প্ৰথমে পটলকেইটাৰ পৰা গুটিখিনি উলিয়াই লওক। কেৰাহী এটাত দুই চামুচ ৰিফাইন তেল দি গৰম হ’লে ইয়াত পিঁয়াজ, আদা, নহৰু, জিৰা, ধনীয়া, জলকীয়া গোটেইখিনি দি ভাজি লওক। সিজোৱা বুটৰ দাইলখিনি বটি লৈ তাতে কণী দুটা ভাঙি দি অলপ সময় ভাজি আন্দাজমতে নিমখ দিয়ক। এতিয়া এইখিনি আধা সিজোৱা পটলকেইটাৰ ভিতৰত সুমুৱাই লৈ মগু দাইল বটাও লেতিয়াই ৰিফাইন তেলত ৰঙাকৈ ভাজি গৰমে গৰমে পৰিৱেশন কৰক।
লেখিকা: বিভা ডেকা।
শেহতীয়া উন্নীতকৰণ: : 4/19/2020
যিকোনো এবিধ ছিটা দিয়াৰ বাবে কুকুৰাৰ জাকটোৱে পীড়নত...
দৈৰ সৈতে পটল
পটলৰ কালিয়া
দৈৰ সৈতে পটলৰ ব্যঞ্জন