অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

দোৰোণ শাকৰ পাতত দিয়া

দোৰোণ শাকৰ পাতত দিয়া

উপকৰণ

  • দোৰোণ শাক দুই মুঠি,
  • নহৰু
  • নিমখ আন্দাজমতে,
  • তেল,

প্ৰণালী

শাকখিনি ভালদৰে কুটি-বাছি লৈ কলপাতত মেৰিয়াই অঙঠাৰ ওপৰত মুঠিটো বহাই থ’ব লাগে। সিজিলে নমাই দুটামান নহৰু আৰু নিমখ, তেল ২/৩ টোপা দি পিটিকি গৰম ভাতৰ লগত তপতে তপতে খাব লাগে। এইদৰে খালে ভোক বাঢ়ে আৰু লিভাৰৰ অসুখৰ বাবেও ভাল। পাতত দিয়া দোৰোণ শাকে ক্ৰিমিও নাশ কৰে।

উৎস: বিকাশপেডিয়া

2.90697674419
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top