ইউনাইটেড বেংক অব ইণ্ডিয়াৰ ম’বাইল বেংকিং সেৱা
উপলব্ধ সেৱাসমূহ
- বাহাল থকা ধনৰ পৰিমাণৰ অনুসন্ধান
- শেষৰ 5 টা লেনদেনএঅ অনুসন্ধান
- ফেক্স/ই-মেইলৰ দ্বাৰা মিনি ষ্টেটমেণ্
- বেংকৰ প্ৰডাক্ট সম্বন্ধীয় তথ্য
- সংযোগীত একাউণ্টৰ মাজত পূঁজি স্থানান্তৰ t
- পিন সলনি
পঞ্জীয়ন পদ্ধতি
- গ্ৰাহকে টেলি বেংকিং সুবিধা গ্ৰহণত আগ্ৰহ প্ৰকাশ কৰিলে, এখন আবেদন পত্ৰ পূৰণ কৰি সেইখন নিজৰ একাউণ্ট থকা শাখাত জমা দিব লাগিব৷
- গ্ৰাহকে 033-22428940 ডায়েল কৰি স্বয়ংক্ৰীয়ভাৱে উত্পন্ন হোৱা পিন লাভ কৰিব৷
- আবেদন পত্ৰ জমা দিয়াৰ 24 ঘণ্টাৰ পিছত দিনটোৰ কাৰ্য্যকৰী সময় ৰাতিপুৱা 10 বজাৰ পৰা সন্ধ্যা 6 বজালৈকে পিন উত্পন্ন কৰিব পাৰিব৷
ইউনাইটেড বেংক অব ইণ্ডিয়া
উৎস: আইএনডিজি দল।
শেহতীয়া উন্নীতকৰণ: : 6/21/2020
0 ratings and 0 comments
Roll over stars then click to rate.
© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.