অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

আমি কিয় শক্তি সংৰক্ষণ কৰা উচিত?

আমি কিয় শক্তি সংৰক্ষণ কৰা উচিত?

প্ৰকৃতিয়ে প্ৰত্যেক জন ব্যক্তিৰ আৱশ্যকতা পৰ্যাপ্ত পৰিমাণে আগবঢ়াইছে কিন্তু প্ৰত্যেক ব্যক্তিৰ লোভৰ বাবে নহয়৷ 
-মহাত্মা গান্ধী 

  • শক্তি উপন্ন কৰাতকৈ আমি শক্তি দ্ৰুতভাৱে ব্যয় কৰোঁ।
  • কয়লা, তেল আৰু প্ৰাকৃতিক গেছ- অত্যাধিক ব্যৱহৃত এই উসসমূহে উপাদনৰ বাবে হাজাৰ বছৰ অধিগ্ৰহণ কৰে৷
  • শক্তি উসসমূহ সীমিত
  • বিশ্বৰ শক্তিৰ উসসমূহৰ ভিতৰত প্ৰায় ১ শতাংশ ভাৰতৰ উস আছে কিন্তু বিশ্ব জনসংখ্যাৰ ১৬ শতাংশ জনসংখ্যাই ভাৰতৰ৷
  • আমি ব্যৱহাৰ কৰা শক্তিৰ উসসমূহৰ সৰহসংখ্যকেই পুনঃব্যৱহাৰ আৰু নবীকৰণ নহয়৷
  • নবীকৰণ নোহোৱা শক্তি উসসমূহত ৮০ শতাংশ ব্যৱহাৰযোগ্য ইন্ধন নিহিত হৈ থাকে৷ এইটো ক’ব পাৰি যে , আমাৰ শক্তিৰ উত্স সমূহ আৰু মাত্ৰ ৪০ বছৰ মান অব্যাহত থাকিব৷
  • আমি শক্তি সংৰক্ষণ কৰি দেশৰ পৰ্যাপ্ত ধন ৰাহি কৰিব পাৰো৷
  • প্ৰতি বছৰে আমাৰ প্ৰায় ৭৫ শতাংশ খাৰুৱা তেল বাহিৰলৈ পঠোৱা হয় যাৰ মূল্য প্ৰায় ১,৫০,০০০ কৌটি টকাৰ পৰিমাণৰ সমান হ’ব৷
  • আমি যেতিয়া শক্তি সংৰক্ষণ কৰিম,আমাৰ ধন ৰাহি হ’ব।
  • কল্পনা কৰক যে, যদি আপোনাৰ এলপিজি চিলিণ্ডাৰ এক সপ্তাহৰ বাবে অতিৰিক্ত ভাৱে ৰাহি হ’ল আৰু ইয়াৰে আপোনাৰ বৈদ্যুটিক বিল বচাই দিলে৷
  • শক্তি সংৰক্ষণ কৰিলে আমি আমাৰ শক্তি ৰাহি কৰিব পাৰিম
  • আমি যেতিয়া ইন্ধনৰ কাঠ উপযুক্তভাৱে ব্যৱহাৰ কৰিম, আমাৰ ইন্ধন কাঠৰ আৱশ্যকতা আৰু ইয়াৰ সংগ্ৰহৰ কঠিনতা হ্ৰাস পাব৷
  • শক্তি সংৰক্ষণেই শক্তি উপাদন
  • আমি যেতিয়া একক পৰিমানৰ শক্তি সংৰক্ষণ কৰিম, ই ২ একক পৰিমানৰ শক্তি উপাদনৰ সমকক্ষ৷
  • প্ৰদূষণ হ্ৰাস কৰিবলৈ শক্তি সংৰক্ষণ কৰক
  • শক্তি উপাদন আৰু বায়ু প্ৰদূষণৰ এক বুজন অংশ গ্ৰীণহাউচ গেছ নিৰ্গমণৰ ৮৩ শতাংশতকৈ অধিক
  • আজিৰ সংৰক্ষণ কাইলৈৰ ব্যৱহাৰ কৰা আমাৰ দায়িত্ব
  • এজন বৃদ্ধ ভাৰতীয়ই সংকেতত প্ৰকাশ কৰিছিল “ পৃথিবী, পানী আৰু বায়ু আমালৈ আমাৰ উপৰি পুৰুষৰ উপহাৰ নহয়, কিন্তু ই আমাৰ শিশুসকললৈ ই এক ঋণ".
  • সংৰক্ষণ এক অভ্যাসত পৰিণত কৰক।

উৎস: শক্তি সংৰক্ষণ মিছন, হাইদৰাবাদ

শেহতীয়া উন্নীতকৰণ: : 5/19/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate