অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ইণ্ডিয়ান অভাৰচীজ বেংকৰ ম’বাইল বেংকিং সেৱাসমূহ

উপলব্ধ সেৱাসমূহ

 

  • বাহাল থকা ধনৰ অনুসন্ধান
  • মিনি বেংক ষ্টেটমেণ্ট
  • ধন স্থানান্তৰ
  • নতুন চেক বুক ইছ্যু, চেকৰ ধন আদায় স্তব্ধ কৰিবলৈ অনুৰোধ কৰা আদি৷

আইঅ’বি ম’বাইল বেংকিং সুবিধা লাভ কৰিবলৈ পঞ্জীয়ন পদ্ধতি

  • গ্ৰাহকে আইঅ’বি ম’বাইল বেংকিংৰ কাৰণে পঞ্জীয়ন কৰিব পাৰে, যিটো শাখাত তেওঁলোকে নিজৰ একাউণ্ট পৰিচালনা কৰি আছে৷ অনুগ্ৰহ কৰি নিম্নলিখিত স্তৰ কেইটা অনুসৰণ কৰক :

স্তৰ 1 :ম’বাইল বেংকিংৰ আবেদন পত্ৰ বেংকৰ শাখাত উপলব্ধ (অথবা) ডাউনলোড কৰিবলৈ ইয়াত ক্লিক কৰক
স্তৰ 2: আবেদন প্ৰ-পত্ৰ ডাউনলোড কৰক আৰু প্ৰিণ্ট কৰি আপোনাৰ শাখাত জমা দিয়ক৷
স্তৰ 3: গ্ৰাহকে বেংকৰ যিটো শাখাত একাউণ্ট পৰিচালনা কৰি আছে, তাত পঞ্জীয়ন পত্ৰৰ লগত ঠিকনাৰ প্ৰমাণ পত্ৰ জমা দিব লাগিব৷
স্তৰ 4: সফল পঞ্জীয়নৰ ক্ষেত্ৰত, গ্ৰাহকে দুটা এচএমএচ লাভ কৰিব৷
স্তৰ 5: আপোনাৰ পঞ্জীভূত ঠিকনালৈ ম’বাইল বেংকিং এমপিআইএন 3 টা কাৰ্য্যকৰী দিনৰ অন্তৰালত প্ৰেৰণ কৰা হ’ব৷
স্তৰ 6: এবাৰ আপুনি এমওইআইএন লাভ কৰিব৷ অনুগ্ৰহ কৰি চাওক: http://www.iobnet.mobi আপোনাৰ বৈধ ব্যৱহাৰকাৰীৰ আইডি আৰু এমপিআইএন প্ৰবিষ্ট কৰক৷
স্তৰ 7: ম'বাইল বেংকিং সুবিধা লাভ কৰিবলৈ আৰম্ভ কৰক৷

আইঅ’বি ম’বাইল বেংকিং সেৱাৰ বিষয়ে অধিক জানিবৰ কাৰণে ইয়াত ক্লিক কৰক:

উৎস: আইএনডিজি দল।

শেহতীয়া উন্নীতকৰণ: : 6/21/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate