অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

আইডিবিআই বেংকৰ ম’বাইল বেংকিং সেৱা

নিম্নোল্লেখিত সেৱাসমূহৰ কাৰণে আইডিবিআই ম’বাইল বেংকিং উপলব্ধিত

  • বাহাল থকা ধনৰ পৰিমাণ অনুসন্ধান
  • শেষত 3 টা লেনদেন
  • চেকৰ ধন আদায়ৰ অৱস্থা
  • চেক বুকৰ কাৰণে অনুৰোধ
  • ষ্টেটমেণ্টৰ অনুৰোধ
  • ডিমেট – ফ্ৰী বেলেন্স হল্ডিং
  • ডিমেট – শেষৰ 2 টা লেনদেন
  • আগবঢ়োৱা সেৱাৰ বাবদ আদায় দিব লগীয়া ধনৰ পৰিমাণ

সেৱাসমূহ

এচএমএচৰ সজ্জা
9820346920 অথবা 9821043718 লৈ এটা এচএমএচ প্ৰেৰণ কৰক

বাহাল থকা ধনৰ পৰিমান অনুসন্ধান

BAL <খালী ঠাই> গ্ৰাহকৰ আইডি পিন<খালী ঠাই> একাউণ্ট নম্বৰ টাইপ কৰক

ফিক্স ডিপজিটৰ অনুসন্ধান

FD <খালী ঠাই> গ্ৰাহকৰ আইডি পিন<খালী ঠাই> একাউণ্ট নম্বৰ টাইপ কৰক

শেষৰ তিনিটা লেনদেন

TXN <খালী ঠাই> গ্ৰাহকৰ আইডি পিন<খালী ঠাই> একাউণ্ট নম্বৰ টাইপ কৰক

চেকৰ ধন আদায়ৰ অৱস্থা

CPS <খালী ঠাই> গ্ৰাহকৰ আইডি পিন<খালী ঠাই> একাউণ্ট নম্বৰ চেক নম্বৰ <খালী ঠাই> একাউণ্ট নম্বৰ

চেক বুকৰ অনুৰোধ

CBR <খালী ঠাই> গ্ৰাহকৰ আইডি পিন <খালী ঠাই> চেক পাতৰ সংখ্যা <খালী ঠাই> ব্যক্তিৰ দ্বাৰা হ’লে P অথবা মেইলৰ দ্বাৰা চেক বুক যোগান ধৰিবলৈ হ’লে M <খালী ঠাই> একাউণ্ট নম্বৰ টাইপ কৰক

পিন পৰিবৰ্তন

CPN <খালী ঠাই> গ্ৰাহকৰ আইডি <খালী ঠাই> পুৰণা পিন <খালী ঠাই> নতুন পিন

প্ৰাইমেৰী একাউণ্টৰ পৰিবৰ্তন

CPA <খালী ঠাই> গ্ৰাহকৰ আইডি পিন <খালী ঠাই> একাউণ্ট নম্বৰ টাওপ কৰক

পঞ্জীয়ন পদ্ধতি

চেনেল ৰেজিষ্ট্ৰেচন ফৰ্ম পূৰ কৰক (শাখা কাৰ্য্যালয় আৰু এটিএমত উপলব্ধ) আৰু সেইয়া আপোনাৰ নিচেই কাষৰ শাখাটোৰ ৰিলেশ্যনশ্বীপ মেনেজাৰলৈ আগবঢ়াওক অথবা ড্ৰপ বাকচত থৈ আহঁক৷

চেনেল ৰেজিষ্ট্ৰেচন ফৰ্ম ডাউনলোড কৰিবলৈ ইয়াত ক্লিক কৰক

উৎস: আইএনডিজি দল।

শেহতীয়া উন্নীতকৰণ: : 6/22/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate