কোষ্ঠকাঠিন্যতা কি?
শৌচৰ অভ্যাসৰ সলনি হোৱা, শৌচৰ পৰিমাণ কমি যোৱা, শৌচ অতি টান হোৱা, শৌচৰ ব্যৱধান বাঢ়ি যোৱা আৰু শৌচ ত্যাগৰ সময়ত অতি বেছি জোৰ দিব লগা হোৱাটোকে কোষ্ঠকাঠিন্যতা বোলা হয়। ব্যক্তি বিশেষে শৌচ কৰাৰ সময়ৰ ব্যৱধান পৃথক পৃথক হয়। (সপ্তাহত তিনিবাৰৰ পৰা ১২ বাৰ শৌচ কৰাটো স্বাভাৱিকৰ ভিতৰত পৰে)।
উপসৰ্গ
পেটত অস্বস্তিভাৱ বা পেট ফুলি যোৱা
কাৰণ
সহজ প্ৰতিকাৰ
চিকিৎসকৰ দ্বাৰা পৰীক্ষা কৰি প্ৰকৃত কাৰণটো বিচাৰি উলিয়াব লাগে।
উৎস: আইএনডিজি দল।
শেহতীয়া উন্নীতকৰণ: : 6/11/2020
চল্লিছোৰ্ধৰ ৰোগ আৰু প্ৰতিকাৰ
ঘামৰ দুৰ্গন্ধ আৰু ইয়াৰ প্ৰতিকাৰ
ছালৰ শ্ৰেণীবিভাজন আৰু বিভিন্ন সমস্যাৰ ঘৰুৱা প্ৰতিক...
জীৱ জন্তৰ বেমাৰ আৰু প্ৰতিকাৰ