স্তৰ 1 :ম’বাইল বেংকিংৰ আবেদন পত্ৰ বেংকৰ শাখাত উপলব্ধ (অথবা) ডাউনলোড কৰিবলৈ ইয়াত ক্লিক কৰক
স্তৰ 2: আবেদন প্ৰ-পত্ৰ ডাউনলোড কৰক আৰু প্ৰিণ্ট কৰি আপোনাৰ শাখাত জমা দিয়ক৷
স্তৰ 3: গ্ৰাহকে বেংকৰ যিটো শাখাত একাউণ্ট পৰিচালনা কৰি আছে, তাত পঞ্জীয়ন পত্ৰৰ লগত ঠিকনাৰ প্ৰমাণ পত্ৰ জমা দিব লাগিব৷
স্তৰ 4: সফল পঞ্জীয়নৰ ক্ষেত্ৰত, গ্ৰাহকে দুটা এচএমএচ লাভ কৰিব৷
স্তৰ 5: আপোনাৰ পঞ্জীভূত ঠিকনালৈ ম’বাইল বেংকিং এমপিআইএন 3 টা কাৰ্য্যকৰী দিনৰ অন্তৰালত প্ৰেৰণ কৰা হ’ব৷
স্তৰ 6: এবাৰ আপুনি এমওইআইএন লাভ কৰিব৷ অনুগ্ৰহ কৰি চাওক: http://www.iobnet.mobi আপোনাৰ বৈধ ব্যৱহাৰকাৰীৰ আইডি আৰু এমপিআইএন প্ৰবিষ্ট কৰক৷
স্তৰ 7: ম'বাইল বেংকিং সুবিধা লাভ কৰিবলৈ আৰম্ভ কৰক৷
আইঅ’বি ম’বাইল বেংকিং সেৱাৰ বিষয়ে অধিক জানিবৰ কাৰণে ইয়াত ক্লিক কৰক:
উৎস: আইএনডিজি দল।শেহতীয়া উন্নীতকৰণ: : 6/21/2020
ইণ্ডিয়ান বেংকৰ ম’বাইল বেংকিং সেৱাসমূহৰ বিষয়ে আলোচন...
চিণ্ডিকেট বেংকৰ ম’বাইল বেংকিং সেৱাসমূহৰ বিষয়ে আলোচ...
আইডিবিআই বেংকৰ ম’বাইল বেংকিং সেৱাসমূহৰ বিষয়ে আলোচন...
ইউনাইটেড বেংক অব ইণ্ডিয়াৰ ম’বাইল বেংকিং সেৱাসমূহৰ ...