বিদ্যুৎ শক্তি ৰাহি কৰাৰ কেইটামান কিটিপ
- সকলো সাধাৰণ বৈদ্যুতিক বাল্ব (ইনকেনডেচেন্ট বাল্ব) ৰ ঠাইত শক্তি ৰাহিকাৰী এলইডি লেম্প ব্যৱহাৰ কৰক।
- ব্যৱহাৰ নকৰা সময়ত ফেন আৰু লাইট অফ কৰি ৰাখক।
- ব্যৱহাৰ নকৰা সময়ত টিভি, ছেটটপ বক্স, ডিভিডি প্লেয়াৰ আৰু মাইক্ৰ’ৱেভ আদি বৈদ্যুতিক সামগ্ৰী আনপ্লাগ কৰি ৰাখক। ষ্টেণ্ডবাই ম’ডতো এই সামগ্ৰীবোৰে বহু ৱাট শক্তি ব্যয় কৰে।
- ব্যৱহাৰ নকৰা সময়ত লেপটপ আৰু কম্পিউটাৰ বন্ধ কৰি (শ্বাট ডাউন) ৰাখক।
- ৰেফ্ৰিজাৰেটৰৰ দুৱাৰৰ ৰবৰ ছীলেৰে বায়ু সোমোৱাব নোৱাৰাটো নিশ্চিত কৰক।
- শীত-তাপ নিয়ন্ত্ৰিণ যন্ত্ৰৰ উষ্ণতা ২৫-২৬০ চেলচিয়াচত ৰাখক। এনে ক্ষেত্ৰত শীত তাপ নিয়ন্ত্ৰ্ণ যন্ত্ৰৰ লগতে চিলিং ফেন ব্যৱহাৰ কৰাতো সহায়ক হ’ব।
- শীততাপ নিয়ন্ত্ৰণ যন্ত্ৰৰ প্ৰতি ডিগ্ৰী উষ্ণতা বৃদ্ধিৰে বিদ্যুতৰ বিলত ৩-৫ শতাংশ পৰ্যন্ত ৰাহি কৰিব পাৰি।
- শীততাপ নিয়ন্ত্ৰণ যন্ত্ৰৰ ফিল্টাৰ নিয়মীয়াকৈ পৰিস্কাৰ কৰক।
- কেৱল বি ই ই ষ্টাৰ লেবেলযুক্ত সঁজুলি আৰু সামগ্ৰীহে ক্ৰয়।
উৎস: শক্তি মন্ত্ৰালয়।
শেহতীয়া উন্নীতকৰণ: : 6/12/2020
0 ratings and 0 comments
Roll over stars then click to rate.
© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.