অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

দোৰোণ শাকৰ পাতত দিয়া

দোৰোণ শাকৰ পাতত দিয়া

উপকৰণ

  • দোৰোণ শাক দুই মুঠি,
  • নহৰু
  • নিমখ আন্দাজমতে,
  • তেল,

প্ৰণালী

শাকখিনি ভালদৰে কুটি-বাছি লৈ কলপাতত মেৰিয়াই অঙঠাৰ ওপৰত মুঠিটো বহাই থ’ব লাগে। সিজিলে নমাই দুটামান নহৰু আৰু নিমখ, তেল ২/৩ টোপা দি পিটিকি গৰম ভাতৰ লগত তপতে তপতে খাব লাগে। এইদৰে খালে ভোক বাঢ়ে আৰু লিভাৰৰ অসুখৰ বাবেও ভাল। পাতত দিয়া দোৰোণ শাকে ক্ৰিমিও নাশ কৰে।

উৎস: বিকাশপেডিয়া

শেহতীয়া উন্নীতকৰণ: : 10/7/2018



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate