অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

বাহক বাহিত

বাহকৰ দ্বাৰা বাহিত হোৱা ৰোগসমূহৰ বিষয়ে এই শিতানত আলোচনা কৰা হৈছে।

মেলেৰিয়া
মেলেৰিয়া এটা জীৱননাশক আৰু পৰজীৱিজনিত ৰোগ। এনোফিলিছ নামৰ মহে কামুৰিলে এই ৰোগৰ সংক্ৰমণ হয়। এই ৰোগৰ বিষয়ে এই শিতানত বহলাই আলোচনা কৰা হৈছে।
ডেংগু
ডেংগু এবিধ সোঁচৰা বেমাৰ। এই শিতানত ডেংগু ৰোগৰ বিষয়ে আলোচনা কৰা হৈছে।
চিকুনগুনিয়া
চিকুনগুনিয়া এটা ভয়ংকৰ ৰোগ, কিন্তু মাৰাত্মক নহয়। এই শিতানত এই ৰোগৰ বিষয়ে আলোচনা কৰা হৈছে।
লিম্ফেটিক ফাইলেৰিয়াছিছ
লিম্ফেটিক ফাইলেৰিয়াছিছ সাধাৰণতে এলফান্টিয়াছিছ নামেৰে জনা যায়। ই শৰীৰৰ বাবে অতি ক্ষতিকাৰক ৰোগ। এই শিতানত এই ৰোগৰ বিষয়ে আলোচনা কৰা হৈছে।
কলাজ্বৰ
লেচমেনিয়া প্ৰজাতিৰ প্ৰট’জোৱা পেৰাচাইটৰ পৰা এই ৰোগ হয়। এই শিতানত এই ৰোগৰ বিষয়ে আলোচনা কৰা হৈছে।
জাপানীজ এনকেফেলাইটিছ
ধানখেতিত যিবোৰ মহে বংশবৃদ্ধি কৰে (কিউলেক্স জাতীয়), সেইবোৰ মহেই এনকেফেলাইটিছ ভাইৰাছত আক্ৰান্ত হয়। এই শিতানত এই ৰোগৰ বিষয়ে আলোচনা কৰা হৈছে।
মেলেৰিয়া ৰোগৰ লক্ষণ আৰু সাৱধানতা
এই শিতানত মেলেৰিয়া ৰোগৰ লক্ষণ আৰু ল’ব লগা সাৱধানতাৰ বিষয়ে আলোচনা কৰা হৈছে।
মেলেৰিয়া ৰোগৰ চিকিৎসা
মেলেৰিয়া ৰোগৰ চিকিৎসা
মহৰ পৰা কেনেকৈ বাচিব পাৰিব?
মহৰ পৰা কেনেকৈ বাচিব পাৰিব?
মাৰাত্মক ডেংগু
মাৰাত্মক ডেংগুৰ বিষয়ে
দিক্‌ নিৰ্ণায়ক
Back to top