মূল পৃষ্ঠা / গ্ৰামীণ শক্তি / শক্তিৰ বুনিয়াদসমূহ
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

শক্তিৰ বুনিয়াদসমূহ

আমাৰ সূৰ্যটো শক্তিৰ মূল উত্স ৷ ই দিনত আমাৰ ঘৰখন পোহৰাই ৰাখে, আমাৰ কাপোৰ শুকুৱাই আৰু কৃষিজাত সামগ্ৰীসমূহ উত্পাদনত অৰিহনা যোগোৱাৰ লগতে আমাক উমাল কৰি ৰাখে আৰু অন্যান্য বহুতো কামত আমাক শক্তি প্ৰদান কৰে ৷ ইয়াৰ সম্ভাৱনীয়তা আমি ভৱাতকৈ অধিক গুণে বেছি।

শক্তিৰ উৎস
বিভিন্ন উৎসৰ পৰা শক্তিৰ উৎপন্ন হয়। বিভিন্ন নৱীকৰণ আৰু অনৱীকৰণ উৎসৰ পৰা আহৰণ কৰা শক্তিৰ ব্যৱহাৰ, সুবিধা-অসুবিধা আদিবোৰ এই শিঁতানত বহলাই আলোচনা কৰা হৈছে।
শক্তিৰ ৰূপ
এই শিঁতানত বিভিন্ন শক্তিৰ ৰূপ যেনে, পোহৰ, তাপ, শব্দ, বিদ্যুৎ, নিউক্লিয়াৰ, ৰাসায়নিক ইত্যাদিৰ বিষয়ে আলোচনা কৰা হৈছে।
শক্তি আৰু ইয়াৰ বৰ্তমানৰ ব্যৱহাৰ
ভাৰতৰ শক্তিৰ ব্যৱহাৰ, শক্তিৰ উৎস, ব্যৱহাৰযোগ্যতা, গ্ৰাম্য আৰু নগৰীয়া অঞ্চলৰ শক্তিৰ বিতৰণ ইত্যাদি বিষয়সমূহৰ বিষয়ে আলোচনা কৰা হৈছে।
তৰলীকৃত পেট্ৰলিয়াম গেছ
তৰলীকৃত পেট্ৰলিয়াম গেছৰ বিষয়ে ইয়াত আলোচনা কৰা হৈছে।
সৌৰশক্তি
সৌৰশক্তি সম্পৰ্কীয় বিষয়সমূহ ইয়াত সন্নিৱিষ্ট কৰা হৈছে।
বিজুলীৰ কথা
বিজুলীৰ কথা
পনীয়া সোনৰ সন্ধানত
পনীয়া সোনৰ সন্ধানত
অপৰম্পৰাগত শক্তি : বায়ু শক্তি আহৰণৰ বিষয়ে যৎকিঞ্চিত
অপৰম্পৰাগত শক্তি : বায়ু শক্তি আহৰণৰ বিষয়ে যৎকিঞ্চিত
পেট্ৰ’ল-ডিজেলৰ দাম ঘনাই সলনি হৈ থাকে কিয়?
পেট্ৰ’ল-ডিজেলৰ দাম ঘনাই সলনি হৈ থাকে কিয়?
অসমত সঁচাকৈয়ে বাৰু বিদ্যুতৰ নাটনি হৈছেনে?
অসমত সঁচাকৈয়ে বাৰু বিদ্যুতৰ নাটনি হৈছেনে?
Has Vikaspedia helped you? Share your experiences with us !!!
To continue to home pagehttp://asvikaspedia.in/InDG
Back to top