অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ষ্টেণ্ডাৰ্ড চাৰ্টাৰ্ড বেংকৰ ম’বাইল বেংকিং সেৱা

ষ্টেণ্ডাৰ্ড চাৰ্টাৰ্ড বেংকৰ ম’বাইল বেংকিং সেৱা

উপলব্ধ সেৱা

  • বাহাল থকা ধনৰ পৰিমাণৰ অনুসন্ধান
  • মিনি ষ্টেটমেণ্ট (শেষৰ 3 টা লেনদেনৰ)
  • চেক বুক অনুৰোধ
  • বেংক ষ্টেটমেণ্ট

আপুনি এবাৰ পঞ্জীয়ন কৰাৰ পিছ্ত, লেনদেন আগবঢ়াই নিবলৈ (যেনে, আপোনাৰ একাউণ্টত বাহাল থকা ধন পৰীক্ষা কৰিবলৈ) আপুনি মাত্ৰ এটা এচএমএচ প্ৰেৰণ কৰিলেই হ’ব:

সেৱাসমূহ

এচএমএচ সজ্জা
9987123123 লৈ এটা এচএমএচ প্ৰেৰণ কৰক

একাউণ্টত বাহাল থকা ধনৰ অনুসন্ধান

BAL A1

মিনি ষ্টেটমেণ্ট (শেষৰ তিনিটা লেনদেন)

TXN A1

চেক বুকৰ অনুৰোধ

CBR A1

বেংক ষ্টেটমেণ্টৰ অনুৰোধ

STR A1

কীৱৰ্ডৰ তালিকা

HELP A1

ষ্টেণ্ডাৰ্ড চাৰ্টাৰ্ড বেংকৰ ম’বাইল বেংকিং সেৱা

উৎস: আইএনডিজি দল।

শেহতীয়া উন্নীতকৰণ: : 6/21/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate