অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ভাৰতৰ ৰাজ্যসমূহ: প্ৰাথমিক তথ্য

ভাৰতৰ ৰাজ্যসমূহ: প্ৰাথমিক তথ্য

(২০০১ চনৰ চূড়ান্ত লোকপিয়ল অনুসৰি)

ৰাজ্য

ৰাজধানী

মাটিকালি

(বৰ্গ কি: মি:)

পুৰুষ-মহিলাৰ অনুপাত (প্ৰতি ১০০০ পুৰুষত মহিলা)

জিলাৰ সংখ্যা

অন্ধ্ৰ প্ৰদেশ

হায়দৰাবাদ

২,৭৫,০৬৮

৯৭৮

২৩

অৰুণাচল প্ৰদেশ

ইটানগৰ

৮৩,৭৪৩

৮৯৩

১৬

অসম

দিছপুৰ (গুৱাহাটী)

৭৮,৪৩৮

৯৩৫

২৭

উত্তৰ প্ৰদেশ

লক্ষ্ণৌ

২,৪৩,২৮৬

৮৯৮

৭০

উত্তৰাখণ্ড

ডেৰাদুন

৫১,১২৫

৯৬২

১৩

উৰিষ্যা

ভুবনেশ্বৰ

১,৫৫,৭০৭

৯৭২

৩০

কৰ্ণটক

বাংগালুৰ

১,৯১,৭৯১

৯৬৫

২৭

কেৰেলা

তিৰুৱনন্তপুৰম

৩৮,৮৬৩

১০৫৮

১৪

গুজৰাট

গান্ধীনগৰ

১,৯৬,০২৪

৯২০

২৫

গোৱা

পানাজি

৩,৭০২

৯৬১

ছত্তিছগড়

ৰায়পুৰ

১,৩৫,১৯৪

৯৮৯

১৬

ছিকিম

গেংটক

৭,০৯৬

৮৭৫

জম্মু আৰু কাশ্মীৰ

শ্ৰীনগৰ, জম্মু

২,২২,২৩৬

৮৯২

১৪

ঝাৰখণ্ড

ৰাঁচি

৭৪,৬৭৭

৯৪১

২৪

তামিলনাডু

চেন্নাই

১,৩০,০৫৮

৯৮৭

৩১

ত্ৰিপুৰা

আগৰতলা

১০,৪৮৬

৯৪৮

নাগালেণ্ড

কহিমা

১৬,৫৭৯

৯০০

১১

পঞ্জাৱ

চণ্ডীগড়

৫০,৩৫২

৮৭৬

২০

পশ্চিমবংগ

কলকাতা

৮৮,৭৫২

৯৩৪

১৮

বিহাৰ

পাটনা

৯৪,১৬৪

৯১৯

৩৭

মণিপুৰ

ইম্ফল

২২,৩২৭

৯৭৮

মধ্য প্ৰদেশ

ভূপাল

৩,০৮,১৪৪

৯১৯

৪৮

মহাৰাষত্ৰ

মুম্বাই

৩,০৭,৬৯০

৯২২

৩৫

মিজোৰাম

আইজল

২১,০৮১

৯৩৫

মেঘালয়

ছিলং

২২,৪২৯

৯৭২

ৰাজস্থান

জয়পুৰ

৩,৪২,২৩৯

৯২১

৩২

হাৰিয়ানা

চণ্ডীগড়

৪৪,২১২

৮৬১

২০

হিমাচল প্ৰদেশ

ছিমলা

৫৫,৬৭৩

৯৫৮

১২

কেন্দ্ৰীয়শাসিত অঞ্চল

ৰাজ্য

ৰাজধানী

মাটিকালি

(বৰ্গ কি: মি:)

পুৰুষ-মহিলাৰ অনুপাত (প্ৰতি ১০০০ পুৰুষত মহিলা)

জিলাৰ সংখ্যা

আন্দামান নিকোবৰ

ৰ্প’ৰ্টব্লেয়াৰ

৮,২৪৯

৮৪৬

চণ্ডীগড়

চণ্ডীগড়

১১৪

৭৭৭

দমন আৰু ডিউ

দমন

১১২

৭১০

দাদৰা আৰু নগৰ হাভেলি

ছিলভাছা

৪৯১

৮১২

পুডুচেৰী

পণ্ডিচেৰী

৪৮২

১০০১

লাক্ষাদ্বীপ

কাৱাৰাথী

৩২

৯৪৮

ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চল (National Capital Territory)

ৰাজ্য

ৰাজধানী

মাটিকালি

(বৰ্গ কি: মি:)

পুৰুষ-মহিলাৰ অনুপাত (প্ৰতি ১০০০ পুৰুষত মহিলা)

জিলাৰ সংখ্যা

দিল্লী

দিল্লী

১৪৮৩

৮২১

-

 

  • জনসংখ্যা, মাটিকালি, জনবসতিৰ ঘনত্ব আৰু সাক্ষৰতাৰ হাৰ অনুসৰি ভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চল

ক্ৰম নং

জনসংখ্যা (অনুসৰি)

মাটিকালি (অনুসৰি)

জনবসতিৰ ঘনত্ব (অনুসৰি)

সাক্ষৰতাৰ হাৰ (অনুসৰি)

উত্তৰ প্ৰদেশ

ৰাজস্থান

দিল্লী

কেৰালা

মহাৰাষ্ট্ৰ

মধ্য প্ৰদেশ

চণ্ডীগড়

মিজোৰাম

বিহাৰ

মহাৰাষ্ট্ৰ

পুডুচেৰী

লাক্ষাদ্বীপ

পশ্চিম্বংগ

অন্ধ্ৰ প্ৰদেশ

লাক্ষাদ্বীপ

গোৱা

অন্ধ্ৰ প্ৰদেশ

উত্তৰ প্ৰদেশ

দমন আৰ উদিউ

চণ্ডীগড়

তামিলনাডু

জম্মু আৰু কাশ্মীৰ

দমন আৰু দিউ

চণ্ডীগড়

মধ্য প্ৰদেশ

গুজৰাট

বিহাৰ

আন্দামান আৰু নিকোবৰ

ৰাজস্থান

কৰ্ণাটক

কেৰালা

পুডুচেৰী

কৰ্ণাটক

উৰিষ্যা

উত্তৰ প্ৰদেশ

দমন আৰু দিউ

১০

গুজৰাট

চত্তিশগড়

পঞ্জাৱ

মহাৰাষ্ট্ৰ

১১

উৰিষ্যা

তামিলনাডু

তামিলনাডু

হিমাচল প্ৰদেশ

১২

কেৰালা

বিহাৰ

হাৰিয়ানা

তামিলনাডু

১৩

ঝাৰখণ্ড

পশ্চিমবংগ

দাদৰা আৰু নগৰ হাভেলী

ত্ৰিপুৰা

১৪

অসম

অৰুণাচল প্ৰদেশ

গোৱা

উত্তৰাখণ্ড

১৫

পঞ্জাৱ

ঝাৰখণ্ড

অসম

মণিপুৰ

১৬

হাৰিয়ানা

অসম

ঝাৰখণ্ড

পঞ্জাৱ

১৭

চত্তিছগড়

হিমাচল প্ৰদেশ

মহাৰাষ্ট্ৰ

গুজৰাট

১৮

দিল্লী

উত্তৰাখণ্ড

ত্ৰিপুৰা

ছিকিম

১৯

জম্মু আৰু কাশ্মীৰ

পঞ্জাৱ

অন্ধ্ৰ প্ৰদেশ

পশ্চিম বংগ

২০

উত্তৰাখণ্ড

হাৰিয়ানা

কৰ্ণটক

হাৰিয়ানা

২১

হিমাচল প্ৰদেশ

কেৰালা

গুজৰাট

কৰ্ণাটক

২২

ত্ৰিপুৰা

মেঘালয়

উৰিষ্যা

নাগালেণ্ড

২৩

মেঘালয়

মণিপুৰ

মধ্য প্ৰদেশ

চত্তিছগড়

২৪

মণিপুৰ

মিজোৰাম

ৰাজস্থান

মধ্য প্ৰদেশ

২৫

নাগালেণ্ড

নাগালেণ্ড

উত্তৰাখণ্ড

অসম

২৬

গোৱা

ত্ৰিপুৰা

চত্তিছগড়

উৰিষ্যা

২৭

অৰুণাচল প্ৰদেশ

আন্দামান আৰু নিকোবৰ

নাগালেণ্ড

মেঘালয়

২৮

পুডুচেৰী

ছিকিম

হিমাচল প্ৰদেশ

অন্ধ্ৰ প্ৰদেশ

২৯

চণ্ডীগড়

গোৱা

মণিপুৰ

ৰাজস্থান

৩০

মিজোৰাম

দিল্লী

মেঘালয়

দাদৰা আৰু নগৰ হাভেলী

৩১

ছিকিম

পুডুচেৰী

জম্মু আৰু কাশ্মীৰ

উত্তৰ প্ৰদেশ

৩২

আন্দামান আৰু নিকোবৰ

দাদৰা আৰু নগৰ হাভেলী

ছিকিম

জম্মু আৰু কাশ্মীৰ

৩৩

দাদৰা আৰু নগৰ হাভেলী

চণ্ডীগড়

আন্দামান আৰু নিকোবৰ

অৰুণাচল প্ৰদেশ

৩৪

দমন আৰু দিউ

দমন আৰু দিউ

মিজোৰাম

ঝাৰখণ্ড

৩৫

লাক্ষাদ্বীপ

লাক্ষাদ্বীপ

অৰুণাচল প্ৰদেশ

বিহাৰ

 

  • ভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চল সমূহৰ চমু বিৱৰণ

(২০০১ চনৰ চূড়ান্ত লোকপিয়ল অনুসৰি)

  • অন্ধ্ৰ প্ৰদেশ

মাটিকালি

২,৭৫,০৬৮ বৰ্গ কিলোমিটাৰ

মুঠ জনসংখ্যা

৭,৬২,১০,০০৭

পুৰুষ

৩,৮৫,২৭,৪১৩

মহিলা

৩,৭৬,৮২,৫৯৪

জনবসতিৰ ঘনত্ব

প্ৰতি বৰ্গ কিলোমিটাৰত ২৭৫ জন

সাক্ষৰতাৰ হাৰ

৬০.৫%

পুৰুষ

৭০.৩%

মহিলা

৫০.৪%

মুখ্য ভাষা

তেলগু, উৰ্দু

ৰাজধানী

হায়দৰাবাদ

বিধান সভাৰ আসন সংখ্যা

২৯৪

লোকসভাৰ আসন সংখ্যা

৪২

ৰাজ্যসভাত আসন সংখ্যা

১৮

চাৰিসীমা

উত্তৰে চত্তিছগড়, উৰিষ্যা আৰু মহাৰাষ্ট্ৰ ; দক্ষিণে তামিলনাডু আৰু কৰ্ণাটক ; পূবে বংগোপ সাগৰ ; পশ্চিমে কৰ্ণাটক আৰু মহাৰাষ্ট্ৰ

 

  • অৰুণাচল প্ৰদেশ

মাটিকালি

৮৩,৭৪৩ বৰ্গ কিলোমিটাৰ

মুঠ জনসংখ্যা

১০,৯৭,৯৬৮

পুৰুষ

৫,৭৯,৯৪১

মহিলা

৫,১৮,০২৭

জনবসতিৰ ঘনত্ব

প্ৰতি বৰ্গ কিলোমিটাৰত ১৩ জন।

সাক্ষৰতাৰ হাৰ

৫৪.৩০%

পুৰুষ

৬৩.৮০%

মহিলা

৪৩.৫০%

মুখ্য ভাষা

মনপা, অকা, নিছি, ছেৰডুকপেন, মিচিমি, আপাটানি, তাগিন, আদি, খামটি ইত্যাদি।

ৰাজধানী

ইটানগৰ

বিধানসভাৰ আসন সংখ্যা

৬০

লোকসভাৰ আসন সংখ্যা

ৰাজ্যসভাৰ আসন সংখ্যা

চাৰিসীমা

পূবে চীন ; পূবে ম্যানমাৰ ; দক্ষিণে আসম; পশ্চিমে ভূটান

 

  • অসম

মাটিকালি

৭৮,৪৩৮ বৰ্গ কোলিমিটাৰ

মুঠ জনসংখ্যা

২,৬৬,৫৫,৫২৮

পুৰুষ

১,৩৭,৭৭,০৩৭

মহিলা

১,২৮,৭৮,৪৮১

জনবসতিৰ ঘনত্ব

প্ৰতি বৰ্গ কিলোমিটাৰত ৩৪০ জন

সাক্ষৰতাৰ হাৰ

৬৩.২৫%

পুৰুষ

৭১.২৮%

মহিলা

৫৪.৬১%

মুখ্য ভাষা

অসমীয়া

ৰাজধানী

দিছপুৰ (গুৱাহাটি)

বিধানসভাৰ আসন সংখ্যা

১২৬

লোকসভাৰ আসন সংখ্যা

১৪

ৰাজ্যসভাৰ আসন সংখ্যা

চাৰিসীমা

উত্তৰে অৰুণাচল প্ৰদেশ আৰ উভূটান ; পূবে অৰুণাচল প্ৰদেশ ; দক্ষিণে মিজোৰাম আৰু ত্ৰিপুৰা ; পশ্চিমে পশ্চিমবংগ আৰু বাংলাদেশ।

অসমৰ অন্যান্য অথ্যৰ বাবে ‘অসম’ শীৰ্ষক অধ্যায় দ্ৰষ্টব্য।

  • উত্তৰ প্ৰদেশ

মাটিকালি

২,৪৩,২৮৬ বৰ্গ কিলোমিটাৰ

মুঠ জনসংখ্যা

১৬,৬১,৯৭,৯২১

পুৰুষ

৮,৭৫,৬৫,৩৬৯

মহিলা

৭,৮৬,৩২,৫৫২

জনবসতিৰ ঘনত্ব

প্ৰতি বৰ্গ কিলোমিটাৰত ৬৮৯ জন।

সাক্ষৰতাৰ হাৰ

৫৬.৩%

পুৰুষ

৬৮.৮%

মহিলা

৪২.২%

মুখ্য ভাষা

হিন্দী

ৰাজধানী

লক্ষ্ণৌ

বিধানসভাৰ আসন সংখ্যা

৩২৪

লোকসভাৰ আসন সংখ্যা

৮০

ৰাজ্যসভাৰ আসন সংখ্যা

৩১

চাৰিসীমা

উত্তৰে হিমাচল প্ৰদেশ, উত্তৰাখণ্ড আৰু নেপাল ; পূবে বিহাৰ ; পশ্চিমে হাৰিয়ানা আৰু ৰাজস্থান ; দক্ষিণে ঝাৰখণ্ড, চত্তিছগড় আৰু মধ্য প্ৰদেশ।

 

  • উত্তৰাখণ্ড

মাটিকালি

৫৫,৮৪৫ বৰ্গ কিলোমিটাৰ

মুঠ জনসংখ্যা

৮৪,৮৯,৩৪৯

পুৰুষ

৪৩,২৫,৯২৪

মহিলা

৪১,৬৩,৪২৫

জনবসতিৰ ঘনত্ব

প্ৰতি বৰ্গ কিলোমিটাৰত ১৫৯ জন।

সাক্ষৰতাৰ হাৰ

৭১.৬%

পুৰুষ

৮৩.৩%

মহিলা

৫৯.৬%

মুখ্য ভাষা

হিন্দী

ৰাজধানী

ডেৰাডুন

বিধানসভাৰ আসন সংখ্যা

৬০

লোকসভাৰ আসন সংখ্যা

ৰাজ্যসভাৰ আসন সংখ্যা

চাৰিসীমা

উত্তৰে চীন আৰু হিমাচল প্ৰদেশ ; পূবে চীন আৰু নেপাল ; দক্ষিণে উত্তৰ প্ৰদেশ ; পশ্চিমে উত্তৰ প্ৰদেশ আৰু হিমাচল প্ৰদেশ।

 

  • উৰিষ্যা

মাটিকালি

১,৫৫,৭০৭ বৰ্গ কিলোমিটাৰ

মুঠ জনসংখ্যা

৩,৬৮,০৪,৬৬০

পুৰুষ

১,৮৬,৬০,৫৭০

মহিলা

১,৮১,৪৪,০৯০

জনবসতিৰ ঘনত্ব

প্ৰতি বৰ্গ কিলোমিটাৰত ২৩৬ জন

সাক্ষৰতাৰ হাৰ

৬৩.১%

পুৰুষ

৭৫.৩%

মহিলা

৫০.৫%

মুখ্য ভাষা

উৰিয়া

ৰাজধানী

ভুবনেশ্বৰ

বিধানসভাৰ আসন সংখ্যা

১৪৭

লোকসভাৰ আসন সংখ্যা

২১

ৰাজ্যসভাৰ আসন সংখ্যা

১০

চাৰিসীমা

উত্তৰে ঝাৰখণ্ড, চত্তিছগড় আৰু পশ্চিমবংগ ; পূবে বংগোপসাগৰ ; দক্ষিণে অন্ধ্ৰ প্ৰদেশ আৰু পশ্চিমে চত্তিছগড়

 

  • কৰ্ণাটক

মাটিকালি

১,৯১,৭৯১ বৰ্গ কিলোমিটাৰ

মুঠ জনসংখ্যা

৫,২৮,৫০,৫৬২

পুৰুষ

২,৬৮,৯৮,৯১৮

মহিলা

২,৫৯,৫১,৬৪৪

জনবসতিৰ ঘনত্ব

প্ৰতি বৰ্গ কিলোমিটাৰত ২৭৫ জন

সাক্ষৰতাৰ হাৰ

৬৬.৬%

পুৰুষ

৭৬.১%

মহিলা

৫৬.৯%

মুখ্য ভাষা

কানাড়া

ৰাজধানী

বাংগালুৰ

বিধানসভাৰ আসন সংখ্যা

২২৪

লোকসভাৰ আসন সংখ্যা

২৮

ৰাজ্যসভাৰ আসন সংখ্যা

১২

চাৰিসীমা

উত্তৰে মহাৰাষ্ট্ৰ আৰু গোৱা ; পূবে অন্ধ্ৰ প্ৰদেশ ; দক্ষিণে তামিলনাডু আৰু কেৰালা, পশ্চিমে আৰব সাগৰ।

 

  • কেৰালা

মাটিকালি

৩৮,৮৬৩ বৰ্গ কিলোমিটাৰ

মুঠ জনসংখ্যা

৩,১৮,৪১,৩৭৪

পুৰুষ

১,৫৪,৬৮,৬১৪

মহিলা

১,৬৩,৭২,৭৬০

জনবসতিৰ ঘনত্ব

প্ৰতি বৰ্গ কিলোমিটাৰত ৮১৯ জন।

সাক্ষৰতাৰ হাৰ

৯০.৯%

পুৰুষ

৯৪.২০%

মহিলা

৮৭.৭০%

মুখ্য ভাষা

মালায়ালম

ৰাজধানী

তিৰুৱনন্তপুৰম

বিধানসভাৰ আসন সংখ্যা

১৪০

লোকসভাৰ আসন সংখ্যা

২০

ৰাজ্যসভাৰ আসন সংখ্যা

চাৰিসীমা

উত্তৰে কৰ্ণাটক ; দক্ষিণে তামিলনাডু ; পূবে কৰ্ণাটক ; পশ্চিমে আৰব সাগৰ।

 

  • গুজৰাট

মাটিকালি

১,৯৬,০২৪ বৰ্গ কিলোমিটাৰ

মুঠ জনসংখ্যা

৫,০৬,৭১,০১৭

পুৰুষ

২,৬৩,৮৫,৫৭৭

মহিলা

২,৪২,৮৫,৪৪০

জনবসতিৰ ঘনত্ব

প্ৰতি বৰ্গ কিলোমিটৰত ২৫৮ জন

সাক্ষৰতাৰ হাৰ

৬৯.১%

পুৰুষ

৭৯.৭%

মহিলা

৫৭.৮%

মুখ্য ভাষা

গুজৰাটী

ৰাজধানী

গান্ধীনগৰ

বিধানসভাৰ আসন সংখ্যা

১৮২

লোকসভাৰ আসন সংখ্যা

২৬

ৰাজ্যসভাৰ আসন সংখ্যা

১১

চাৰিসীমা

উত্তৰে ৰাজস্থান আৰু পাকিস্তান ; পূবে মধ্য প্ৰদেশ ; দক্ষিণে মহাৰাষ্ট্ৰ ; পশ্চিমে আৰবসাগৰ।

 

  • গোৱা

মাটিকালি

৩,৭০২ বৰ্গ কিলোমিটাৰ

মুঠ জনসংখ্যা

১৩,৪৭,৬৬৮

পুৰুষ

৬,৮৭,২৪৮

মহিলা

৬,৬০,৪২০

জনবসতিৰ ঘনত্ব

প্ৰতি বৰ্গ কিলোমিটাৰত ৩৬৩ জন

সাক্ষৰতাৰ হাৰ

৮২.৩২%

পুৰুষ

৮৮.৮৮%

মহিলা

৭৫.৫১%

মুখ্য ভাষা

কোংকনী, মাৰাঠী

ৰাজধানী

পানাজি

বিধানসভাৰ আসন সংখ্যা

৪০

লোকসভাৰ আসন সংখ্যা

ৰাজ্যসভাৰ আসন সংখ্যা

চাৰিসীমা

উত্তৰে মহাৰাষ্ট্ৰ ; পূবে কৰ্ণাটক ; দক্ষিণে কৰ্ণটক ; পশ্চিমে আৰব সাগৰ।

 

  • চত্তিছগড়

মাটিকালি

১,৩৫,১৯৪ বৰ্গ কিলোমিটাৰ

মুঠ জনসংখ্যা

২,০৮,৩৩,৮০৩

পুৰুষ

১,০৪,৭৪,২১৮

মহিলা

১,০৩,৫৯,৫৮৫

জনবসতিৰ ঘনত্ব

প্ৰতি বৰ্গ কিলোমিটাৰত ১৫৪ জন

সাক্ষৰতাৰ হাৰ

৬৪.৭%

পুৰুষ

৭৭.৪%

মহিলা

৫১.৯%

মুখ্য ভাষা

হিন্দী

ৰাজধানী

ৰায়পুৰ

বিধানসভাৰ আসন সংখ্যা

৯০

লোকসভাৰ আসন সংখ্যা

১১

ৰাজ্যসভাৰ আসন সংখ্যা

চাৰিসীমা

উত্তৰে মধ্য প্ৰদেশ, উত্তৰ প্ৰদেশ আৰু ঝাৰখণ্ড ; পূবে ঝাৰখণ্ড আৰু উৰিষ্যা ; দক্ষিণে অন্ধ্ৰ প্ৰদেশ ; পশ্চিমে মহাৰাষ্ট্ৰ আৰু মধ্য প্ৰদেশ।

 

  • ছিকিম

মাটিকালি

৭,০৯৬ বৰ্গ কিলোমিটাৰ

মুঠ জনসংখ্যা

৫,৪০,৮৫১

পুৰুষ

২,৮৮,৪৮৪

মহিলা

২,৫২,৩৬৭

জনবসতিৰ ঘনত্ব

প্ৰতি বৰ্গ কিলোমিটাৰত ৭৬ জন

সাক্ষৰতাৰ হাৰ

৬৮.৮%

পুৰুষ

৭৬.০%

মহিলা

৬০.৪%

মুখ্য ভাষা

নেপালী, লেপচা, ভূটীয়া

ৰাজধানী

গেংটক

বিধানসভাৰ আসন সংখ্যা

৩২

লোকসভাৰ আসন সংখ্যা

ৰাজ্যসভাৰ আসন সংখ্যা

চাৰিসীমা

উত্তৰে তিব্বত ; দক্ষিণে পশ্চিমবংগ ; পূবে ভূটান ; পশ্চিমে নেপাল।

 

  • জম্মু আৰু কাশ্মীৰ

মাটিকালি

২,২২,২৩৬ বৰ্গ কিলোমিটাৰ

মুঠ জনসংখ্যা

১,০০,৬৯,৯১৭

পুৰুষ

৫৩,০০,৫৭৪

মহিলা

৪৭,৬৯,৩৪৩

জনবসতিৰ ঘনত্ব

প্ৰতি বৰ্গ কিলোমিটাৰত ৯৯ জন।

সাক্ষৰতাৰ হাৰ

৫৪.৪৬%

পুৰুষ

৬৯.৭৫%

মহিলা

৪১.৮২%

মুখ্য ভাষা

উৰ্দু, কাশ্মীৰি, ডোগ্ৰি, লাডাখি

ৰাজধানী

শ্ৰীনগৰ (গ্ৰীষ্মকালীন), জম্মু (শীতকালীন)

বিধানসভাৰ আসন সংখ্যা

৮৭

লোকসভাৰ আসন সংখ্যা

ৰাজ্যসভাৰ আসন সংখ্যা

চাৰিসীমা

উত্তৰে চীন, তাজিকিস্তান ; পূবে তিব্বত ; দক্ষিণে হিমাচল প্ৰদেশ, পঞ্জাৱ ; পশ্চিমে পাকিস্তান

 

  • ঝাৰখণ্ড

মাটিকালি

৭৯,২৬১ বৰ্গ কিলোমিটাৰ

মুঠ জনসংখ্যা

২,৬৯,৪৫,৮২৯

পুৰুষ

১,৩৮,৮৫,০৩৭

মহিলা

১,৩০,৬০,৭৯২

জনবসতিৰ ঘনত্ব

প্ৰতি বৰ্গ কিলোমিটাৰত ৩৩৮ জন

সাক্ষৰতাৰ হাৰ

৫৩.৬%

পুৰুষ

৬৭.৩%

মহিলা

৩৮.৯%

মুখ্য ভাষা

হিন্দী

ৰাজধানী

ৰাঁচি

বিধানসভাৰ আসন সংখ্যা

৮১

লোকসভাৰ আসন সংখ্যা

১৪

ৰাজ্যসভাৰ আসন সংখ্যা

চাৰিসীমা

উত্তৰে বিহাৰ, উত্তৰ প্ৰদেশ ; পূবে পশ্চিমবংগ ; দক্ষিণে উৰিষ্যা ; পশ্চিমে চত্তিছগড়।

 

  • তামিলনাডু

মাটিকালি

১,৩০,০৫৮ বৰ্গ কিলোমিটাৰ

মুঠ জনসংখ্যা

৬,২৪,০৫,৬৭৯

পুৰুষ

৩,১৪,০০,৯০৯

মহিলা

৩,১০,০৪,৭৭০

জনবসতিৰ ঘনত্ব

প্ৰতি বৰ্গ কিলোমিটাৰত ৪৭৮ জন

সাক্ষৰতাৰ হাৰ

৭৩.৫%

পুৰুষ

৮২.৪%

মহিলা

৬৪.৪%

মুখ্য ভাষা

তামিল

ৰাজধানী

চেন্নাই (পূৰ্বৰ মাদ্ৰাজ)

বিধানসভাৰ আসন সংখ্যা

২৩৪

লোকসভাৰ আসন সংখ্যা

৩৯

ৰাজ্যসভাৰ আসন সংখ্যা

১৮

চাৰিসীমা

উত্তৰে অন্ধ্ৰ প্ৰদেশ আৰু কৰ্ণাটক ; পূবে বংগোপ সাগৰ ; দক্ষিণে ভাৰত মহাসাগৰ ; পশ্চিমে কেৰালা

 

  • ত্ৰিপুৰা

মাটিকালি

১০,৪৯২ বৰ্গ কিলোমিটাৰ

মুঠ জনসংখ্যা

৩১,৯৯,২০৩

পুৰুষ

১৬,৪২,২২৫

মহিলা

১৫,৫৬,৯৭৮

জনবসতিৰ ঘনত্ব

প্ৰতি বৰ্গ কিলোমিটাৰত ৩০৪ জন

সাক্ষৰতাৰ হাৰ

৭৩.২%

পুৰুষ

৮১.০%

মহিলা

৬৪.৯%

মুখ্য ভাষা

বাংলা, মণিপুৰী

ৰাজধানী

আগৰতলা

বিধানসভাৰ আসন সংখ্যা

৬০

লোকসভাৰ আসন সংখ্যা

ৰাজ্যসভাৰ আসন সংখ্যা

চাৰিসীমা

উত্তৰে অসম, বাংলাদেশ ; পূবে মিজোৰাম আৰু বাংলাদেশ ; দক্ষিণে বাংলাদেশ

 

  • নাগালেণ্ড

মাটিকালি

১৬,৫৭৯ বৰ্গ কিলোমিটাৰ

মুঠ জনসংখ্যা

১৯,৯০,০৩৬

পুৰুষ

১০,৪৭,১৪১

মহিলা

৯,৪২,৮৯৫

জনবসতিৰ ঘনত্ব

প্ৰতি বৰ্গ কিলোমিটাৰত ১২০ জন

সাক্ষৰতাৰ হাৰ

৬৬.৬%

পুৰুষ

৭১.২%

মহিলা

৬১.৫%

মুখ্য ভাষা

ইংৰাজী, আও, কন্যাক, আংগামী, ছেমা, লোথা।

ৰাজধানী

কহিমা

বিধানসভাৰ আসন সংখ্যা

৬০

লোকসভাৰ আসন সংখ্যা

ৰাজ্যসভাৰ আসন সংখ্যা

চাৰিসীমা

উত্তৰে অসম আৰু অৰুণাচল প্ৰদেশ ; পূবে ম্যানমাৰ ; দক্ষিণে মনিপুৰ ; পশ্চিমে অসম।

 

  • পঞ্জাৱ

মাটিকালি

৫০,৩৬২ বৰ্গ কিলোমিটাৰ

মুঠ জনসংখ্যা

২,৪৩,৫৮,৯৯৯

পুৰুষ

১,২৯,৮৫,০৪৫

মহিলা

১,১৩,৭৩,৯৫৪

জনবসতিৰ ঘনত্ব

প্ৰতি বৰ্গ কিলোমিটাৰত ৪৮২ জন

সাক্ষৰতাৰ হাৰ

৬৯.৭%

পুৰুষ

৭৫.২%

মহিলা

৬৩.৪%

মুখ্য ভাষা

পঞ্জাৱী

ৰাজধানী

চণ্ডীগড়

বিধানসভাৰ আসন সংখ্যা

১১৭

লোকসভাৰ আসন সংখ্যা

১৩

ৰাজ্যসভাৰ আসন সংখ্যা

চাৰিসীমা

উত্তৰে জম্মু আৰু কাশ্মীৰ ; পূবে হিমাচল প্ৰদেশ ; দক্ষিণে হাৰিয়ানা আৰু ৰাজস্থান ; পশ্চিমে পাকিস্তান।

 

  • পশ্চিমবংগ

মাটিকালি

৮৮,৭৫২ বৰ্গ কিলোমিটাৰ

মুঠ জনসংখ্যা

৮,০১,৭৬,১৯৭

পুৰুষ

৪,১৪,৬৫,৯৮৫

মহিলা

৩,৮৭,১০,২১২

জনবসতিৰ ঘনত্ব

প্ৰতি বৰ্গ কিলোমিটাৰত ৯০৪ জন

সাক্ষৰতাৰ হাৰ

৬৮.৬%

পুৰুষ

৭৭.০%

মহিলা

৫৯.৬%

মুখ্য ভাষা

বাংলা

ৰাজধানী

কলকাতা

বিধানসভাৰ আসন সংখ্যা

২৯৪

লোকসভাৰ আসন সংখ্যা

৪২

ৰাজ্যসভাৰ আসন সংখ্যা

১৬

চাৰিসীমা

উত্তৰে ভূটান আৰু ছিকিম ; পূবে অসম আৰু বাংলাদেশ ; দক্ষিণে উৰিষ্যা আৰু বংগোপ সাগৰ ; পশ্চিমে বিহাৰ, উৰিষ্যা, ঝাৰখণ্ড আৰু নেপাল

 

  • বিহাৰ

মাটিকালি

৯৪,১৬৪ বৰ্গ কিলোমিটাৰ

মুঠ জনসংখ্যা

৮,২৯,৯৮,৫০৯

পুৰুষ

৪,৩২,৪৩,৭৯৫

মহিলা

৩,৯৭,৫৪,৭১৪

জনবসতিৰ ঘনত্ব

প্ৰতি বৰ্গ কিলোমিটাৰত ৮৮০ জন

সাক্ষৰতাৰ হাৰ

৪৭.০০%

পুৰুষ

৫৯.৭%

মহিলা

৩৩.১%

মুখ্য ভাষা

হিন্দী, ভোজপুৰী

ৰাজধানী

পাটনা

বিধানসভাৰ আসন সংখ্যা

২৪৩

লোকসভাৰ আসন সংখ্যা

৪০

ৰাজ্যসভাৰ আসন সংখ্যা

১৬

চাৰিসীমা

উত্তৰে নেপাল ; পূবে পশ্চিমবংগ ; দক্ষিণে ঝাৰখণ্ড ; পশ্চিমে উত্তৰ প্ৰদেশ আৰু চত্তিছগড়

 

  • মণিপুৰ

মাটিকালি

২২,২৩৭ বৰ্গ কিলোমিটাৰ

মুঠ জনসংখ্যা

২১,৬৬,৭৮৮

পুৰুষ

১০,৯৫,৬৩৪

মহিলা

১০,৭১,১৫৪

জনবসতিৰ ঘনত্ব

প্ৰতি বৰ্গ কিলোমিটাৰ

সাক্ষৰতাৰ হাৰ

৭০.৫%

পুৰুষ

৮০.৩%

মহিলা

৬০.৫%

মুখ্য ভাষা

মণিপুৰী

ৰাজধানী

ইম্ফল

বিধানসভাৰ আসন সংখ্যা

৬০

লোকসভাৰ আসন সংখ্যা

ৰাজ্যসভাৰ আসন সংখ্যা

চাৰিসীমা

উত্তৰে নাগালেণ্ড ; পূবে ম্যানমাৰ ; দক্ষিণে ম্যানমাৰ আৰু মিজোৰাম ; পশ্চিমে অসম।

 

  • মধ্য প্ৰদেশ

মাটিকালি

৩,০৮,১৪৪ বৰ্গ কিলোমিটাৰ

মুঠ জনসংখ্যা

৬,০৩,৪৮,০২৩

পুৰুষ

৩,১৪,৪৩,৬৫২

মহিলা

২,৮৯,০৪,৩৭১

জনবসতিৰ ঘনত্ব

প্ৰতি বৰ্গ কিলোমিটাৰত ১৯৬ জন

সাক্ষৰতাৰ হাৰ

৬৩.৭%

পুৰুষ

৭৬.১%

মহিলা

৫০.৩%

মুখ্য ভাষা

হিন্দী

ৰাজধানী

ভূপাল

বিধানসভাৰ আসন সংখ্যা

২৩০

লোকসভাৰ আসন সংখ্যা

২৯

ৰাজ্যসভাৰ আসন সংখ্যা

১১

চাৰিসীমা

উত্তৰে উত্তৰ প্ৰদেশ আৰু ৰাজস্থান ; পূবে চত্তিছগড় ; দক্ষিণে মহাৰাষ্ট্ৰ ; পশ্চিমে গুজৰাট

 

  • মহাৰাষ্ট্ৰ

মাটিকালি

৩,০৭,৭১৩ বৰ্গ কিলোমিটাৰ

মুঠ জনসংখ্যা

৯,৬৮,৭৮,৬২৭

পুৰুষ

৫,০৪,০০,৫৯৬

মহিলা

৪,৬৪,৭৮,০৩১

জনবসতিৰ ঘনত্ব

প্ৰতি বৰ্গ কিলোমিটাৰত ৩১৪ জন

সাক্ষৰতাৰ হাৰ

৭৬.৯%

পুৰুষ

৮৬.০%

মহিলা

৬৭.০%

মুখ্য ভাষা

মাৰাঠি

ৰাজধানী

মুম্বাই (বোম্বাই)

বিধানসভাৰ আসন সংখ্যা

২৮৮

লোকসভাৰ আসন সংখ্যা

৪৮

ৰাজ্যসভাৰ আসন সংখ্যা

১৯

চাৰিসীমা

উত্তৰে গুজৰাট আৰু মধ্য প্ৰদেশ ; পূবে চত্তিছগড় ; দক্ষিণে অন্ধ্ৰ প্ৰদেশ, কৰ্ণাটক আৰু গোৱা ; পশ্চিমে আৰব সাগৰ।

 

  • মিজোৰাম

মাটিকালি

২১,০৮১ বৰ্গ কিলোমিটাৰ

মুঠ জনসংখ্যা

৮,৮৮,৫৭৩

পুৰুষ

৪,৫৯,১০৯

মহিলা

৪,২৯,৪৬৪

জনবসতিৰ ঘনত্ব

প্ৰতি বৰ্গ কিলোমিটাৰত ৪২ জন

সাক্ষৰতাৰ হাৰ

৮৮.৪৯%

পুৰুষ

৯০.৬৯%

মহিলা

৮৬.১৩%

মুখ্য ভাষা

মিজো, ইংৰাজী

ৰাজধানী

আইজল

বিধানসভাৰ আসন সংখ্যা

৪০

লোকসভাৰ আসন সংখ্যা

ৰাজ্যসভাৰ আসন সংখ্যা

চাৰিসীমা

উত্তৰে অসম আৰু মণিপুৰ ; পূবে ম্যানমাৰ ; দক্ষিণে ম্যানমাৰ ; পশ্চিমে ত্ৰিপুৰা আৰু বাংলাদেশ

 

  • মেঘালয়

মাটিকালি

২২,৪২৯ বৰ্গ কিলোমিটাৰ

মুঠ জনসংখ্যা

২৩,১৮,৮২২

পুৰুষ

১১,৭৬,০৮৭

মহিলা

১১,৪২,৭৩৫

জনবসতিৰ ঘনত্ব

প্ৰতি বৰ্গ কিলোমিটাৰত ১০৩ জন

সাক্ষৰতাৰ হাৰ

৬২.৬%

পুৰুষ

৬৫.৪%

মহিলা

৫৯.৬%

মুখ্য ভাষা

খাচী, গাৰো, ইংৰাজী

ৰাজধানী

ছিলং

বিধানসভাৰ আসন সংখ্যা

৬০

লোকসভাৰ আসন সংখ্যা

ৰাজ্যসভাৰ আসন সংখ্যা

চাৰিসীমা

উত্তৰে অসম ; পূবে অসম ; দক্ষিণে বাংলাদেশ ; পশ্চিমে বাংলাদেশ।

 

  • ৰাজস্থান

মাটিকালি

৩,৪২,২৩৯ বৰ্গ কিলোমিটাৰ

মুঠ জনসংখ্যা

৫,৬৫,০৭,১৮৮

পুৰুষ

২,৯৪,২০,০১১

মহিলা

২,৭০,৮৭,১৭৭

জনবসতিৰ ঘনত্ব

প্ৰতি বৰ্গ কিলোমিটাৰত ১৬৫ জন

সাক্ষৰতাৰ হাৰ

৬০.৪%

পুৰুষ

৭৫.৭%

মহিলা

৪৩.৯%

মুখ্য ভাষা

ৰাজস্থান, হিন্দী

ৰাজধানী

জয়পুৰ

বিধানসভাৰ আসন সংখ্যা

২০০

লোকসভাৰ আসন সংখ্যা

২৫

ৰাজ্যসভাৰ আসন সংখ্যা

১০

চাৰিসীমা

উত্তৰে পাকিস্তান, পঞ্জাৱ আৰু হাৰিয়ানা ; পূবে উত্তৰ প্ৰদেশ ; দক্ষিণে মধ্য প্ৰদেশ আৰু গুজৰাট : পশ্চিমে পাকিস্তান।

 

  • হাৰিয়ানা

মাটিকালি

৪৪,২১২ বৰ্গ কিলোমিটাৰ

মুঠ জনসংখ্যা

২,১১,৪৪,৫৬৪

পুৰুষ

১,১৩,৬৯,৯৫৩

মহিলা

৯৭,৭৪,৬১১

জনবসতিৰ ঘনত্ব

প্ৰতি বৰ্গ কিলোমিটাৰত ৪৭৭ জন

সাক্ষৰতাৰ হাৰ

৬৭.৯%

পুৰুষ

৭৮.৫%

মহিলা

৫৫.৬৭%

মুখ্য ভাষা

হিন্দী

ৰাজধানী

চণ্ডীগড়

বিধানসভাৰ আসন সংখ্যা

৯০

লোকসভাৰ আসন সংখ্যা

১০

ৰাজ্যসভাৰ আসন সংখ্যা

চাৰিসীমা

উত্তৰে পঞ্জাৱ আৰু হিমাচল প্ৰদেশ ; পূবে উত্তৰ প্ৰদেশ ; দক্ষিণে ৰাজস্থান ; পশ্চিমে ৰাজস্থান আৰু পঞ্জাব।

 

  • হিমাচল প্ৰদেশ

মাটিকালি

৫৫,৬৭৩ বৰ্গ কিলোমিটাৰ

মুঠ জনসংখ্যা

৬০,৭৭,৯০০

পুৰুষ

৩০,৮৭,৯৪০

মহিলা

২৯,৮৯,৯৬০

জনবসতিৰ ঘনত্ব

প্ৰতি বৰ্গ কিলোমিটাৰত ১০৯ জন

সাক্ষৰতাৰ হাৰ

৭৬.৫%

পুৰুষ

৮৫.৩%

মহিলা

৬৭.৪%

মুখ্য ভাষা

হিন্দী

ৰাজধানী

ছিমলা

বিধানসভাৰ আসন সংখ্যা

৬৮

লোকসভাৰ আসন সংখ্যা

ৰাজ্যসভাৰ আসন সংখ্যা

চাৰিসীমা

উত্তৰে জম্মু আৰু কাশ্মীৰ ; পূবে তিব্বত ; দক্ষিণে হাৰিয়ানা আৰু উত্তৰাখণ্ড ; পশ্চিমে পঞ্জাব।

 

  • কেন্দ্ৰীয় শাসিত অঞ্চল
  • আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ

মাটিকালি

৮,২৪৯ বৰ্গ কিলোমিটাৰ

মুঠ জনসংখ্যা

৩,৫৬,১৫২

পুৰুষ

১,৯২,৯৭২

মহিলা

১,৬৩,১৮০

জনবসতিৰ ঘনত্ব

প্ৰতি বৰ্গ কিলোমিটাৰত ৪৩ জন

সাক্ষৰতাৰ হাৰ

৮১.৩%

পুৰুষ

৮৬.৩%

মহিলা

৭৫.২%

মুখ্য ভাষা

বাংলা, হিন্দী, নিকোবৰিজ আদি

ৰাজধানী

প’ৰ্টব্লেয়াৰ

লোকসভাত আসন সংখ্যা

চাৰিসীমা

আন্দামান আৰু নিকোবৰৰ চাৰিওকাষে বংগোপ সাগৰে আগুৰি আছে।

 

  • চণ্ডীগড়

মাটিকালি

১১৪ বৰ্গ কিলোমিটাৰ

মুঠ জনসংখ্যা

৯,০০,৬৩৫

পুৰুষ

৫,০৬,৯৩৮

মহিলা

৩,৯৩,৬৯৭

জনবসতিৰ ঘনত্ব

প্ৰতি বৰ্গ কিলোমিটাৰত ৭,৯০২ জন

সাক্ষৰতাৰ হাৰ

৮১.৯%

পুৰুষ

৮৬.১%

মহিলা

৭৬.৫%

মুখ্য ভাষা

হিন্দী, পঞ্জাবী

ৰাজধানী

চণ্ডীগড়

লোকসভাত আসন সংখ্যা

চাৰিসীমা

উত্তৰ আৰু পশ্চিমে পঞ্জাব ; পূবে হাৰিয়ানা ; দক্ষিণে হাৰিয়ানা আৰু পঞ্জাব।

 

  • দমন আৰু ডিউ

মাটিকালি

১১২ বৰ্গ কিলোমিটাৰ

দমন

৭২ বৰ্গ কিলোমিটাৰ

দিউ

৪০ বৰ্গ কিলোমিটাৰ

মুঠ জনসংখ্যা

১,৫৮,২০৪

পুৰুষ

৯২,৫১২

মহিলা

৬৫,৬৯২

জনবসতিৰ ঘনত্ব

প্ৰতি বৰ্গ কিলোমিটাৰত ১,৪১১ জন

সাক্ষৰতাৰ হাৰ

৭৮.২%

পুৰুষ

৮৬.৮%

মহিলা

৬৫.৬%

মুখ্য ভাষা

গুজৰাটী, মাৰাঠী

ৰাজধানী

দমন

লোকসভাত আসন সংখ্যা

ভৌগোলিক পৰিচয়

দমন আৰু দিউ পশ্চিম ভাৰতৰ আৰব সাগৰৰ উপকূলৱৰ্তী দুটা ক্ষুদ্ৰ অঞ্চল ; বৰ্তমান মিলিত ভাৱে ভাৰতৰ এখন কেন্দ্ৰীয় শাসিত অঞ্চল। গুজৰাট উপকূলত অৱস্থিত দমনৰ উত্তৰে ভগৱান নদী, পূবে গুজৰাট, দক্ষিণে কালেম নদী আৰু পশ্চিমে আৰব সাগৰ। গুজৰাটৰ কাথিৱাৰা উপদ্বীপৰ দক্ষিণ প্ৰান্তত কাম্বে উপসাগৰত অৱস্থিত দিউ এটা সৰু দ্বীপ। সৌৰাষ্ট্ৰ উপদ্বীপৰ আটাইতকৈ দক্ষিণ অংশৰ এক সংকীৰ্ণ প্ৰণালীয়ে দিউক গুজৰাটৰ মূল ভূখণ্ডৰ পৰা পৃথক কৰিছে। দমন আৰু দিউ পৰস্পৰৰ পৰা বিচ্ছিন্ন। উভয়ৰ মাজৰ দূৰত্ব ৮৪৫ কিলোমিটাৰ।

 

  • দাদৰা আৰু নগৰ হাভেলি

মাটিকালি

৪৯১ বৰ্গ কিলোমিটাৰ

মুঠ জনসংখ্যা

২,২০,৪৯০

পুৰুষ

১,২১,৬৬৬

মহিলা

৯৮,৮২৪

জনবসতিৰ ঘনত্ব

প্ৰতি বৰ্গ কিলোমিটাৰত ৪৪৯ জন

সাক্ষৰতাৰ হাৰ

৫৭.৬%

পুৰুষ

৭১.২%

মহিলা

৪০.২%

মুখ্য ভাষা

ভিলি, ভিলোৰি, গুজৰাটী, হিন্দী

ৰাজধানী

ছিলভাছা

লোকসভাত আসন সংখ্যা

চাৰিসীমা

উত্তৰে গুজৰাট ; পূবে গুজৰাট আৰু মহাৰাষ্ট্ৰ ; দক্ষিণে মহাৰাষ্ট্ৰ ; পশ্চিমে গুজৰাট।

 

  • পুডুচেৰী (পণ্ডিচেৰী)

মাটিকালি

৪৯২ বৰ্গ কিলোমিটাৰ

মুঠ জনসংখ্যা

৯,৭৪,৩৪৫

পুৰুষ

৪,৮৬,৯৬১

মহিলা

৪,৮৭,৩৮৪

জনবসতিৰ ঘনত্ব

প্ৰতি বৰ্গ কিলোমিটাৰত ২,০২৯ জন

সাক্ষৰতাৰ হাৰ

৮১.২%

পুৰুষ

৮৮.৬%

মহিলা

৭৩.৯%

মুখ্য ভাষা

তামিল,মালায়ালম, তেলেগু

ৰাজধানী

পণ্ডিচেৰী

লোকসভাত আসন সংখ্যা

ৰাজ্যসভাত আসন সংখ্যা

ভৌগোলিক পৰিচয়

দমন আৰু দিউ তামিলনাডুৰ উপকূলৱৰ্তী পণ্ডিচেৰী আৰু কৰাইকল ; অন্ধ্ৰ প্ৰদেশৰ উত্তৰ-পূব উপকূলৱৰ্তী ইয়ানাম আৰু কেৰালাৰ উত্তৰ-পশ্চিম মালৱাৰ উপকূলৱৰ্তী মাৰে,- এই চাৰিটা পৰস্পৰ বিচ্ছিন্ন অঞ্চল লৈ পুডুচেৰী গঠিত। বৰ্তমান এই চাৰিটা অঞ্চল পুডুচেৰীৰ চাৰিখন জিলা।

 

  • লাক্ষাদ্বীপ

মাটিকালি

৩২ বৰ্গ কিলোমিটাৰ

মুঠ জনসংখ্যা

৬০,৬৫০

পুৰুষ

৩১,১৩১

মহিলা

২৯,৫১৯

জনবসতিৰ ঘনত্ব

প্ৰতি বৰ্গ কিলোমিটাৰত ১,৮৯৪ জন

সাক্ষৰতাৰ হাৰ

৮৬.৭%

পুৰুষ

৯২.৫%

মহিলা

৮০.৫%

মুখ্য ভাষা

মালায়ালম

ৰাজধানী

কাৱাৰাথী

লোকসভাত আসন সংখ্যা

ভৌগোলিক পৰিচয়

লাক্ষাদ্বীপ ভাৰতৰ দক্ষিণ-পশ্চিম উপকূল অঞ্চলৰ আৰব সাগৰত অৱস্থিত কেন্দ্ৰীয় শাসিত অঞ্চল। ই ভাৰতৰ মূল ভূখণ্ডৰ পৰা ৩২০ কিলোমিটাৰ দূৰত্বত ৩৬ টা প্ৰবাল দ্বীপেৰে গঠিত।

 

  • ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চল (National Capital Territory)
  • দিল্লী

মাটিকালি

১,৪৮৩ বৰ্গ কিলোমিটাৰ

মুঠ জনসংখ্যা

১,৩৮,৫০,৫০৭

পুৰুষ

৭৬,০৭,২৩৪

মহিলা

৬২,৪৩,২৭৩

জনবসতিৰ ঘনত্ব

প্ৰতি বৰ্গ কিলোমিটাৰত ৯,২৯৪ জন

সাক্ষৰতাৰ হাৰ

৮১.৭%

পুৰুষ

৮৭.৩%

মহিলা

৭৪.৭%

ৰাজধানী

দিল্লী

বিধানসভাৰ আসন সংখ্যা

৭০

লোকসভাৰ আসন সংখ্যা

ৰাজ্যসভাৰ আসন সংখ্যা

চাৰিসীমা

উত্তৰে হাৰিয়ানা আৰু উত্তৰ প্ৰদেশ ; পূবে উত্তৰ প্ৰদেশ ; দক্ষিণ আৰু পশ্চিমে হাৰিয়ানা

 

  • ক’ত কি পোৱা যায়

চাহ

অসম, দাৰ্জিলিং, জলপাইগুৰি, নীলগিৰি, কেৰালা, উত্তৰাখণ্ডৰ ডেৰাডুন

কপাহ

গুজৰাট, মধ্য প্ৰদেশ, মহাৰাষ্ট্ৰ, কৰ্ণাটক

ৰবৰ

কেৰালা, মালৱাৰ উপকূল

চন্দন

কৰ্ণাটক, গোদাৱৰী উপত্যকা

বাৰ্লি

উত্তৰ প্ৰদেশ, ৰাজস্থান

কফি

কৰ্ণাটক, কেৰালা

মৰাপাট

পশ্চিমবংগ, বিহাৰ, অসম

বজ্ৰা

গুজৰাট, ৰাজস্থান

ধান

তামিলনাডু, পশ্চিমবংগ, অসম, অন্ধ্ৰ প্ৰদেশ, চত্তিছগড়

কুঁহিয়াৰ

উত্তৰ প্ৰদেশ, মহাৰাষ্ট্ৰ

ধপাত

মহাৰাষ্ট্ৰ, তামিলনাডু, চত্তিছগড়

ঘেঁহু

উত্তৰ প্ৰদেশ, পঞ্জাৱ, হাৰিয়ানা

কপাহী কাপোৰ

মুম্বাই, আহমেদাবাদ, কানপুৰ, ইন্দোৰ, পঞ্জাৱ, দিল্লী, তামিলনাডু

পাটসূতা

অসম, কৰ্ণাটক, পশ্চিমবংগ, কাশ্মীৰ, পঞ্জাব

আফুগুটি

মধ্য প্ৰদেশ, বিহাৰ, উত্তৰ প্ৰদেশ, ৰাজস্থান

লোণ

গুজৰাট, মহাৰাষ্ট্ৰ, তামিলনাডু, উৰিষ্যা, অন্ধ্ৰ প্ৰদেশ, কেৰালা

বক্সাইট

বিহাৰ, মধ্য প্ৰদেশ, ঝাৰখণ্ড, চত্তিছগড়

কয়লা

বিহাৰ, পশ্চিমবংগ, মধ্য প্ৰদেশ, উৰিষ্যা, অসম, ঝাৰখণ্ড, মেঘালয়, তামিলনাডু

চূণশিল

মধ্য প্ৰদেশ, তামিলনাডু

জিংক

ৰাজস্থান

পেট্ৰোলিয়াম

অসম, গুজৰাট, বিহাৰ, কেৰালা, তামিলনাডু

প্ৰাকৃতিক গেছ

অসম, গুজৰাট, বম্বে হাই

মেংগানিজ

উৰিষ্যা, কৰ্ণাটক, অন্ধ্ৰ প্ৰদেশ, বিহাৰ

তাম

বিহাৰ, ৰাজস্থান, অন্ধ্ৰ প্ৰদেশ, মধ্য প্ৰদেশ, গুজৰাট, ছিকিম, উৰিষা

সোণ

কৰ্ণাটকৰ কোলাৰ আৰু মাল্লাপাগোণ্ডা, বিহাৰ, অন্ধ্ৰ প্ৰদেশ

ৰুপ

ৰাজস্থান, বিহাৰ

লো

গোৱা, মধ্য প্ৰদেশ, বিহাৰ, মহাৰাষ্ট্ৰ, ঝাৰখণ্ড, তামিলনাডু

হীৰা

মধ্য প্ৰদেশ

বালিচন্দা

বিহাৰ, অন্ধ্ৰ প্ৰদেশ, ৰাজস্থান, তামিলনাডু, কৰ্ণাটক, কেৰালা

সীহ

ৰাজস্থান, অন্ধ্ৰ প্ৰদেশ

 

  • ভাৰতৰ লোকসভাৰ অধ্যক্ষসকল

নাম

কাৰ্যকাল

জি ভি মাৱলঙ্কাৰ

১৯৫২ – ১৯৫৬

এম অনন্তশয়নম আয়েঙ্গাৰ

১৯৫৬ – ১৯৬২

চৰ্দাৰ হুকুম সিং

১৯৬২ – ১৯৬৭

নীলম সঞ্জীৱ ৰেড্ডী

১৯৬৭ – ১৯৬৯

গুৰুদয়াল সিং ধীলন

১৯৬৯ – ১৯৭৫

বালি ৰাম ভগত

১৯৭৬ – ১৯৭৭

নীলম সঞ্জীৱ ৰেড্ডী

১০৭৭ (মাৰ্চৰ পৰা এপ্ৰিল)

কে এছ হেগৰে

১৯৭৭ – ১৯৭৯

বলৰাম জাখাৰে

১৯৮০ – ১৯৮৯

ৰবি ৰায়

১৯৮৯ – ১৯৯১

শিৱৰাজ পাতিল

১৯৯১ – ১৯৯৬

পি এ চাংমা

১৯৯৬ – ১৯৯৮

জি এম চি বালাযোগী

১৯৯৮ – ২০০২

মনোহৰ যোশী

মে’ ২০০২ – ২০০৪

সোমনাথ চেটাৰ্জী

২০০৪ – ২০০৯

মীৰা কুমাৰ

৩ জুন, ২০০৯ – ৪ জুন ২০১৪

সুমিত্ৰা মহাজন

২০১৪ - বৰ্তমানলৈকে

জি এম চি বালাযোগীৰ কাৰৰ্যকালতে মৃত্যু হয় ।

  • ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশসকল

নাম

কাৰ্যকাল

হৰিলাল জে কানিয়া

২৬ জানুৱাৰী ১৯৫০ – ৬ নৱেম্বৰ ১৯৫১

এম পতঞ্জলি শাস্ত্ৰী

৭ নৱেম্বৰ ১৯৫১ – ৩ জানুৱাৰী ১৯৫৪

মেহেৰ চান্দ মহাজন

৪ জসনুৱাৰী ১৯৫৪ – ২২ ডিচেম্বৰ ১৯৫৪

বি কে মুখাৰ্জী

২৩ ডিচেম্বৰ ১৯৫৪ – ৩১ জানুৱাৰী ১৯৫৬

এছ আৰ দাস

১ ফেব্ৰুৱাৰী ১৯৫৬ – ৩০ ছেপ্তেম্বৰ ১৯৫৯

ভূৱনেশ্বৰ প্ৰসাদ সিনহা

১ অক্টোবৰ ১৯৫৯ – ৩১ জানুৱাৰী ১৯৬৪

পি বি জগেন্দ্ৰগাডকৰ

১ ফেব্ৰুৱাৰী ১৯৬৪ – ১৫ মাৰ্চ ১৯৬৬

এ কে চৰকাৰ

১৬ মাৰ্চ ১৯৬৬ – ২৯ জুন ১৯৬৬

কে চুব্বা ৰাও

৩০ জুন ১৯৬৬ – ১১ এপ্ৰিল ১৯৬৭

কে এন বাংচু

১২ এপ্ৰিল ১৯৬৭ – ২৪ ফেব্ৰুৱাৰী ১৯৬৮

এম হেদায়েতুল্লা

২৫ ফেব্ৰুৱাৰী ১৯৬৮ – ১৬ ডিচেম্বৰ ১৯৭০

জে চি শ্বাহ

১৭ ডিচেম্বৰ ১৯৭০ – ২১ জানুৱাৰী ১৯৭১

এছ এম ছিক্ৰি

২২ জানুৱাৰী ১৯৭১ – ২৫ এপ্ৰিল ১৯৭৩

এ এন ৰায়

২৬ এপ্ৰিল ১৯৭৩ – ২৪ জানুৱাৰী ১৯৭৭

এম এইচ বেগ

২৯ জানুৱাৰী ১৯৭৭ – ২১ ফেব্ৰুৱাৰী

ৱাই ডি চন্দ্ৰচূড়

২২ ফেব্ৰুৱাৰী ১৯৭৮ – ২১ জুলাই ১৯৮৫

প্ৰফুল্লচন্দ্ৰ নটৱৰলাল ভাগৱতী

১২ জুলাই ১৯৮৫ – ২০ ডিচেম্বৰ ১৯৮৬

আৰ এছ পাঠক

২১ ডিচেম্বৰ ১৯৮৬ – ১৮ জুন ১৯৮৯

ই এছ ভেংকটাৰমাইয়া

১৯ জুন ১৯৮৯ – ১৭ ডিচেম্বৰ ১৯৮৯

এছ মুখাৰ্জী

১৮ ডিচেম্বৰ ১৯৮৯ – ২৫ ছেপ্তেম্বৰ ১৯৯০

ৰংগনাথ মিশ্ৰ

২৬ ছেপ্তেম্বৰ ১৯৯০ – ২৪ নৱেম্বৰ ১৯৯১

কে এন সিং

২৫ নৱেম্বৰ ১৯৯১ – ১২ ডিচেম্বৰ ১৯৯১

এম এইছ কানিয়া

১৩ ডিচেম্বৰ ১৯৯১ – ১৭ নৱেম্বৰ ১৯৯২

এল এম শৰ্মা

১৮ নৱেম্বৰ ১৯৯২ – ১১ ফেব্ৰুৱাৰী ১৯৯৩

এম এন ভেংকটাচালিয়া

১২ ফেব্ৰুৱাৰী ১৯৯৩ – ২৪ অক্টোবৰ ১৯৯৪

এ এম আহমেদী

২৫ অক্টোবৰ ১৯৯৪ – ২৪ মাৰ্চ ১৯৯৭

জে এছ বাৰ্মা

২৫ মাৰ্চ ১৯৯৭ – ১৭ জানুৱাৰী ১৯৯৮

এম এম পাঞ্চিচি

১৮ জানুৱাৰী ১৯৯৮ – ৯ অক্টোবৰ ১৯৯৮

আদৰ্শ ছেইন আনন্দ

১০ অক্টোবৰ ১৯৯৮ – ৩১ অক্টোবৰ ২০০১

এছ পি বাৰুচা

১ নৱেম্বৰ ২০০১ – ৫ মে’ ২০০২

ভূপেন্দ্ৰ সিং কৃপাল

৬ মে’ ২০০২ – ৭ নৱেম্বৰ ২০০২

জি বি পাটনায়ক

৮ নৱেম্বৰ ২০০২ – ১৮ ডিচেম্বৰ ২০০২

বিশ্বেশ্বৰ নাথ খাৰে

১৯ ডিচেম্বৰ ২০০২ – ২ মে’ ২০০৪

এছ ৰাজেন্দ্ৰ বাবু

২ মে’ ২০০৪ – ১ জুন ২০০৪

ৰমেন চন্দ্ৰ লাহোটি

১ জুন ২০০৪ – ১ নৱেম্বৰ ২০০৫

যোগেশ কুমাৰ ছাভাৰৱাল

১ নৱেম্বৰ ২০০৫ – ১৩ জানুৱাৰী ২০০৭

কে জি বালকৃষ্ণণ

১৪ জানুৱাৰী ২০০৭ – ১১ মে’ ২০১০

এছ এইডছ কাপাডিয়া

১২ মে’ ২০১০ – ২৮ ছেপ্তেম্বৰ ২০১২

আলটামছ কবিৰ

২৯ ছেপ্তেম্বৰ ২০১২ – ১৮ আগষ্ট ২০১৩

পি সৎ শিৱম

১৯ আগষ্ট ২০১৩ – ২৬ এপ্ৰিল ২০১৪

আৰ এম লোধা

২৭ আগষ্ট ২০১৪ – ২৭ ছেপ্তেম্বৰ ২০১৪

এইডছ এল দাত্তু

২৮ ছেপ্তেম্বৰ – ২ ডিচেম্বৰ ২০১৫

পি এছ ঠাকুৰ

৩ ডিচেম্বৰ ২০১৫ – বৰ্তমানলৈকে

 

  • ভাৰতৰ মুখ্য নিৰ্বাচন আয়ুক্ত সকল

নাম

কাৰ্যকাল

সুকুমাৰ সেন

২১ মাৰ্চ ১৯৫০ – ১৯ ডিচেম্বৰ ১৯৫৮

কে ভি কে সুন্দৰম

২০ ডিচেম্বৰ ১৯৫৮ – ৩০ ছেপ্তেম্বৰ ১৯৬৭

এছ পি সেন বাৰ্মা

১ অক্টোবৰ ১৯৬৭ – ৩০ ছেপ্তেম্বৰ ১৯৭২

ডঃ নগেন্দ্ৰ সিং

১ অক্টোবৰ ১৯৭২ – ৬ ফেব্ৰুৱাৰী ১৯৭৩

টি স্বামীনাথন

৭ ফেব্ৰুৱাৰী ১৯৭৩ – ১৭ জুন ১৯৭৭

এছ এল চাকধৰ

১৮ জুন ১৯৭৭ – ১৭ জুন ১৯৮২

আৰ কে ত্ৰিবেদী

১৮ জুন ১৯৮২ – ৩১ ডিচেম্বৰ ১৯৮৫

আৰ ডি এছ পেৰী শাস্ত্ৰী

১ জানুৱাৰী ১৯৮৬ – ২৫ নৱেম্বৰ ১৯৯০

ভি এছ ৰামাদেবী

২৬ নৱেম্বৰ ১৯৯০ – ১১ ডিচেম্বৰ ১৯৬০

টি এন শেষাণ

১২ ডিচেম্বৰ ১৯৯০ – ১১ ডিচেম্বৰ ১৯৯৬

এম এছ গিল

১২ ডিচেম্বৰ ১৯৯৬ – ১৩ জুন ২০০১

জে এম লিংডো

১৪ জুন ২০০১ – ৭ ফেব্ৰুৱাৰী ২০০৪

টি এছ কৃষ্ণমূৰ্তি

৮ ফেব্ৰুৱাৰী ২০০৪ – ১৫ মে’ ২০০৫

বি বি টেণ্ডন

১৬ মে’ ২০০৫ – ২৮ জুন ২০০৬

এন গোপালাস্বামী

২৯ জুন ২০০৬ – ১৯ এপ্ৰিল ২০০৯

নবীন চাওলা

২০ এপ্ৰিল ২০০৯ – ২৯ জুলাই ২০১০

এছ ওৱাই কোৰেছি

৩৯ জুলাই ২০১০ – ১০ জুন ২০১২

ভি এছ চাম্পথ

১১ জুন ২০১২ – ১৫ জানুৱাৰী ২০১৫

এছ এইডছ বৰ্ম

১৬ জানুৱাৰী ২০১৫ – ১৮ এপ্ৰিল ২০১৫

মাজিম জেইদি

১৮ এপ্ৰিল ২০১৫ – জুলাই ২০১৭

 

  • কেইখনমান স্থানৰ পুৰণি আৰু নতুন নাম

পুৰণি নাম

নতুন নাম

বেনাৰস

বাৰানসী

কালিকট

কোজিকট

পুনা

পুনে

মাদ্ৰাজ

চেন্নাই

কাওনপোৰা (Cawnpore)

কানপুৰ

ইউনাইটেড প্ৰভিন্স

উত্তৰ প্ৰদেশ

চেণ্ট্ৰেল প্ৰভিন্স

মধ্য প্ৰদেশ

বপম্বাই

মুম্বাই

গৌহাটী

গুৱাহাটী

বিজাগাপট্টম

বিশাখাপট্টনম

জুব্বলপোৰ (Jubbulpore)

জব্বলপুৰ

ত্ৰিবান্দ্ৰম

তিৰুৱনন্তপুৰম

জুলনডুৰ (Julundur)

জলন্ধৰ

বাংগালোৰ

বাংগালুৰ

কলিকতা

কলকাতা

উত্তৰাঞ্চল

উত্তৰাখণ্ড

পাঞ্জিম

পানাজি

পণ্ডিচেৰী

পুডুচেৰী

 

  • নদীৰ পাৰত অৱস্থিত কেইখনমান চহৰ

চহৰৰ নাম

নদীৰ নাম

আগ্ৰা

যমুনা

ডিব্ৰুগড়

ব্ৰহ্মপুত্ৰ

অযোধ্যা

সৰযু

কাৰনোল

তুংগভদ্ৰা

এলাহাবাদ

গংগা-যমুনাৰ সংগমস্থলত

গুৱাহাটী

ব্ৰহ্মপুত্ৰ

হৰিদ্বাৰ

গংগা

বদ্ৰীনাথ

গংগা

লক্ষ্ণৌ

গোম্‌টি

কলকাতা

হুগলী

লুধিয়ানা

শতদ্ৰু

কটক

মহানদী

নাছিক

গোদাবৰী

দিল্লী

যমুনা

পাটনা

গংগা

সম্বলপুৰ

মহানদী

চুৰাট

তাপ্তি

শ্ৰীনগৰ

ঝোলাম

বাৰাণসী

গংগা

শ্ৰীৰংগপট্টনম

কাবেৰী

বিজয়ৱাৰা

কৃষ্ণা

 

  • কোনখন চহৰ / ৰাজ্যক কি বুলি জনা যায়

নাম

ৰাজ্য/চহৰ

অসমৰ মানচেষ্টাৰ

শুৱালকুছি

চিটী অব্‌ টেম্পেলছ

বাৰানসী

ভূস্বৰ্গ

কাশ্মীৰ

চিটী অব্‌ পেলেচেছ

কলকাতা

পিংক চিটি

জয়পুৰ

গেটৱে অব্‌ ইণ্ডিয়া

মুম্বাই

গাৰ্ডেন চিটি

বাংগালুৰু

ভেটিচ অব্‌ দা ইষ্ট

কোচিন

নীলা পাহাৰ

নীলগিৰি

লেণ্ড অব্‌ ফাইভ ৰিভাৰ্চ

পঞ্জাব

চিটি অব্‌ গোল্‌ডেন টেম্পল

অমৃতসৰ

কুইন অব্‌ দা আৰেবিয়ান ছি

কোচিন

লেখক: শান্তনু কৌশিক বৰুৱা

লেখিকা: প্ৰীতিমা কৌশিক বৰুৱা

উৎস: নতুন জানানে

শেহতীয়া উন্নীতকৰণ: : 7/1/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate