অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

চকুৰ বাবে নিয়মীত ব্যায়াম

চকুৰ বাবে নিয়মীত ব্যায়াম

  • চকু এবাৰ সোঁফালে আৰু এবাৰ বাওঁফালে ঘূৰাওক।
  • এবাৰ ওপৰলৈ আৰু এবাৰ তললৈ চাওক।
  • ৰাতিপুৱা শুই উঠি সেউজীয়া গছ-গছনি চাওক।
  • পৰিষ্কাৰ পানী হাতেৰে চকুত মাৰক।
  • মূৰটো লৰচৰ নকৰাকৈ পোনকৈ থিয় হওঁক।
  • দৈনন্দিন জীৱনৰ ব্যস্ততাৰ মাজতো পাঁচ মিনিটমান সময় চকুযোৰ বন্ধ কৰি ৰাখক।
  • পেঞ্চিল বা কলম এটা এহাতমান আঁতৰত ৰাখক। লাহে লাহে নাকৰ গুৰিলৈ আনক। আপোনাৰ দৃষ্টি পেঞ্চিল বা কলমৰ ওপৰৰ অংশত নিৱদ্ধ কৰক। ৰাতিপুৱা আৰু আবেলি সময়ত দহ-বাৰ বাৰমান কৰক।

লিখক: উৎপল বৰা।

শেহতীয়া উন্নীতকৰণ: : 4/27/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate