অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

বেংক অব ইণ্ডিয়াৰ ম’বাইল বেংকিং সেৱা

বেংক অব ইণ্ডিয়াৰ ম’বাইল বেংকিং সেৱা

উপলব্ধ সেৱাসমূহ

  • আগতীয়া লেনদেনৰ সবিশেষ
  • একাউণ্টত থকা ধনৰ পৰিমাণ
  • একাউণ্টৰ মিনি ষ্টেটমেণ্ট

সেৱাসমূহ গ্ৰহণৰ পদ্ধতি

স্তৰ-1: "আবেদন প্ৰ-পত্ৰ" পূৰণ কৰক আৰু আপোনাৰ মূল শাখাত জমা দিয়ক৷ আবেদন প্ৰ-পত্ৰ ডাউনলোড কৰিবলৈ তলৰ লিংকত ক্লিক কৰক৷

ইন্টাৰনেট বেংকিং ব্যৱহাৰ কৰি থকা সকলৰ কাৰণে

নতুন ব্যৱহাৰকাৰীৰ কাৰণে

স্তৰ-2: যদি আপুনি এজন নতুন ব্যৱহাৰকাৰী, তেন্তে আপোনাৰ ব্যৱহাৰকাৰীৰ আইডি আৰু পাছৱৰ্ড পোনপটীয়াকৈ ডাক/কুৰিয়াৰ যোগে লাভ কৰিব৷

স্তৰ-3: ব্যৱহাৰকাৰীৰ আইডি আৰু পাছৱৰ্ড পোৱাৰ পিচত, এচএমএচ পাছৱৰ্ড স্থাপন কৰিবলৈ "বেংক অব ইণ্ডিয়া ত লগ অন কৰক৷

স্তৰ-4: এচএমএচ পাছৱৰ্ড স্থাপন কৰাৰ পিচত আপুনি আপোনাৰ ম’বাইলত বেংকিং সেৱা ব্যৱহাৰ কৰিব পাৰিব৷


বেংক অব ইণ্ডিয়াৰ ম’বাইল বেংকিং

উৎস: আইএনডিজি দল।

শেহতীয়া উন্নীতকৰণ: : 6/21/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate