মূল পৃষ্ঠা / স্বাস্থ্য / ৰোগসমূহ / চকুৰ যত্ন / চকুৰ বাবে নিয়মীত ব্যায়াম
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

চকুৰ বাবে নিয়মীত ব্যায়াম

চকুৰ বাবে নিয়মীত ব্যায়াম

  • চকু এবাৰ সোঁফালে আৰু এবাৰ বাওঁফালে ঘূৰাওক।
  • এবাৰ ওপৰলৈ আৰু এবাৰ তললৈ চাওক।
  • ৰাতিপুৱা শুই উঠি সেউজীয়া গছ-গছনি চাওক।
  • পৰিষ্কাৰ পানী হাতেৰে চকুত মাৰক।
  • মূৰটো লৰচৰ নকৰাকৈ পোনকৈ থিয় হওঁক।
  • দৈনন্দিন জীৱনৰ ব্যস্ততাৰ মাজতো পাঁচ মিনিটমান সময় চকুযোৰ বন্ধ কৰি ৰাখক।
  • পেঞ্চিল বা কলম এটা এহাতমান আঁতৰত ৰাখক। লাহে লাহে নাকৰ গুৰিলৈ আনক। আপোনাৰ দৃষ্টি পেঞ্চিল বা কলমৰ ওপৰৰ অংশত নিৱদ্ধ কৰক। ৰাতিপুৱা আৰু আবেলি সময়ত দহ-বাৰ বাৰমান কৰক।

লিখক: উৎপল বৰা।

2.89361702128
তৰাসমূহৰ ওপৰত ক্লীক কৰি মান প্ৰদান কৰক।
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top