অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

সংখ্যাৰ সৌন্দৰ্য-দুই

সংখ্যাৰ সৌন্দৰ্য-দুই

সংখ্যাৰ সৌন্দৰ্য-দুই o প্ৰথমটো যুগ্ম স্বাভাৱিক সংখ্যা হৈছে ২ । o ই এটা মৌলিক সংখ্যা । ইয়ে একমাত্ৰ যুগ্ম-মৌলিক সংখ্যা । o যুগ্ম সংখ্যাৰ সৈতে ২ যোগ বা বিয়োগ কৰিলে পুনৰ যুগ্ম সংখ্যাই পোৱা যায় । o অযুগ্ম সংখ্যাৰ সৈতে ২ যোগ বা বিয়োগ কৰিলে অযুগ্ম সংখ্যা পোৱা যায় । o ২ অংকযুক্ত সংখ্যাবোৰক ৯ৰে কৰি পোৱা ফলবোৰ বৰ মজাৰ ! যেনে- ২×৯=১৮ ২২×৯=১৯৮ ২২২×৯=১৯৯৮ ২২২২×৯=১৯৯৯৮ ২২২২২×৯=১৯৯৯৯৮ ২২২২২২×৯=১৯৯৯৯৯৮ ২২২২২২২×৯=১৯৯৯৯৯৯৮ ২২২২২২২২×৯=১৯৯৯৯৯৯৯৮ ২২২২২২২২২×৯=১৯৯৯৯৯৯৯৯৮ উল্লেখ্য, ২ আৰু ৯ৰ পূৰণফল ১৮ । ২ৰ সংখ্যা যিমানটা থাকে তাতকৈ এটা কম থাকে ৯ অংকটো । ৯ অংক কেইটা বহিব ১ আৰু ৮ৰ মাজত । ২২২২ক ৯ৰে পূৰণ কৰিলে ১ আৰু ৮ৰ মাজত তিনিটা ৯ বহুৱালে যি হ’ব সেই সংখ্যাটোৱেই ইয়াৰ ফল হ’ব । o ২ অংকযুক্ত সংখ্যাবোৰক ৯ৰে পূৰণ কৰি ২ যোগ দিলেও আমোদজনক সংখ্যা পোৱা যায় । ২×৯+২=২০ ২২×৯+২=২০০ ২২২×৯+২=২০০০ ২২২২×৯+২=২০০০০ ২২২২২×৯+২=২০০০০০ ২২২২২২×৯+২=২০০০০০০ ২২২২২২২×৯+২=২০০০০০০০ ২২২২২২২২×৯+২=২০০০০০০০০ ২২২২২২২২২×৯+২=২০০০০০০০০০ পূৰণ কাৰ্যত যিমানটা ৯ থাকে, ২ৰ পাছত সিমানটা ০ বহুৱালেই ফলটো পোৱা যায় । o ২ অংকযুক্ত সংখ্যাবোৰক ৯ৰে পূৰণ কৰি ১ যোগ দিলে মজাৰ সংখ্যা পোৱা যায়- ২×৯+১=১৯ ২২×৯+১=১৯৯ ২২২×৯+১=১৯৯৯ ২২২২×৯+১=১৯৯৯৯ ২২২২২×৯+১=১৯৯৯৯৯ ২২২২২২×৯+১=১৯৯৯৯৯৯ ২২২২২২২×৯+১=১৯৯৯৯৯৯৯ ২২২২২২২২×৯+১=১৯৯৯৯৯৯৯৯ ২২২২২২২২২×৯+১=১৯৯৯৯৯৯৯৯৯ পূৰণকাৰ্যত যিমানটা ২ অংক থাকে, আকাংক্ষিত উত্তৰ পাবলৈ ১ৰ পাছত সিমানটা ৯ বহুৱালেই হ’ল । o ২ অংকযুক্ত সংখ্যাবোৰক ৫ৰে পূৰণ কৰিলে পূৰণফল সদায় ১ আৰু ০ অংকৰে প্ৰকাশ কৰিব পাৰি । ২ যিমানটা থাকে, সিমানটা ১ৰ পাছত ০ বহুৱালেই পূৰণফলটো পোৱা যায় । যেনে- ২×৫=১০ ২২×৫=১১০ ২২২×৫=১১১০ ২২২২×৫=১১১১০ ২২২২২×৫=১১১১১০ ২২২২২২×৫=১১১১১১০ ২২২২২২২×৫=১১১১১১১০ ২২২২২২২২×৫=১১১১১১১১০ ২২২২২২২২২×৫=১১১১১১১১১০ o ২ অংকযুক্ত সংখ্যাবোৰক ৫ৰে পূৰণ কৰি ১ যোগ দিলে সদায় ১ অংকযুক্ত উত্তৰ পোৱা যায় । সংখ্যাটোত যিমানটা ২ থাকে, সিমানটা ১তকৈ আৰু এটা ১ বহুৱাই পোৱা স্ংখ্যাটোৱেই উত্তৰ হিচাপে পোৱা যায় । যেনে- ২×৫+১=১১ ২২×৫+১=১১১ ২২২×৫+১=১১১১ ২২২২×৫+১=১১১১১ ২২২২২×৫+১=১১১১১১ ২২২২২২×৫+১=১১১১১১১ ২২২২২২২×+১=১১১১১১১১ ২২২২২২২২××+১=১১১১১১১১১ o ২ অংকযুক্ত স্ংখ্যাবোৰক ৬ৰে পূৰণ কৰিলে পূৰণফলক ১,৩ আৰু ২ অংকৰে প্ৰকাশ কৰিব পাৰি । স্ংখ্যাটোত যিমানটা ২ থাকে, তাতকৈ এটা ৩ কমকৈ, ১ আৰু ২ৰ মাজত উত্তৰ হিচাপে বহে । যেনে- ২×৬=১২ ২২×৬=১৩২ ২২২×৬=১৩৩২ ২২২২×৬=১৩৩৩২ ২২২২২×৬=১৩৩৩৩২ ২২২২২২×৬=১৩৩৩৩৩২ ২২২২২২২×৬=১৩৩৩৩৩৩২ ২২২২২২২২×৬=১৩৩৩৩৩৩৩২ ২২২২২২২২×৬=১৩৩৩৩৩৩৩৩২ ২২২ এই সংখ্যাটোত ২ আছে তিনিটা । গতিকে ১ আৰু ২ৰ মাজত ৩-১=২টা ৩ বহুৱালেই পাম ১৩৩২ । গতিকে ২২২×৬=১৩৩২ o কেৱল ২ অংকযুক্ত স্ংখ্যাবোৰক ৬ৰে পূৰণ কৰি ১ যোগ দি পোৱা উত্তৰটো কেৱল ১ আৰু ৩ অংকযুক্ত স্ংখ্যাৰে প্ৰকাশ কৰিব পাৰি । যেনে- ২×৬+১=১৩ ২২×৬+১=১৩৩ ২২২×৬+১=১৩৩৩ ২২২২×৬+১=১৩৩৩৩ ২২২২২×৬+১=১৩৩৩৩৩ ২২২২২২×৬+১=১৩৩৩৩৩৩ ২২২২২২২×৬+১=১৩৩৩৩৩৩৩ ২২২২২২২২×৬+১=১৩৩৩৩৩৩৩৩ ২২২২২২২২২×৬+১=১৩৩৩৩৩৩৩৩৩ ইয়াত সংখ্যাটোত যিমানটা ২ আছে, উত্তৰফলত ১ৰ পাছত সিমানটা ৩ আছে । o কেৱল ২ অংকযুক্ত স্ংখ্যাবোৰক ৭ৰে পূৰণ কৰিলে পাওঁ- ২×৭=১৪ ২২×৭=১৫৪ ২২২×৭=১৫৫৪ ২২২২×৭=১৫৫৫৪ ২২২২২×৭=১৫৫৫৫৪ ২২২২২২×৭=১৫৫৫৫৫৪ ২২২২২২২×৭=১৫৫৫৫৫৫৪ ২২২২২২২২×৭=১৫৫৫৫৫৫৫৪ ২২২২২২২২২×৭=১৫৫৫৫৫৫৫৫৪ ইয়াত ২ অংকযুক্ত সংখ্যাটোত যিমানটা ২ আছে, ১ আৰু ৪ৰ মাজত তাতকৈ ১টা কমকৈ ৫ আছে । o কেৱল ২ অংকযুক্ত সংখ্যাবোৰক ৮ৰে পূৰণ কৰি পাওঁ- ২×৮=১৬ ২২×৮=১৭৬ ২২২×৮=১৭৭৬ ২২২২×৮=১৭৭৭৬ ২২২২২×৮=১৭৭৭৭৬ ২২২২২২×৮=১৭৭৭৭৭৬ ২২২২২২২×৮=১৭৭৭৭৭৭৬ ২২২২২২২২×৮=১৭৭৭৭৭৭৭৬ ২২২২২২২২২×৮=১৭৭৭৭৭৭৭৭৬ ২ক ৮ৰে পূৰণ কৰিলে পাওঁ ১৬ । এই ১৬ সংখ্যাটোত থকা অংক দুটাৰ যোগফল(১+৬)=৭ । গতিকে ২ অংকযুক্ত স্ংখ্যাবোৰত যিমানটা ২ থাকিব, তাতকৈ এটা ৭ কমকৈ ১ আৰু ৬ৰ মাজত বহুৱালেই ২ অংকযুক্ত স্ংখ্যাবোৰক ৮ৰে পূৰণ কৰি পোৱা ফলটো পাম । o কেৱল ২ অংকযুক্ত সংখ্যাবোৰক ৮ৰে পূৰণ কৰি ১ যোগ দিলে কি হয় চোৱা যাওক- ২×৮+১=১৭ ২২×৮+১=১৭৭ ২২২×৮+১=১৭৭৭ ২২২২×৮+১=১৭৭৭৭ ২২২২২×৮+১=১৭৭৭৭৭ ২২২২২২×৮+১=১৭৭৭৭৭৭ ২২২২২২২×৮+১=১৭৭৭৭৭৭৭ ২২২২২২২২×৮+১=১৭৭৭৭৭৭৭৭ ২২২২২২২২২×৮+১=১৭৭৭৭৭৭৭৭৭ o আকৌ কেৱল ২ অংকযুক্ত সংখ্যাবোৰক ৮ৰে পূৰণ কৰি ১ বিয়োগ দি চোৱা যাওঁক- ২×৮-১=১৫ ২২×৮-১=১৭৫ ২২২×৮-১=১৭৭৫ ২২২২×৮-১=১৭৭৭৫ ২২২২২×৮-১=১৭৭৭৭৫ ২২২২২২×৮-১=১৭৭৭৭৭৫ ২২২২২২২×৮-১=১৭৭৭৭৭৭৫ ২২২২২২২২×৮-১=১৭৭৭৭৭৭৭৫ ২২২২২২২২২×৮-১=১৭৭৭৭৭৭৭৭৫ o ২ অংকযুক্ত সংখ্যাবোৰক ৯ৰে পূৰণ কৰিলে পাম- ২×৯=১৮ ২২×৯=১৯৮ ২২২×৯=১৯৯৮ ২২২২×৯=১৯৯৯৮ ২২২২২×৯=১৯৯৯৯৮ ২২২২২২×৯=১৯৯৯৯৯৮ ২২২২২২২×৯=১৯৯৯৯৯৯৮ ২২২২২২২২×৯=১৯৯৯৯৯৯৯৮ ২২২২২২২২২×৯=১৯৯৯৯৯৯৯৯৮ o ২ অংকযুক্ত সংখ্যাবোৰক ৯ৰে পূৰণ কৰি ১ যোগ দিলে পাওঁ- ২×৯+১=১৯ ২২×৯+১=১৯৯ ২২২×৯+১=১৯৯৯ ২২২২×৯+১=১৯৯৯৯ ২২২২২×৯+১=১৯৯৯৯৯ ২২২২২২×৯+১=১৯৯৯৯৯৯ ২২২২২২২×৯+১=১৯৯৯৯৯৯৯ ২২২২২২২২×৯+১=১৯৯৯৯৯৯৯৯ ২২২২২২২২২×৯+১=১৯৯৯৯৯৯৯৯৯ o ২ অংকযুক্ত সংখ্যাবোৰক ৯ৰে পূৰণ কৰি ২ যোগ দিলে পাওঁ- ২×৯+২=২০ ২২×৯+২=২০০ ২২২×৯+২=২০০০ ২২২২×৯+২=২০০০০ ২২২২২×৯+২=২০০০০০ ২২২২২২×৯+২=২০০০০০০ ২২২২২২২×৯+২=২০০০০০০০ ২২২২২২২২×৯+২=২০০০০০০০০ ২২২২২২২২২×৯+২=২০০০০০০০০০

লিখক: ড০ ৰফিক আলী।

শেহতীয়া উন্নীতকৰণ: : 3/16/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate