িবৰ বাবে বিলাতলৈ যোৱা মহিলা |
ডাঃ নিৰ্মল প্ৰভা চলিহা, এম বি চি ডব্লিউ। |
পদ্মশ্ৰী সন্মান পোৱা মহিলা কবি |
নলিনীবালা দেৱী (১৯৫৭)। |
সৰ্বভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠানৰ (AIIMS)সঞ্চালক |
ডাঃ ৰমেন ডেকা। |
এণ্টাৰ্কটিকাত পদাৰ্পণ কৰা বিজ্ঞানী |
ৰাঘৱ চন্দ্ৰ ডেকা (২১ ডিচেম্বৰ, ১৯৮৭)। |
ভাৰতীয় বায়ুসেনাৰ এয়াৰ ভাইচ মাৰ্ছেল |
প্ৰণৱ কুমাৰ বৰবৰা। |
মহিলা কেন্দ্ৰীয় মন্ত্ৰী |
ৰেণুকাদেৱী বৰকটকী। |
উচ্চ ন্যায়ালয়ৰ মহিলা বিচাৰপতি |
মীৰা শৰ্মা। |
মহিলা এ চি এছ (ACS) |
শুচিব্ৰতা ৰায়চৌধুৰী। |
মহিলা আই এ এছ (IAS) |
পাৰুল দাস। |
মহিলা মুখ্যমন্ত্ৰী |
ছৈয়দ আনোৱাৰ টাইমুৰ (১৯৮০ – ১৯৮১) |
মহাবিদ্যালয়ৰ মহিলা অধ্যক্ষা |
ৰাজবালা দাস। |
পি এইচ ডি লাভ কড়োঁতা মহিলা |
ডাঃ কমলা ৰায়, তিলোত্তমা গগৈ। |
মহিলা মহকুমাধিপতি |
শুচিব্ৰতা ৰায়চৌধুৰী। |
বিধান সভাৰ মহিলা উপাধ্যক্ষা |
বনেলি খংমেন। |
আন্তৰ্জাতিক উৎসৱত ভাৰতক প্ৰতিনিধিত্ব কৰা শিল্পী |
ডঃ ভূপেন হাজৰিকা |
বিলাতত ইঞ্জিনীয়াৰিং পাছ কৰোঁতা |
বলিনাৰায়ণ বৰা। |
ভাৰতৰ ফুটবল এছচিয়েছনৰ সভাপতি |
নুৰুল আমিন। |
এছিয়ান গেমছত স্বৰ্ণপদক পাওঁতা |
ভোগেশ্বৰ বৰুৱা, ১৯৬৬। |
ভাৰতৰ কেন্দ্ৰীয় মন্ত্ৰী সভাত পূৰ্ণ পৰ্যায়ৰ মন্ত্ৰী |
ফকৰুদ্দিন আলি আহমেদ। |
ভাৰতৰ কেন্দ্ৰীয় মন্ত্ৰী সভাৰ উপমন্ত্ৰী |
সুৰেন্দ্ৰনাথ বুঢ়াগোহাঁই। |
সাহিত্যিক পেঞ্চনাৰ |
পদ্মনাথ গোহাঞি বৰুৱা। |
মহিলা সাহিত্যিক পেঞ্চনাৰ |
নলিনীবালা দেৱী (১৯৫৪)। |
ৰাষ্ট্ৰীয় সংগ্ৰহালয়ৰ সঞ্চালক প্ৰধান |
ৰবীন দেৱ চৌধুৰী (১৯৯৮)। |
ভাৰতীয় সংবিধান ৰচনা উপ সমিতিৰ সদস্য |
ছৈয়দ মহম্মদ ছাদুল্লা। |
ৰিজাৰ্ভ বেংকৰ সঞ্চালক |
গণেশ ফুকন। |
ভাষা আন্দোলনৰ শ্বহীদ |
সূৰ্য বৰা (১৯৬০)। |
লণ্ডন বিশ্ববিদ্যালয়ৰ ডি লিট |
সূৰ্য কুমাৰ ভূঞা। |
স্বাধীন অসমৰ মুখ্যমন্ত্ৰী |
গোপীনাথ বৰদলৈ। |
সংগীত – নাটক একাডেমীৰ অধ্যক্ষ |
ডঃ ভূপেন হাজৰিকা। |
এণ্টাৰ্কটিকাত ভৰি দিয়া বিজ্ঞানী |
ৰাঘৱ চন্দ্ৰ ডেকা (২১ ডিচেম্বৰ, ১৯৮৭)। |
অৰ্জুন বঁটা |
ভোগেশ্বৰ বৰুৱা, (১৯৬৬)। |
অৰ্জুন বঁটা লাভ কৰা মহিলা |
মনালিছা মেহতা, (১৯৮৭)। |
ডাক টিকটত স্থাপন লাভ কড়োঁতা |
লক্ষ্মীনাথ বেজবৰুৱা (৫ অক্টোবৰ, ১৯৬৮)। |
গ্ৰামোফোন ৰেকৰ্ডত বাণীবদ্ধ গীত |
‘বটাটো আনিয়ে তামোল খন কাটিয়ে’, ১৯০৪ চনত এইটো গীত বাণীবদ্ধ কৰা হৈছিল। |
গুৱাহাটীৰ অনাতাঁৰ কেন্দ্ৰৰ পৰা প্ৰচাৰিত অসমীয়া সংগীত-ৰুপক |
‘অসমীয়াৰ মাত’। ৰচনা আৰু প্ৰযোজনা : ডঃ ভূপেন হাজৰিকা। |
গুৱাহাটী কেন্দ্ৰ পৰা প্ৰচাৰিত নাট |
‘ধৰালৈ যিদিনা নামিব সৰগ’ (১৯৪৮), ৰচনা : সত্যনাথ বৰুৱা। |
ভাৰতৰ সকলো অনাতাঁৰ কেন্দ্ৰৰ জৰিয়তে নিজ নিজ ভাষাত প্ৰচাৰিত হোৱা নাটক |
‘জয়মতী কুৱঁৰী’। ৰচনা : লক্ষ্মীনাথ বেজবৰুৱা, অনাতাঁৰ অভিযোজনা : ডঃ মহেশ্বৰ নেওগ। |
লেখক : শান্তনু কৌশিক বৰুৱা
লেখিকা : প্ৰীতিমা কৌশিক বৰুৱা
উৎস : নতুন জানানে
শেহতীয়া উন্নীতকৰণ: : 5/27/2020
বিভিন্ন চৰকাৰী আঁচনি আৰু কৰ্মসূচীৰ বাবে কৃষকৰ সহজ ...
অসমৰ বাদ্যযন্ত্ৰ
খাদ্যত থকা বিভিন্ন দূষিত কীটনাশক আৰু ইয়াক আঁতৰ কৰা...
আপোনাক কিমান সময়ৰ টোপনিৰ প্ৰয়োজন হয় সেই বিষয়ে কিছু...