ফেডাৰেল বেংকে যিসকল গ্ৰাহকে তেওঁলোকৰ ম’বাইল নম্বৰ বেংকৰ সৈতে পঞ্জীয়ন কৰি ৰাখে,সেইসকল গ্ৰাহকলৈ ম’বাইল বেংকিং সেৱা আগবঢ়ায়৷ ম’বাইল বেংকিং এচবি, এচবিএনআৰই,এচবিঅ’এনআৰ,চিএ আৰু অ’ডিচিচি একাউণ্টৰ গ্ৰাহক সকললৈ ম’বাইল বেংকিং সেৱা উপলব্ধ৷
সেৱাসমূহ |
এচএমএচৰ গঠন |
9895088888 লৈ এচএমএচ প্ৰেৰণ কৰক |
একাউণ্টত বহাল থকা ধনৰ অনুসন্ধান |
BAL <4 টা সংখ্যাৰ বিচৰণ ক’ড> টাইপ কৰক আৰু এটা এচএমএচ প্ৰেৰণ কৰক |
আপুনি আপোনাৰ একাউণ্টৰ সবিশেষ লাভ কৰিব৷ |
একাউণ্টৰ লেনদেন |
TXN <4 টা সংখ্যাৰ বিচৰণ ক’ড > টাইপ কৰক আৰু এটা এচএমএচ প্ৰেৰণ কৰক |
আপুনি আপোনাৰ একাউণ্টৰ পৰা ডেবিট/ক্ৰেডিট হোৱা ধনৰ পৰিমানৰ ওপৰত এটা সংবাদ লাভ কৰিব আৰু আপোনাৰ একাউণ্টত বাহাল থকা ধনৰ পৰিমাণ হ’ল... |
বিচৰণ ক’ড পৰিবৰ্তন |
PIN <4 টা সংখ্যাৰ বিচৰণ ক’ড > খালী ঠাই <4 টা সংখ্যাৰ নতুন বিচৰণ ক’ড > টাইপ কৰক আৰু এটা এচএমএচ প্ৰেৰণ কৰক |
আপুনি সংবাদ লাভ কৰিব, আপোনাৰ পিন পৰিবৰ্তন ক’ৰা হ’ল৷ |
মিনি ষ্টেটমেণ্ট |
TXN <4 টা সংখ্যাৰ বিচৰণ ক’ড > টাইপ কৰক আৰু এটা এচএমএচ প্ৰেৰণ কৰক |
আপুনি শেষৰ 5 টা লেনদেনৰ সবিশেষ লাভ কৰিব৷ |
গ্ৰাহকে বেংকৰ পৰাও তেওঁলোকৰ একাউণ্টত এই এচএমএচ সংকেত লাভ কৰিব
ফেডাৰেল বেংকৰ ম’বাইল বেংকিং সেৱাৰ বিষয়ে অধিক জানিবৰ কাৰণে ইয়াত ক্লিক কৰকউৎস: আইএনডিজি দল।
শেহতীয়া উন্নীতকৰণ: : 6/22/2020
ইণ্ডিয়ান অভাৰচীজ বেংকৰ ম’বাইল বেংকিং সেৱাসমূহৰ বিষ...
ইণ্ডিয়ান বেংকৰ ম’বাইল বেংকিং সেৱাসমূহৰ বিষয়ে আলোচন...
চিণ্ডিকেট বেংকৰ ম’বাইল বেংকিং সেৱাসমূহৰ বিষয়ে আলোচ...
ইউনাইটেড বেংক অব ইণ্ডিয়াৰ ম’বাইল বেংকিং সেৱাসমূহৰ ...